• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

2 years ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

14 minutes ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

53 minutes ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

2 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

3 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

3 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

5 hours ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

7 hours ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

7 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

7 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..

editor by editor
May 9, 2024
in অপৰাধ, বিশ্ব, ভাৰত
0
জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ..
0
SHARES
564
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জিলাপী বাবা নিহত, এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল, ১২০ৰো অধিক মহিলাৰ…

কুখ্যাত জিলাপী বাবাৰ মৃ্ত্যু। বহু গোচৰত দোষী আছিল জিলাপী বাবা। যাৰ বাবে এটা দশকৰো অধিক কাল কাৰাগাৰতে আছিল জিলাপী বাবা। ১২০ৰো অধিক মহিলাক ধৰ্ষণ কৰিছিল এই ধুৰ্ত বাবই।

১২০ গৰাকীতকৈ অধিক মহিলাক ধৰ্ষণ কৰা জিলাপী বাবাৰ হাৰিয়ানাৰ হিছাৰ জেলত মৃত্যু হৈছে । ১৪ বছৰ ধৰি কাৰাদণ্ড ভুগি আছিল এই বাবা ৰূপী পাষণ্ড বাবাই। ১২০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰাৰ ভিডিঅ’ নিৰ্মাণ কৰাৰ বাবে দোষী জিলাপী বাবা। জিলাপী বাবা ওৰফে বিলুক হিছাৰৰ অমৰপুৰিৰ কেন্দ্ৰীয় কাৰাগাৰ-২ত কাৰাবাস খাটি আছিল।

চাহত মাদক দ্ৰব্য মিহলাই ১২০ৰো অধিক মহিলাক ধৰ্ষণ কৰিছিল বাবাই। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল সেই অশ্লীল ভিডিঅ’। বুধবাৰে জেলত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আগৰ’হা হাস্পতালৈ নিয়া হৈছিল। কিন্তু সেই হাস্পতালে চিকিৎসকে বাবাক মৃত ঘোষণা কৰে।

তন্ত্ৰ মন্ত্ৰৰ নামত নাৰীক মাদক দ্ৰব্য খুৱাই ধৰ্ষণ কৰা জিলাপী বাবাৰ আশ্ৰমৰ পৰা উদ্ধাৰ হৈছিল বহু যৌন চিডি। তেওঁৰ আশ্ৰমৰ পৰা ৩০ খনতকৈও অধিক যৌন চিডি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। জিলাপী বাবাই মহিলাৰ অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইলো কৰিছিল।

২০১৮ চনৰ জুলাই মাহত ফতেহাবাদ জিলা টোহানাত এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত ধৰ্ষণকাৰী  বাবা ওৰফে বিলুৰাম ওৰফে অমৰপুৰীক এগৰাকী মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা দেখা গৈছিল।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত টোহানাবাসীৰ মাজত প্ৰতিবাদৰ সৃষ্টি হয় আৰু বাবাৰ বিৰুদ্ধেও বিক্ষোভ প্ৰদৰ্শন কৰিছিল বহু লোকে। ২০২০ চনৰ ১ নৱেম্বৰত বাবাৰ বিৰুদ্ধে আদালতত ২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে। তালাচীত বাবাৰ আশ্ৰমত থকা কোঠাৰ পৰা আফিঙো উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hariyanaIndian LowJilapi babarapist
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল
বাণিজ্য

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

October 10, 2026
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
ভাৰত

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

October 10, 2026
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক
ভাৰত

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

October 10, 2026
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক
ভাৰত

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

October 10, 2026
Next Post
অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

অতিকে শোকাৱহ, ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ হৈ ৮ শ্ৰমিক নিহত, ৩ গুৰুতৰভাৱে আহত

দৈনিক ৰাশিফল, আজি ১০ মে’ৰ দিনটোত উজলি উঠিব এই ৰাশিৰ লোকৰ ভাগ্য, শুভ সংবাদ লাভ কৰিব এই লোকে

দৈনিক ৰাশিফল, আজি ১০ মে'ৰ দিনটোত উজলি উঠিব এই ৰাশিৰ লোকৰ ভাগ্য, শুভ সংবাদ লাভ কৰিব এই লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.