• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

2 years ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

34 minutes ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

1 hour ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

2 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

3 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

20 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

21 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

22 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

23 hours ago
অজিত পাৱাৰ যোৱা অভিশপ্ত বিমানখনৰ পাইলট সম্ভাৱী পাঠক! কিমান দক্ষ আছিল হতভাগা কেপ্টেইন সম্ভাৱী?

24 hours ago
বিমান দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা অজিত পাৱাৰে এৰি গ’ল কিমান সম্পত্তি? জানি থওক তেওঁৰ সম্পত্তিৰ পৰিমাণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

editor by editor
May 11, 2024
in জীৱনশৈলী, ভাৰত
0
এইকেইটা ৰাশিৰ জাতকৰ ওপৰত আছে কুবেৰৰ আশীৰ্বাদ, কুবেৰৰ আশীৰ্বাদও কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ
0
SHARES
41.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰ অনুসৰি যিকোনো ব্যক্তিৰ চৰিত্ৰ তেওঁৰ ৰাশিৰ পৰা জানিব পাৰি। প্ৰাতিটো ৰাশিৰ জাতকৰ স্বভাৱ, পছন্দ, অপছন্দ বেলেগ বেলেগ। কেইটামান ৰাশিৰ জাতক আকৌ ধন টকা পইছাৰে ভাগ্যৱান৷ তেওঁলোকৰ ওপৰত থাকে  ভগৱান কুবেৰৰ বিশেষ আশীৰ্বাদ। কুবেৰৰ আশীৰ্বাদ থকা ৰাশিৰ জাতকে যিকোনো কাম কৰাৰ সিদ্ধান্ত ল’লে সেই কামত সফলতা লাভ কৰেই৷  কোন ৪টা ৰাশিৰ জাতকৰ ওপৰত ভগৱান কুবেৰৰ আশীৰ্বাদ আছে?

কৰ্কট ৰাশি

এই ৰাশিৰ জাতক বুদ্ধিমান, পৰিশ্ৰমী আৰু সৎ। যিকোনো কাম তেওঁলোকে সম্পূৰ্ণ নিষ্ঠাৰে কৰে। জীৱনত ভাগ্যৰো সংগ পাই এই ৰাশিৰ জাতকে৷  সন্মান লাভ কৰে। তেওঁলোকৰ আৰ্থিক অৱস্থা সাধাৰণতে ভালেই থাকে। টকা উপাৰ্জনত তেওঁলোক সিদ্ধহস্ত৷  সমাজত তেওঁলোকে এক সুকীয়া পৰিচয় গঢ়ে৷

তুলা ৰাশি

এই ৰাশিৰ লোকসকল পৰিশ্ৰমী আৰু বুদ্ধিমান। তেওঁলোকৰ চোকা বুদ্ধিমত্তাৰ সহায়ত তেওঁলোকে জীৱনত বহু টকা উপাৰ্জন কৰে। ভাগ্যবান হয় এই ৰাশিৰ জাতক। কেৰিয়াৰত দ্ৰুতগতিত আগবাঢ়ে। বিলাসী জীৱন যাপন কৰিবলৈ ভাল পায়। তেওঁলোকৰ ওপৰত আছে ভগৱান কুবেৰৰ বিশেষ আশীৰ্বাদ। তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট উৎকৃষ্ট।

বৃশ্চিক ৰাশি

এই ৰাশিৰ জাতক বুদ্ধিমান আৰু ধনী। টকা উপাৰ্জনৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ বেলেগ। কাৰো সমৰ্থন অবিহনে দ্ৰুতগতিত আগবাঢ়ে। তেওঁলোকৰ জীৱনটো সকলো আৰাম আৰু বিলাসীতাৰে ভৰপূৰ৷

মকৰ ৰাশি

এই ৰাশিৰ জাতকেও ধনৰ দেৱতা কুবেৰৰ বিশেষ আশীৰ্বাদ লাভ কৰে। জীৱনত অহা প্ৰতিটো প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হয় আৰু সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। তেওঁলোকৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
Next Post
বুধাদিত্য ৰাজযোগত দুৰ্দান্ত লাভ ৫ ৰাশিৰ, সূৰ্যৰ দৰে চমকি উঠিব এইকেইটা ৰাশিৰ জাতক

প্ৰেমৰ সৈতে হৃদয়ৰ কোনো সম্পৰ্ক নাই! শৰীৰৰ কোনটো অংশই আৱেগ নিয়ন্ত্ৰণ কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন