• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

4 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

4 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

5 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

6 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

7 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

7 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

8 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

8 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

9 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

9 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

editor by editor
May 12, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকা নহয়, এতিয়া ভাৰতৰ শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক চীনৰ সৈতেহে

বৰ্তমানে অৰ্থনৈতিক ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম দ্ৰুত গতিত আগবঢ়া দেশ। বিশ্বৰ প্ৰায় সকলো দেশৰ সৈতেই এতিয়া ভাৰতৰ ব্যৱসায়িক সম্পৰ্ক টনকিয়াল হৈছে। তাৰে মাজতে আহিছে এক ভিন্ন খবৰ। ইমানদিনে ভাৰতৰ আমেৰিকাৰ সৈতে থকা শীৰ্ষ ব্যৱসায়ীক সম্পৰ্ক এতিয়া পিছ পৰি ৰৈছে চীনৰ আগত।

যোৱা বিত্তীয় বৰ্ষত (২০২৩-২৪) দ্বিপাক্ষিক বাণিজ্য ১১৮.৪ বিলিয়ন ডলাৰেৰে চীন ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত চীনে আমেৰিকাক অতিক্ৰম কৰিছে । অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠান গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভ (GTRI)ৰ তথ্য অনুসৰি, ২০২৩-২৪ চনত ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১১৮.৩ বিলিয়ন ডলাৰ। উল্লেখ্য যে, ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষত আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছিল।

পৰিসংখ্যা অনুসৰি, যোৱা বিত্তীয় বৰ্ষত ভাৰতলৈ চীনৰ ৰপ্তানি ৮.৭ শতাংশ বৃদ্ধি পাই ১৬.৬৭ বিলিয়ন ডলাৰ হৈছে। লোহাৰ অক্সাইড, কপাহী সূতা, কাপোৰ, হস্ততাঁত সামগ্ৰী, মছলা, ফল-মূল, প্লাষ্টিক আৰু লিনলিয়াম আদি খণ্ডত ভাৰতৰ ৰপ্তানি বৃদ্ধি পাইছে। আনহাতে যোৱা বিত্তীয় বৰ্ষত চুবুৰীয়া দেশৰ পৰা ভাৰতৰ আমদানি ৩.২৪ শতাংশ বৃদ্ধি পাই ১০১.৭ বিলিয়ন ডলাৰ হৈছে।

২০২৩-২৪ চনত আমেৰিকালৈ ভাৰতৰ ৰপ্তানি ১.৩২ শতাংশ হ্ৰাস পাই ৭৭.৫ বিলিয়ন ডলাৰ হয়। ২০২২-২৩ চনত ই আছিল ৭৮.৫৪ বিলিয়ন ডলাৰ। আমেৰিকাৰ পৰা ভাৰতৰ আমদানি প্ৰায় ২০ শতাংশ হ্ৰাস পাই ৪০.৮ বিলিয়ন ডলাৰ হৈছে।

গ্ল’বেল থ্ৰেট ইনটেলিজেন্স ৰিপ’ৰ্ট (Global Threat Intelligence Report) (GTRI)য়ে কয় যে, ২০১৮-১৯ৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত শীৰ্ষ ১৫ টা বাণিজ্যিক অংশীদাৰৰ সৈতে ভাৰতৰ বাণিজ্যত যথেষ্ট পৰিৱৰ্তন হৈছে। ইয়াৰ ফলত কেৱল আমদানি আৰু ৰপ্তানিতে প্ৰভাৱ পৰাই নহয়, বিভিন্ন খণ্ডত বাণিজ্যিক উদ্বৃত্ত আৰু বাণিজ্যিক লোকচানৰ পৰিস্থিতিও সলনি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BusinessChina EconomyIndia ChinaIndia China Businessindian economy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

দৈনিক ৰাশিফল, সপ্তাহটোৰ আৰম্ভণি কিদৰে যাব, মা লক্ষ্মীৰ আশীৰ্বাদত সম্পত্তি বৃদ্ধিৰ যোগ এই সকল ৰাশিৰ লোকৰ..

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ'ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.