• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

2 years ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

4 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

5 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

6 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

7 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

8 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

9 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

9 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

9 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

10 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

11 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

13 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

editor by editor
May 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…
0
SHARES
178
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দেশত চতুৰ্থ পৰ্যায়ৰ ভোট, ৯৬ আসনৰ যুঁজ, ১৯ লাখ নিৰ্বাচনী বিষয়া, ১৭ কোটি ভোটাৰ, ভাগ্য নিৰ্ণয় হ’ব অখিলেশ যাদৱ-আছাদুদ্দিন ওৱেছি…

আজি ১৩ মে’ সোমবাৰে সমগ্ৰ দেশতে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। দেশ জুৰি ৯৬ খন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া হব। এই আসন কেইখনৰ বাবে মুঠ ১৯ লাখ নিৰ্বাচনী বিষয়াই ইতিমধ্যে সাজু হৈছে। পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।

আজিৰ এই চতুৰ্থ পৰ্যায়ত ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহু বাঘা বাঘা প্ৰাৰ্থীয়ে। অখিলেশ যাদৱ, আছাদুদ্দিন ওৱেছি, শ্ৰত্ৰুঘ্ন সিন্হা, মহুৱা মৈত্ৰী, অধীৰ ৰঞ্জন চৌধুৰী, গিৰিৰাজ সিং, নিত্যানন্ত ৰায়, অৰ্জুন মুণ্ডা, ক্ৰিকেটাৰ ইউচুফ পাঠান আদি।

চতুৰ্থ পৰ্যায়ৰ লোকসভাত অন্ধ্ৰ প্ৰদেশৰ ২৫খন আসন, তেলেংগানাৰ ১৭খন আসন, উত্তৰ প্ৰদেশৰ ১৩খন আসন, মহাৰাষ্ট্ৰৰ ১১খন আসন, পশ্চিমবংগৰ ৮খন আসন, মধ্যপ্ৰদেশৰ ৮খন আৰু বিহাৰৰ ৫খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হব। ইয়াৰ উপৰিও ঝাৰখণ্ড, ওড়িশাত ৪খন আৰু জম্মু-কাশ্মীৰৰ এখন আসনো আজিৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ অংশ।

৯৬ আসনৰ আজিৰ ভোটগ্ৰহণৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৭১৭ গৰাকী, লগতে ভোটাৰৰ সংখ্যা ১৭.৭ কোটি জনতা। ইয়াৰে ভিতৰত ৮.৯৭ কোটি পুৰুষ ভোটাৰ, ৮.৭৩ কোটি মহিলা ভোটাৰ।

আজিৰ মুখ্য আকৰ্ষণীয় প্ৰাৰ্থী
১- আছাদুদ্দিন ওৱেছি
হায়দৰাবাদত সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমৰ সাংসদ আছাদুদ্দিন ওৱেছি। এই লোকসভা সমষ্টিত জনপ্ৰিয় আছাদুদ্দিন ওৱাইছিয়ে ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু সংখ্যালঘুৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি পঞ্চম কাৰ্যকালৰ বাবে তীব্ৰ প্ৰচাৰ চলাইছে।

২- মহুৱা মৈত্ৰী
তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰী। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত টিএমচিৰ মহুৱা মৈত্ৰীয়ে ৬১৪,৮৭২টা ভোট লাভ কৰি জয়লাভ কৰিছিল। শেহতীয়াকৈ মহুৱা মৈত্ৰীক লোকসভাৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

৩- শত্ৰুঘ্ন সিনহা
টি এম চিৰ হৈ নামিব শত্ৰুঘ্ন সিনহা। আনহাতে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বাবুল চুপ্ৰিয়োৱে আসনখন লাভ কৰিছিল। কিন্তু সুপ্ৰিয়ো টিএমচিত যোগদান কৰাৰ পিছত এই আসনখন খালী হৈ পৰে।

৪- অখিলেশ যাদৱ
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱ। ২০০০-২০১২ চনলৈ অখিলেশ যাদৱ লোকসভাৰ সাংসদ আছিল আৰু ২০১২ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়।

৫- অধীৰ ৰঞ্জন চৌধুৰী বনাম ক্ৰিকেটাৰ ইউছুফ পাঠান
পশ্চিম বংগ কংগ্ৰেছৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু বিজেপিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ সাহাৰ বিৰুদ্ধে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানে মুখামুখি হ’ব।

ভোটদান ক’ত হ’ব জানেনে?

২০২৪ চনৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ১০খন ৰাজ্যৰ ৯৬খন আসনত ভোটগ্ৰহণ হ’ব । অন্ধ্ৰ প্ৰদেশৰ এই ২৫খন আসনৰ ভিতৰত আৰাকু, শ্ৰীকাকুলাম, বিজয়নগৰম, বিশাখাপট্টনম, অনকাপলে, কাকিনাদা, অমলাপুৰম, ৰাজহমুন্দ্ৰী, নৰসপুৰম, এলুৰু, মাচিলিপট্টনম, বিজয়াৱাদা, গুন্টুৰ, নৰসৰাওপেট, বাপাটলা, অংগোলে, নন্দিয়াল, কুৰ্নুল, নেল্লোৰ, তিৰুপতি, ৰাজাম্পেট, চিটুৰ , হিন্দুপুৰ, অনন্তপুৰ, কুড্ডাপাহত ভোটদান কৰা হ’ব।

আনহাতে, বিহাৰত ৫ খন লোকসভা আসন আছে, য’ত দৰভংগা, উজিয়াৰপুৰ, সমস্তীপুৰ, বেগুছৰাই আৰু মুংগেৰত ভোটদান কৰা হ’ব। একে সময়তে জম্মু-কাশ্মীৰৰ ১খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ ৮খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত আছে দেৱাছ, উজ্জয়িন, মন্দসৌৰ, ৰাতলাম, ধৰ, ইন্দোৰ, খাৰগোনে আৰু খাণ্ডৱা। লগতে মহাৰাষ্ট্ৰৰ ১১খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত আছে নন্দুৰভৰ, জলগাঁও, ৰেভাৰ, জালনা, ঔৰংগাবাদ, মাভাল, পুনে, শ্বিৰুৰ, আহমেদনগৰ, শিৰদী আৰু বীদ।

একে সময়তে ওড়িশাৰ ৪ খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব, য’ত আছে কালাহাণ্ডী, নবাৰংপুৰ, বেৰহামপুৰ, কোৰাপুট। আনহাতে, তেলেংগানাৰ ১৭খন আসনত ভোটগ্ৰহণ কৰা হ’ব, য’ত আদিলাবাদ, পেড্ডাপল্লী, কৰিমনগৰ, নিজামাবাদ, জহীৰাবাদ, মেডাক, মলকজগিৰি, ছিকুন্দৰাবাদ, হায়দৰাবাদ, চেভেলা, মহাবুবনগৰ, নলগোণ্ডা, নাগাৰকুৰনুল, ভংগীৰ, ৱাৰংগল, মহাবুবাবাড আৰু খাম্মাম আদি আসনত ভোটদান কৰা হ’ব। য’ত ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইউ পিৰ ১৩খন লোকসভা আসনত চতুৰ্থ পৰ্যায়ত ভোটদান কৰা হ’ব শ্বাহজাহানপুৰ, খেৰী, ধৰুহাৰা, সীতাপুৰ, হৰদয়, মিছৰিখ, উন্নাও, ফাৰৰুখাবাদ, ইটাৱা, কননাউজ, কানপুৰ, আকবৰপুৰ আৰু বাহৰেইচত। ইয়াৰ সমান্তৰালকৈ পশ্চিম বংগৰ বাহাৰমপুৰ, কৃষ্ণনগৰ, ৰানাঘাট, বর্ধমান পূর্বা, বর্ধমান-দুর্গাপুৰ, আছানছল, বলপুৰ, বীৰভূমকে ধৰি ৮খন আসনত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 4th phaseelectionLoksabha election 2024Voting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক…, মোৰ লগতো…

পুনৰ প্ৰজ্বল কাণ্ড, পীড়িতাই নিজে সমুখলৈ আহি কলে, মোৰ সমুখতে মাক..., মোৰ লগতো...

বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

বিদায় বীৰুৱালা...পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.