• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

2 years ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

53 minutes ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান

editor by editor
May 13, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
বিদায় বীৰুৱালা…পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান
0
SHARES
320
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিদায় বীৰুৱালা…

সমাজৰ পৰা ডাইনী হত্যাৰ কু-প্ৰথা আৰু অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাবে ঐকান্তিক প্ৰয়াস চলাই অহা পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান। আজি ২০২৪ চনৰ ১৩ মে’ তাৰিখ সোমবাৰে বিদায় মাগে কুসংস্কাৰ বিৰোধী, সমাজ সংস্কাৰক বীৰুৱালা ৰাভাই।

কৰ্কট ৰোগত আক্ৰান্ত হৈ ৭০ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেঞ্চাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে বীৰুৱালা ৰাভাৰ। ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷

কেইবাটাও দশক ধৰি এলান্ধুকলীয়া নীতি-নিয়মৰ বিৰুদ্ধে এক সবল কণ্ঠ, এক বাংময় প্ৰতিবাদ তথ ডাইনী কু প্ৰথাৰ বিৰুদ্ধে যুঁজ দিয়া ৰাভাই ২০২১ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তাৰোপৰি উত্তৰ-পূৱ তথা অসমৰ প্ৰথমগৰাকী লোক হিচাপে ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত হৈছিল।

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তেওঁৰ বিবাহ হয় গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে৷

পুত্ৰৰ মানসিক ৰোগ হোৱাত সমাজৰ মানুহে ডাইনী সজাবলৈ যো-জা কৰাৰ সময়তে শ্বিলঙৰ মানসিক হাস্পতালত ভৰ্তি কৰাই লগতে ইয়াৰ বিৰুদ্ধে মাত মাতে। সেয়াই যেন আৰম্ভণি।

২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল বীৰুৱালা ৰাভা। বৰ্তমানলৈকে বিৰুবালা ৰাভাই প্ৰায় ৪০ৰো অধিক লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।

সেই সাহসী কণ্ঠৰ আজি নুমাই পৰিল জীৱন জ্যোতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অসমবাসীৰ অতি মৰমৰ বীৰুবালা ৰাভাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব বুলি ঘোষণা কৰে৷ আৰু এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ কেবিনেট সতীৰ্থদ্বয় শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰীজয়ন্ত মল্লবৰুৱাক দায়িত্ব প্ৰদান কৰা হৈছে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Birubala RabhaCancerPadma shriwitch-hunting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
Next Post
দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ’ব, ওজন বৃদ্ধিতো বাধা

এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ'ব, ওজন বৃদ্ধিতো বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.