• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ’ব, ওজন বৃদ্ধিতো বাধা

2 years ago
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

42 minutes ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

1 hour ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

2 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

3 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

4 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

5 hours ago
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

6 hours ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ’ব, ওজন বৃদ্ধিতো বাধা

editor by editor
May 13, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ’ব, ওজন বৃদ্ধিতো বাধা
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হব, ওজন বৃদ্ধিতো ৰোধ কৰিব

আমাৰ চৌপাশে বিভিন্ন ধৰণৰ ঔষধী গুণ বিশিষ্ট উদ্ভিদ পোৱা যায়। যি আমাৰ শৰীৰৰ বাবে অতি লাভ দায়ক। ভগৱান শিৱৰ প্ৰিয় ধতুৰা অতিকে উপকাৰী।
এই ঔষধি উদ্ভিদে আমাৰ শৰীৰত হোৱা বিভিন্ন ধৰণৰ ৰোগ নিৰাময় কৰে শাৰীৰিক শক্তিৰ লগতে এই ঔষধে কটা-ছিঙা, ঘাঁ আদি অতি তীব্ৰতাৰে ভাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু আমি চিকিৎসকৰ তত্বাৱধান আৰু পৰামৰ্শ লৈহে এই ঔষধ ব্যৱহাৰ কৰা উচিত।

পুৰুষৰ ক্ষেত্ৰত চুলি সৰি তপা হোৱা সমস্যা আঁতৰ কৰে এই ধতুৰাৰ গছে। ইয়াক সেৱন কৰিলে আমাৰ শৰীৰটো অতি ভাল আৰু সুস্থ হৈ থাকে। ইয়াক ভগৱান শিৱৰ প্ৰসাদ বুলিও গণ্য কৰা হয়। যিটো ভগৱান শিৱক অৰ্পণ কৰা হয়।

বেঙুনীয়া ধতুৰা আয়ুৰ্বেদিক আৰু ধৰ্মীয় কামত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয় আৰু হাঁপানী , কাহ আৰু চৰ্দি আৰু বিষা বেমাৰৰ চিকিৎসাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়।

অৱশ্যে কোনোদিনে ভুলতো কেঁচা ধতুৰাৰ ব্যৱহাৰ নকৰিব। সদায়ে শুকান গুটি বা ফল ব্যৱহাৰ কৰিব। কেঁচা ধতুৰাত বিষাক্ত পদাৰ্থ মজুত থাকে। সেয়ে চিকিৎসকৰ পৰামৰ্শ লৈ শুকান পাত-ফল ব্যৱহাৰ কৰিব।

ইয়াক ব্যৱহাৰ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়
ধতুৰাৰ ফল, ফুল আৰু পাতৰ লগতে সকলো বস্তু ব্যৱহাৰ কৰা হয়। যিটো শৰীৰৰ বাবে উপকাৰী আৰু ইয়াৰ পাতবোৰে ঘাঁ ভাল হোৱাতো সহায়ক। মেদবহুলতা হ্ৰাস কৰে আৰু শাৰীৰিক ক্ষমতা শক্তিশালী কৰে। কিন্তু আমি চিকিৎসকৰ পৰামৰ্শ মতে এই ঔষধ ব্যৱহাৰ কৰা উচিত কাৰণ ইয়াৰ উপকাৰিতাৰ লগতে ইয়াৰ পাৰ্শ্বক্ৰিয়াও যথেষ্ট বেছি। গতিকে আমি এই ঔষধ কেৱল চিকিৎসকৰ তত্বাৱধানতহে ব্যৱহাৰ কৰা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BenefitsdaturaSide Effects
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

June 3, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

June 3, 2026
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ
জীৱনশৈলী

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

June 3, 2026
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

June 3, 2026
Next Post
৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন