• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

2 years ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

32 minutes ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

9 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

9 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

10 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

11 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

11 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

12 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

13 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

13 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

14 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

editor by editor
May 13, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ
0
৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

মালয়ালম চিনেমাৰ ছুপাৰষ্টাৰ এগৰাকীৰ নতুন চিনেমা আহি আছে। যাক লৈ এতিয়া দৰ্শকৰ মাজত হৈ চৈ লাগি গৈছে। চিনেমাৰ ট্ৰেইলাৰ মুকলিৰ পাছতে হাহাকাৰ লাগি গৈছে চাৰিওফালে। কিয়নো ৭২ বছৰ বয়সতো চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰি ছুপাৰ এক্সন দেখুাৱাইছে অভিনেতাই।

ছুপাৰষ্টাৰ মেমুট্টিয়ে এতিয়াও ৭২ বছৰ বয়সত এখন ভাল ছবি কৰি আছে। পৰ্দাত অভিনয় কৰি অভিনেতা এজনৰ বয়স অনুমান কৰাটো অতি কঠিন। মেমুটিয়ে তেওঁৰ আগন্তুক ছবি ‘টাৰ্বো’ৰ বাবে শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুক্তি পাইছে আৰু মুক্তিৰ লগে লগে ট্ৰেইলাৰে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। মালয়ালম নৱবৰ্ষ উপলক্ষে এই ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছিল নিৰ্মাতাসকলে। চলিত মাহত মুক্তিৰ বাবে সাজু হৈছে Mammootty ৰ ‘Turbo’।

ট্ৰেইলাৰত প্ৰবীণ অভিনেতা মেমুটিয়ে ডাঙৰ একচন কৰা দেখা গৈছে। ইয়াৰ লগতে ছবিখনৰ ২ মিনিট ১৩ ছেকেণ্ডৰ ট্ৰেইলাৰত প্ৰচণ্ড পৰিমাণৰ একচন আৰু কমেডী দেখা যায়।

‘টাৰ্বো’ৰ ট্ৰেইলাৰে হৃদয় জয় কৰিছে
ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰা টাৰ্বোক পছন্দ কৰিছে দৰ্শকে। ছবিখনৰ ট্ৰেইলাৰ দেখাৰ লগে লগে দৰ্শকে ছবিখনক ব্লকবাষ্টাৰ বুলি ঘোষণা কৰে।

https://youtu.be/fwXnFdV1Hbc?feature=shared

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MalayalamMalayalam MovieMammoottyTurbo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
Next Post
সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

সাধাৰণ হৈয়ো অসাধাৰণ কিয় পদ্মশ্ৰী বীৰুৱালা? আপুনি কিয় সোঁৱৰিব বীৰুৱালা ৰাভাক?

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.