• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

2 years ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

15 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

2 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

13 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

14 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

15 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

15 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

15 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

তিনিদিনৰ মাজত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা

editor by editor
May 13, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
তিনিদিনৰ ভিতৰত দুবাৰকৈ ঘৰ সলনি কৰিছে সূৰ্যই, ধন লাভৰ যোগ ৪ৰাশিৰ ভাগ্যত, কাটিব সকলো বাধা
0
SHARES
32.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  জ্যোতিষ গণনা অনুসৰি সূৰ্যই এটা এটা ৰাশিত ৩০ দিন ধৰি বিচৰণ কৰে৷ সূৰ্যই কেৱল ৰাশি পৰিবৰ্তন কৰে তেনে নহয় সকলোবোৰ নক্ষত্ৰই ৰাশি পৰিবৰ্তন কৰি থাকে৷ মে মাহত মাত্ৰ তিনি দিনৰ ব্যৱধানত সূৰ্যই ৰাশি পৰিবৰ্তন কৰিব৷ ১১ মেত সূৰ্যই ৭ বাজি ১৩ মিনিটত কৃতিকা নক্ষত্ৰত প্ৰৱেশ কৰিছে৷ এই তিনি দিন অৰ্থাৎ ১৪ মেৰ সন্ধিয়া ৬ বাজি ৪ মিনিটত বৃষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ৩ দিনৰ মাজত সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ ফল কেইটামান ৰাশিৰ জাতকৰ ধন সম্পত্তি বৃদ্ধি পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ সূৰ্যৰ গোচৰৰ ফলত কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব জানি থওক৷

মেষ ৰাশি

সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ ফল মেষ ৰাশিৰ জাতকৰ জীৱনত আনন্দ বৃদ্ধি হ’ব৷ অৰ্থৰ আগমন হোৱাৰ সম্ভাৱনা আছে৷ মেষ ৰাশিৰ যিসকল জাতকে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ বদলিৰ যোগ আছে৷ আইনী গোচৰত জয় লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ সামাজিক পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ আভিভাৱকৰ সমৰ্থন লাভ কৰিব৷ বাধা বিঘিনি দূৰ হ’ব৷

বৃষ ৰাশি

সূৰ্যৰ গোচৰত বৃষ ৰাশিৰ জাতকৰ জীৱনত শুভ সংযোগ তৈয়াৰ হ’ব৷ সূৰ্যৰ নক্ষত্ৰ আৰু ৰাশি পৰিবৰ্তনৰ শুভ প্ৰভাৱ বৃষ ৰাশিৰ জাতকৰ অসাধাৰণ লাভ হ’ব৷ সমাজত প্ৰশংসিত হ’ব৷ ব্যক্তিত্ব উন্নত হ’ব এই ৰাশিৰ জাতকৰ৷ সুখ-সুবিধা বৃদ্ধি হ’ব৷ সূৰ্যৰ ৰাশি পৰিবৰ্তন আপোনাৰ বাবে আশীৰ্বাদতকৈ কম নহয়৷ সমস্ত ৰৈ থকা কাম সম্পন্ন হ’ব৷ নতুন পৰিকল্পনাত সফল হ’ব৷

সিংহ ৰাশি

সূৰ্যৰ গোচৰৰ শুভ প্ৰভাৱ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ৷ কাৰ্যালয়ত নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে৷ উচ্চাধিকাৰীসকলৰ সহযোগিতা লাভ কৰিব৷ কেৰিয়াৰত উন্নতিৰ একাধিক সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ পদোন্নতিৰ সম্ভাৱনা বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস পাব৷ ইয়াৰ দ্বাৰা ধন লাভৰ পথ প্ৰশস্থ হ’ব৷

মকৰ ৰাশি

সূৰ্যৰ কৃতিকা নক্ষত্ৰ আৰু বৃষ ৰাশিত প্ৰৱেশে মকৰ ৰাশিৰ জাতকক সহায় কৰিব৷ পৰিয়াল আৰু বন্ধুৰ সহায়ত ধন লাভৰ নতুন সুযোগ পাব৷ ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা বৃদ্ধি পাব৷ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত অসাধাৰণ সাফল্য লাভ কৰিব৷ সমাজত আপোনাৰ মান-সন্মান বাঢ়িব৷ এই ৰাশিৰ কিছু জাতকে বহুদিন ধৰি পাবলগীয়া ধন এই সময়তে লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

ছানীৰ ওপজা দিন! ৪৩ বছৰ গৰকা ছানীৰ ৪৩ টা অজানা কথা জানি থওক আপুনিও

মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.