• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

2 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

31 minutes ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

51 minutes ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

2 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

3 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

4 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

5 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

6 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন

editor by editor
May 13, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
মাজে মাজে চাই থাকক! যিকোনো মুহূৰ্ততে একাউণ্টত সোমাব ধন
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকললৈ আহি আছে ভাল এক আঁচনি৷ প্ৰত্যেক গৰাকী মহিলাৰ একাউণ্টত পোনপটীয়াকৈ সোমাব ধন৷ এই চৰকাৰী আঁচনিৰ অধীনত ধন লাভ কৰিবলৈ কি কি তথ্য জমা দিব লাগিব মহিলাসকলে? এই আঁচনিৰ অধীনত সকলো মহিলাই উপকৃত হ’ব৷

মহিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনা এই আঁচনি কি?

মহিলাৰ বাবে অৰুণোদয় আঁচনি আনিছে ৰাজ্য চৰকাৰে৷ মহিলাকেন্দ্ৰীক কেইবাখনো আঁচনি আছে কেন্দ্ৰীয় চৰকাৰৰো৷ এই আঁচনিসমূহৰ সহায়তে মহিলাসকল স্বাৱলম্বী হৈ উঠিছে৷ কেন্দ্ৰীয় চৰকাৰে অনা নতুন আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব ৬০০০কৈ টকা৷ অৱশ্যে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ কেইটামান যোগ্যতাৰ প্ৰয়োজন৷ কোনবোৰ মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব? জানি থওক সবিশেষ৷

এই আঁচনিৰ সুবিধা লাভ কৰিব গৰ্ভৱতী মহিলাসকলে৷ দেশৰ সকলো গৰ্ভৱতী মহিলাই এই সুবিধা লাভ কৰিব৷ পোনপটীয়াকৈ মহিলাসকলৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এই ধন৷ কেন্দ্ৰীয় চৰকাৰে মহিলাক এই ধন দিয়াৰ কাৰণ হৈছে এগৰাকী গৰ্ভৱতী মহিলাই যাতে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পাৰে৷ আৰু পুষ্টিকৰ খাদ্য খালেহে এটা সুস্থ সৱল শিশুৰ জন্ম হ’ব৷

চৰকাৰী আঁচনিখনৰ নাম হৈছে মাতৃত্ব বন্দনা যোজনা৷ যদি আপোনাৰ ঘৰতো গৰ্ভৱতী মহিলা আছে তেন্তে আপুনিও এই আঁচনিৰ বাবে আৱেদন কৰিব পাৰে৷ এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ মাতৃত্ব বন্দনা যোজনাৰ সুবিধা লাভ কৰিবলৈ গৰ্ভৱতী মহিলাই কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ আৱেদন কৰিব লাগিব৷ এই আঁচনিত আৱেদন কৰিবলৈ গৰ্ভৱতী মহিলাগৰাকীৰ বয়স ১৯ বছৰৰ ওপৰত হ’ব লাগিব৷ আৱেদনৰ বাবে অফিচিয়েল ৱেবচাইটৰ ওপৰিও ঘৰৰ কাষৰ অংগনবাড়ী কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে৷ নতুবা এই আঁচনিৰ ৱেবছাইট (https://wcd.nic.in/schemes/pradhan-mantri-matru-vandana-yojana) গৈ অনলাইনযোগেও আবেদন কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
এগৰাকী মহিলাৰ অভিশাপতেই শেষ হৈছিল শ্ৰী কৃষ্ণ আৰু যদুবংশ, কিমান বছৰ বয়সত দেহত্যাগ কৰিছিল শ্ৰীকৃষ্ণই?

নিষিদ্ধ হ’ল ৰঙা লিপষ্টিক? কোনো নাৰীয়ে লগাব নোৱাৰিব ৰঙা লিপষ্টিক, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন