• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

2 years ago
লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

33 minutes ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

55 minutes ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

2 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

4 hours ago
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

5 hours ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

6 hours ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

editor by editor
May 13, 2024
in খাদ্য, জীৱনশৈলী
0
দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য
0
SHARES
263
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘ সময়লৈ যৌৱন ধৰি ৰাখিব বিচাৰে নেকি, তেন্তে সেৱন কৰক কেৱল এই ৩ বিধ খাদ্য

যদি আপুনি দীৰ্ঘ সময়লৈ ধুনীয়া আৰু যৌৱন ধৰি ৰাখিব বিচাৰে তেন্তে আপুনি আপোনাৰ খাদ্যৰ ওপৰত ভালকৈ চকু দিব লাগিব। আপোনাৰ খাদ্যত এণ্টিঅক্সিডেণ্ট, হেল্ডী ফেট, প্ৰয়োজনীয় পোষক তত্বৰে ভৰপুৰ খাদ্য খাব লাগিব। যিয়ে আপোনাৰ শৰীৰত বাহিৰৰ লগতে ভিতৰৰ পৰাও ভালে ৰাখিব।

ছাল যদি ভিতৰৰ পৰাই ভালে থাকে তেন্তে আপুনি আৰু বজাৰৰ পৰা বহু নামী-দামী প্ৰসাধন ব্যৱহাৰ নকৰিলেও হব। তেনে লাভ পাবলৈ হলে তিনিবিধ বিশেষ খাদ্য গ্ৰহণৰ প্ৰয়োজন।

কেপচিকাম- ৰঙা কেপচিকাম তথা শিমলা মিৰ্চ এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ , যিয়ে বয়স বঢ়াৰ প্ৰক্ৰিয়া লেধেম কৰে। কেপচিকামচ ভিটামিন চি ভৰপুৰ মাত্ৰাত থাকে। ইয়াত কেৰোটিনাইড নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে, যি ছালৰ বাবে অতিকে ভাল।

মিঠা আলু- মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ই ছালৰ নমনিয়তা বজাই ৰাখে। লগতে ছালৰ কোষক সুস্থ ৰাখে। ই ভিটামিন চি আৰু ভিটামিন ই ৰো ফলদয়ক।

পালেং- পালেং শাক ছুপাৰ হাইড্ৰেটিং আৰু এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ । ইয়াক ছুপাৰ ফুড বুলি মানা হয়। বহু গুণৰ লগতে ইয়াক কেঞ্চাৰ প্ৰতিৰোধী বুলিও কোৱা হয়। কেঞ্চাৰ চেলছৰ বৃদ্ধিক বাধা প্ৰদান কৰে পালেং শাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: foodGood FoodHealthy Foodskin careViral Story
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ
জীৱনশৈলী

June 3, 2026
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

June 3, 2026
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক
অপৰাধ

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

June 3, 2026
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি
জীৱনশৈলী

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

June 3, 2026
Next Post
এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ’ব, ওজন বৃদ্ধিতো বাধা

এই বিশেষ ফুলৰ গছ বিধৰ সমুখত সকলো ঔষধ বিকল, তপা হোৱা সমস্যা দূৰ হ'ব, ওজন বৃদ্ধিতো বাধা

৭২ বছৰ বয়সতো ছুপাৰ এক্সন, চিনেমাৰ ট্ৰেইলাৰ দেখি আচৰিত দৰ্শক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন