• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

2 years ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

11 minutes ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

2 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

2 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

3 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

4 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

5 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

8 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

editor by editor
May 16, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জন্ম ছেকেন্দ্ৰাবাদত৷ পঢ়াশুনা দিল্লীত৷ খেলাধুলাৰ আৰম্ভনিও দিল্লীতেই৷ কিন্তু ফুটবল কেৰিয়াৰৰ প্রথম চাৰি বছৰ খেলিছে কলকাতাৰ মোহনবাগানত৷ ইষ্টবেংগলৰ হৈ খেলিছে দুবছৰ৷ কলকাতাতেই দেশৰ জাৰ্ছি পিন্ধি জীৱনৰ শেষ মেচো খেলিলে সুনীল ছেত্ৰীয়ে৷ সুনীল ছেত্ৰীৰ অৱসৰৰ লগে লগেই অৱসান ঘটিল এটা যুগৰ৷

বৃহস্পতিবাৰে পুৱাই সামাজিকমাধ্যমযোগে এক ভিডিঅ’বাৰ্তা শ্বেয়াৰ কৰিছে সুনীল ছেত্ৰীয়ে৷ ভিডিঅ’ বাৰ্তাত সুনীলে কৈছে, ‘জীৱনৰ এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰিম৷ যিদিনা দেশৰ জাৰ্ছি প্ৰথমবাৰ পিন্ধিছিলো৷ ভাৰতৰ হৈ খেলত নামিছিলো৷ অবিশ্বাস্য অনুভূতি আছিল সেয়া৷ দেশৰ হৈ খেলিবলৈ সুযোগ লাভ কৰাৰ আগদিনা পুৱা জাতীয় দলত আমাৰ কোচ সুখবিন্দৰ সিং ছাৰ আহি মোক জনাইছিল যে, মই প্ৰথম একাদশত আছো৷ সেই সুখানুভূতি কেনে আছিল মই ভাষাৰে বুজাব নোৱাৰিম৷’

সুনীলৰ সংযোজন, ‘জাৰ্ছি প্ৰথম হাতত পালো তেতিয়া তাৰ সুগন্ধিয়ে মোক অদ্ভুত শিঁহৰণ দিছিল৷ কিয় নাজানো৷ সেই দিনা যি হৈছিল সকলোবোৰ মোৰ চকুত জল-জল পট-পট হৈ আছে৷’ দেশৰ হৈ খেলাৰ যি আনন্দ থাকে তেনেকৈয়ে থাকে অসহনীয় চাপো৷ সুনীলে এই সন্দৰ্ভত কয়, ‘বিগত ১৯ বছৰ অসহ্য চাপ আৰু দেশৰ হৈ খেলাৰ আনন্দ দুয়োটাই মোৰ জীৱনলৈ আহিছে৷ ব্যক্তিগতভাৱে মই কেতিয়াও ভৱাই নাছিলো দেশৰ হৈ যে ইমান মেচ মই খেলিম৷ ভাল হওক বা বেয়া সকলো সময়ে মই সোঁৱৰিম৷ বিগত এক ডেৰমাহ মই নিজক লৈ ভাৱিছো৷ মই খেলি আছো, কিন্তু কলকাতাত খেলা সেই মেচেই শেষ মেচ হ’ব তেতিয়াও ভৱা নাছিলো৷’

উল্লেখ্য যে ২০০৫ চনৰ ১২ জুনত পাকিস্তানৰ বিৰুদ্ধে জাতীয় দলৰ জাৰ্ছী প্ৰথম পিন্ধিছিল সুনীল ছেত্ৰীয়ে৷ অভিষেক মেচতেই গল দিছিল সুনীলে৷ সুনীলৰ প্রথম আন্তৰ্জাতিক প্ৰতিযোগীতা আছিল ২০০৭ চনৰ নেহৰু কাপ৷ প্ৰথম মেচত কম্বোডিয়াক ৬-০ গলত হৰুৱাই ভাৰতীয় দলে৷ সেই মেচত দুটা গলেই দিছিল সুনীলে৷ চিৰিয়াৰ বিৰুদ্ধে হোৱা খেলত পৰাস্ত হ’লেও কিৰঘিজস্থানৰ বিৰুদ্ধে খেলা মেচত জয়ী হৈছিল ভাৰতীয় দল৷ সেই মেচতো সুনীলৰ গলেই ভাৰতীয় দলক দিছিল জয়ৰ সোৱাদ৷

সেয়া আৰম্ভণি৷ তাৰপাছতেই ক্ৰমশ ভাৰতৰ এক নম্বৰ ষ্ট্ৰাইকাৰ হৈ উঠে সুনীল৷ বাইছুং ভুটীয়াই অৱসৰ নোৱাৰ পাছত সুনীলেই ভাৰতীয় ফুটবলৰ মুখ হৈ উঠে৷ নিজস্ব প্ৰতিভা আৰু দক্ষতাৰে তেওঁ বাকীসকলক টক্কৰ দিয়ে৷ কিমানবাৰ তেওঁ ভাৰতক লজ্জাৰ পৰা ৰক্ষা কৰিছিল সেই কথা কৈ শেষ কৰিব নোৱাৰি৷ তেঁওক লৈ সেয়ে দেশেও গৰ্ব কৰে৷ বৰ্তমান পৰ্যন্ত সুনীলৰ উত্তৰসূয়ী অহা নাই ভাৰতীয় দললৈ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
Next Post
ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.