• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ শলঠেকত বীৰেণ ছাৰ, ছাত্ৰীক ভাল পাবলৈ গৈ ৰোষত পৰিল অভিভাৱকৰ

এইবাৰ শলঠেকত বীৰেণ ছাৰ, ছাত্ৰীক ভাল পাবলৈ গৈ ৰোষত পৰিল অভিভাৱকৰ

2 years ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

31 minutes ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

1 hour ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

2 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

2 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

3 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

3 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

4 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

4 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

5 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

5 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইবাৰ শলঠেকত বীৰেণ ছাৰ, ছাত্ৰীক ভাল পাবলৈ গৈ ৰোষত পৰিল অভিভাৱকৰ

editor by editor
May 16, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
এইবাৰ শলঠেকত বীৰেণ ছাৰ, ছাত্ৰীক ভাল পাবলৈ গৈ ৰোষত পৰিল অভিভাৱকৰ
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শলঠেকত বীৰেণ ছাৰ, কন কন ছাত্ৰীক ভাল পাবলৈ গৈ ৰোষত পৰিল অভিভাৱকৰ

এইবাৰ পাল বীৰেণ ছাৰৰ। শুদাই নেৰে ৰাইজে, ক্ষমা খুজি খুজি ভাগৰি পৰিছে ছাৰ। পাছে সাৰি যায় ক’ত অৱশেষত আৰক্ষীৰ সৈতে যাত্ৰা কৰিলে থানালৈ বুলি।

কন কন ছাত্ৰীক প্ৰেম কৰিবলৈ গৈ শলঠেকত প্ৰাকমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। ছাত্ৰীক মৰম যাঁচি ভাৱিছিল সাৰি যাব, পাছে অভিভাৱকে সকলো জানি পাৰি খেদি আহে বিদ্যালয়লৈ। বহু ছাত্ৰীৰ মুখত এটাই নাম ‘এয়া কাম কৰিছে বীৰেণ ছাৰে’।

এইবাৰ ৰাইজৰ ৰোষত এগৰাকী প্ৰাথমিক বিদ্যাল়য়ৰ প্ৰধান শিক্ষক। ছাৰৰ নাম বীৰেণ দাস। বীৰেণ ছাৰৰ আকৌ ছাত্ৰ ছাত্ৰীক পাঠদানৰ প্ৰতি চকু নাই। চকু পঞ্চম শ্ৰেণীৰ কণ কণ ছাত্ৰীৰ ওপৰত।

মৰম কৰাৰ চলেৰে প্রায়েই যৌন আতিশায্য চলাই পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত। একাংশ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী ৰোষৰ পৰিল বীৰেণ দাস নামৰ প্ৰধান শিক্ষক গৰাকী।

স্থানীয় ৰাইজে লপা থপা দি ৰঙিয়া আৰক্ষীক গতাই দিয়ে প্ৰধান শিক্ষক গৰাকীক। ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত জাঁজিকোনাস্তিত নৱ মিলন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেণ দাস। ইয়াৰ পূৰ্বেও এনে বহু অভিযোগ আছে বীৰেণ দাসৰ ওপৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
Next Post
পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ' বনাই এই সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.