• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

2 years ago
আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

2 minutes ago
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

34 minutes ago
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

1 hour ago
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

2 hours ago
Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

Cockroach Janata Partyৰ সহায়ত ভাৰতক অস্থিৰ কৰিব নেকি আমেৰিকাই?

2 hours ago
মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

মিথুন, কন্যা, বৃশ্চিক ৰাশিয়ে পাব শুক্ৰৰ আশীৰ্বাদ! সমস্যা আহিব নেকি বাকী ৰাশিৰ?

2 hours ago
লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

লাখ টকীয়া চাকৰিৰ মায়া এৰি অভিনয় জগতত প্ৰৱেশ এইকেইগৰাকী নায়ক-নায়িকা

3 hours ago
৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

৬ হাজাৰ টকা মাহিলী দৰমহা! কিন্তু দুৰ্নীতিৰে গঢ়িলে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ

3 hours ago
ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

ৰঙা দেখিলেই নিকিনিব লিচু, সকীয়াই দিছে চিকিৎসকে

4 hours ago
মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

মুখৰ অত্যন্ত দুৰ্গন্ধই অশান্তি কৰিছে নেকি? সহজ পদ্ধতিৰে এক মিনিটতে কৰক দূৰ

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

5 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

editor by editor
May 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাৰ্কিঙৰ বাবেই ভয়ংকৰ বিবাদ, চুবুৰীয়াই বাহনেৰে খুন্দিয়াই কাঢ়িলে প্ৰাণ

১২ মে’ৰ নিশাৰ ঘটনা, ঘৰৰ সমুখত বাহন ৰখাই সামগ্ৰী নমাই আছিল এজন ২৮ বৰ্ষীয় যুৱকে। যি ঘটনাক লৈয়ে ঘৰৰ মালিকৰ খং উঠে। পাছত সেই ঘটনাত দুজন লোকক মাৰপিট কৰি দুয়োৰে গাৰ ওপৰেৰ বাহন উঠাই দিয়ে, যাৰ ফলত এজন ঠাইত নিহত হোৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক।

এই ঘটনা গুৰুগ্ৰামৰ। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এটা পেয়িং গেষ্টৰ লগুৱাই ঘৰৰ পৰা কামলৈ বুলি উভতি আহিছিল। ঘটনাৰ দিনা পেয়িং গেষ্টটোৰ কাষতে থকা আন এটা ঘৰৰ সমুখত ভাড়া কৰি অনা বাহন ৰখাই নিজৰ সামগ্ৰী নমাই আছিল। যি কাৰ্যতে খং উঠে ঘৰটোৰ মালিক মনোজ ভৰদ্বাজৰ।

ঘৰৰ মালিক মনোজ ভৰদ্বাজৰ বিলাসী বাহনৰ সমুখত তেনেদৰে এখন ভাড়া বাহন ৰখোৱাক লৈ কাজিয়া আৰম্ভ কৰে। পাছলৈ কাজিয়া বাঢ়ি যোৱাত পেয়িং গেষ্টটোৰ মালিক দুই ভাতৃ ঋষভ আৰু ৰঞ্জক বাহিৰলৈ ওলাই আহি তেঁওলোকৰ লগুৱাৰ হৈ মাত দিয়ে।

কিন্তু পৰিস্থিতি শান্ত হোৱাৰ সলনি আৰু অধিক বেয়াৰ ফালে ঢাল খাই। মনোজ ভৰদ্বাজে ঋষভ আৰু ৰঞ্জককো গালি-গালাজ কৰি কাজিয়া আৰম্ভ কৰে। অভিযোগ অনুসৰি মনোজৰ আন সহযোগী দুজনমানো ওলাই আহি মাৰপিট কৰিবলৈ ধৰে।

ইমানতো শান্ত নহৈ শেষত দুয়ো ভাতৃৰ ওপৰেৰে গাড়ীন চলাই দিলে। যাৰ ফলত সৰু ভাতৃ ঋষভৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে জ্যেষ্ঠ ভাতৃ ৰঞ্জকৰ অৱস্থা সংকটজনক হৈ পৰে।

বৰ্তমানে হাস্পতালত সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছে ৰঞ্জক। আনহাতে আৰক্ষীৰ ওচৰতো গোচৰ ৰুজু কৰা হৈছে। কিন্তু আৰক্ষীয়ে তদন্ত কৰাৰ পূৰ্বেই পলাই সাৰে অভিযুক্ত। আৰক্ষীয়ে বৰ্তমানে অভিযুক্তৰ সন্ধান চলাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiGurugramParkingParking Problem
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া

June 7, 2026
 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!
ৰাজনীতি

 ভাগ্য ফুলিব পাৰে ৰাঘৱ চাড্ডাৰ! লাভ কৰিব পাৰে কেন্দ্ৰীয় মন্ত্ৰিত্ব!

June 7, 2026
‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 
ভাৰত

‘ৰাখে হৰি, মাৰে কোনে’, ৭ দিনলৈ এভাৰেষ্টত কেৱল বৰফ খায়েই জীৱন্তে উভতিল ঘৰলৈ… 

June 7, 2026
REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ
প্ৰযুক্তি

REELS চাবলৈ আটাইতকৈ বেছি পচন্দ কৰে ভাৰতীয়ই! গৱেষণাত আহিছে পোহৰলৈ

June 7, 2026
Next Post
সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ' বনাই এই সাফল্য

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.