• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

2 years ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

12 minutes ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

54 minutes ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

1 hour ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

2 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

2 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

3 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

3 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

4 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

4 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

5 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

14 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

editor by editor
May 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণ মিস্ত্ৰীৰ পৰা ২০০ কোটিৰ মালিক, মাত্ৰ আঢ়ৈ বছৰতে ইউটিউব ভিডিঅ’ বনাই এই সাফল্য

শিক্ষাৰ ফালৰ পৰা কেৱল অষ্টম শ্ৰেণীলৈ পঢ়া এগৰাকী লোক। কৰ্ম জীৱনৰ আৰম্ভণি কৰিছিল এগৰাকী মিস্ত্ৰী হিচাপে। কিন্তু ভাগ্যৰ চকৰি সকলোৰে সদায়ে একে নাথাকে। ই এদিন ঘুৰিবই। তেনেই এক ঘটনা ঘটিছে এগৰাকী লোকৰ জীৱনত। যি বৰ্তমানে ২০০ কোটি টকাৰ মালিক।

মাত্ৰ আঢ়ৈ বছৰতে ইউটিউবত ভিডিঅ’ বনাই জিৰোৰ পৰা হিৰো হৈ পৰিছে এগৰাকী লোক। এদিন ১০০ টকাৰ কাৰণে হাহাকাৰ কৰা ব্যক্তি আজি ২০০ টকাৰ মালিক। তাৰোপৰি আছে ১০ টা ফ্লেট, কেইবাখনো বিলাসী বাহন।

সেই ব্যক্তিগৰাকীয়েই হৈছে জনপ্ৰিয় ইউটিউবাৰ অৰমান মালিক। দুগৰাকী পত্নী ৪ টা সন্তানেৰে সৈতে সংসাৰ থকা অৰমান মালিকে ঘৰুৱা পৰিস্থিতি দেখুৱাইয়ে এইদৰে জনপ্ৰিয় হৈ পৰে ।

সদ্যহতে এক সাক্ষাতত অৰমান মালিকে নিজেই সদৰি কৰে নিজৰ জীৱনৰ বিষয়ে। অষ্টম শ্ৰেণীত দুবাৰকৈ বেয়া কৰাৰ পাছত আৰু কোনোদিনে পঢ়া নহয়। কিন্তু বৰ্তমানে ২০০ কোটিৰ মালিক।

ইয়াৰ উপৰিও আছে ১০টা ফ্লেট, ইয়াৰে ৪ টাট অৰমানে পৰিয়ালৰ সৈতে নিজেই থাকে। অন্য কেইটাত ঘৰৰ কাম কৰা মানুহৰ লগতে তেওঁৰ লগত কাম কৰা দলৰ মানুহ বোৰ থাকে। বৰ্তমানে তেঁওলোকৰ নিজা ষ্টুডিঅ, ৬ জন এডিটৰ, ২ ড্ৰাইভাৰ, ৪ পি এছ ইউ, ৯ সহায়ক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: viral videoVlogerYou tubeYouTube Video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান পাইছিল পৰীক্ষাত, পাছে ফলাফলৰ ৪ দিনৰ পাছতে ব্ৰেইন হেমাৰেজে কাঢ়িলে প্ৰাণ

দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

দেৱ গুৰু বৃহস্পতিৰ বৃষ ৰাশিত প্ৰৱেশ, ফলত এই কেইটা ৰাশিৰ বৃদ্ধি পাব সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.