• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

1 hour ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

2 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

2 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

3 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

4 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

5 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

5 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

6 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

7 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

8 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

8 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
সাধাৰণ ভাৱি উপলুঙা নকৰিব এই ৫লক্ষণ, এই লক্ষণ কৰ্কটৰেই লক্ষণ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাইবেটিছ, কলষ্টৰেলৰ দৰে কৰ্কট ৰোগীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে৷ বিশ্বজুৰি বাঢ়িছে কৰ্কট ৰোগীৰ সংখ্যা৷ ২০২০ চনত প্ৰায় ১০ মিলিয়ন মানুহৰ মৃত্যু হৈছে কৰ্কটত৷ স্তন, হাওঁফাওঁ, কলন, প্ৰষ্টেটৰ দৰে কৰ্কট সবাতোকৈ বেছি৷ কৰ্কট মানেই মাৰণ ৰোগ হ’বই তেনে কোনো কথা নাই৷ চিকিৎসকৰ মতে আপুনি যদি প্ৰথমৰ পৰাই সচেতন হয় তেন্তে কৰ্কটো তেনেই সাধাৰণ ৰোগ৷ কৰ্কটৰ উপসৰ্গসমূহৰ বিষয়ে সেয়ে সচেতন হৈ থাকিব লাগে৷ কৰ্কটৰ কিছু উপসৰ্গ আছে বুলি চিকিৎসকে প্ৰায় সময়তে কৈ আহিছে৷ পুৰুষ মহিলা উভয়ৰে শৰীৰত এই উপসৰ্গেই দেখা দিয়ে৷ কোন কোন উপসৰ্গত নজৰ দিব?

শাৰীৰিক ক্লান্তি

কায়িক পৰিশ্ৰম কৰিলে শৰীৰ দুৰ্বল হয়৷ ক্লান্তি দেখা যায়৷ কৰ্কটত আক্ৰান্ত হ’লে ব্যক্তিৰ শৰীৰ ক্লান্ত হৈ থাকে৷ কৰ্কটৰ কোষ যিমানেই বাঢ়ে সিমানেই শৰীৰত এনাৰ্জিও কমি আহে৷ নিশা টোপনীৰ অন্তত পুৱা উঠিবলৈ মন নোযোৱা লক্ষণে দেখা দিয়ে৷ আনকি এই ক্ষেত্ৰত বাথৰুমলৈকে উঠি যাবলৈকো শৰীৰে নিদিয়ে৷ হাত-ভৰি অৱশ লাগে৷ বিশ্ৰাম ল’লে শৰীৰটো অলপ ঠিক হয়৷ কিন্তু সম্পূৰ্ণ সুস্থ হৈ নাযায়৷ এই লক্ষণ দেখা দিলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক৷

ওজন কমি যোৱা

বেছিভাগ মানুহৰ মাজতেই দেখা যায় যে কৰ্কটৰ কোষ বৃদ্ধি পালে হঠাৎ ওজন কমি যায়৷ এই ওজন কমা এক কেজি বা দুই কেজি নহয়৷ একেসময়তে বহু পৰিমানে শৰীৰৰ ওজন কমি যায়৷

গাত এলাৰ্জি

বহুতৰে কণী, বেঙেনা আদি খাদ্য খালে এলাৰ্জিয়ে দেখা দিয়ে৷ এই ধৰণৰ খাদ্যই শৰীৰত এলাৰ্জিৰ সৃষ্টি কৰাৰ ওপৰিও অন্য সময়তো যদি এলাৰ্জি হৈ থাকে তেন্তে দেৰি নকৰি পৰীক্ষা কৰক৷ ব্লাক কেঞ্চাৰ বা লিউকেমিয়াত আক্ৰান্ত হ’লে এই ধৰণৰ উপসৰ্গই দেখা দিয়ে৷

চকুৰ বিষ

ড্ৰাই আইছৰ সমস্যা থাকিলে কিংবা দীৰ্ঘক্ষণ মোবাইল, লেপটপ চাই থাকিলে চকুৰ সমস্যাই দেখা দিয়ে৷ কিন্তু কৰ্কটত আক্ৰান্ত হ’লে চকুৰ বিষ দীৰ্ঘস্থায়ী হয়৷ কৰ্কটৰ কোষ চকুতো বৃদ্ধি পায়৷ কিন্তু এই বিষয়টোক সকলোৱে গুৰুত্ব নিদিয়ে৷ চকুৰ মণিৰ পিছত, চকুৰ পতাত, অশ্ৰুগ্ৰন্থিত মাৰাত্মক প্ৰদাহ তৈয়াৰ হ’লেই বুজিব যে আপুনি চকুৰ কৰ্কটত আক্ৰান্ত৷

হাড়ৰ বিষ

কৰ্কটত আক্ৰান্ত হ’লে সমগ্ৰ শৰীৰত বিষ হয়৷ বহুতেই ভাৱে এয়া বাত বিষৰ সমস্যা৷ কিন্তু আমেৰিকান কৰ্কট চছাইটিয়ে কৈছে যে হাড়ৰ বিষ দীৰ্ঘস্থায়ী হ’লে এয়া কৰ্কটৰ লক্ষণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.