• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

2 years ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

28 minutes ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

55 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

2 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

3 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

4 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

4 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

5 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

8 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

8 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সেনাই পঢ়িব লাগিব মহাভাৰত, বেদ! ভাৰতীয় সেনাবিভাগত নতুন প্ৰকল্পৰ আৰম্ভণি
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেনা বাহিনীক প্ৰগতিশীল আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্য লৈ উদ্ভৱ নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ মহাভাৰতৰ যুদ্ধ আৰু অৰ্থশাস্ত্ৰ, বেদ, পুৰাণৰ দৰে প্ৰাচীন গ্ৰন্থসমূহ যুদ্ধবিদ্যাৰ কৌশলগত দিশৰ ওপৰত গঠিত৷ অন্য কোনোৱে নহয় এই মন্তব্য কৰা নাই৷ এই মন্তব্য কৰিছে ভাৰতীয় সেনাপ্ৰধান মনোজ পাণ্ডেই৷

মহাকাব্যিক যুদ্ধ অম্বেষণ

ভাৰকৰ সামৰিক ঐতিহ্যক এক প্ৰগতিশীল শক্তিৰ ৰূপ দিয়াৰ বাবে অনুসন্ধান কৰাৰ চেষ্টাও কৰা হৈছে বুলি জনাইছে সেনা প্ৰধানজনে৷ তেওঁ কয়, ভাৰতীয় সেনাবাহিনীয়ে, ‘মহাভাৰতৰ মহাকাব্যিক যুদ্ধ’ অন্বেষণ কিৰছে আৰু মৌৰ্য, গুপ্ত আৰু মাৰাঠাসকলৰ কৌশলগত উজ্জ্বলতা যিয়ে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যক ৰূপ দিছে৷ তাৰ অংশ হিচাপেই এই প্ৰকল্পৰ নাম দিছে ‘উদ্ভৱ’৷

কিয় এই উদ্যোগ লৈছে কেন্দ্ৰই?

মঙলবাৰে ১৮৭০ চনত প্ৰতিষ্ঠিত ভাৰতৰ প্ৰাচীনতম থিংক টেংক, ইউনাইটেড ছাৰ্ভিছ ইনষ্টিটিউছনৰ দ্বাৰা আয়োজিত ভাৰতীয় কৌশলগত সংস্কৃতিত ঐতিহাসিক নিদৰ্শন শীৰ্ষক এক সন্মিলনত বক্তৃতা দিয়াৰ সময়ত এই কথা উল্লেখ কৰিছে সেনাপ্ৰধান মনোজ পাণ্ডেই৷ উল্লেখ্য যে বিগত বছৰত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে আৰম্ভ কৰিছে এই প্ৰকল্প৷ তেওঁ কয়, ‘ভাৰতীয় সেনাবাহিনীত উদ্ভৱ প্ৰকল্পৰ প্ৰধান লক্ষ্য হৈছে মহাভাৰত, বেদ, পুৰাণ, উপনিষদ আৰু অৰ্থশাস্ত্ৰৰ পৰা শিক্ষা লোৱা৷ এই শাস্ত্ৰসমূহত ন্যায়পৰায়ণতা, নৈতিক মূল্যবোধৰ কথা উল্লেখ আছে৷ অচিৰেই এক ৱেবচাইট খুলি এই তথ্যসমূহ সকলোৰে উপলব্ধ হোৱাকৈ মুকলি কৰি দিয়া হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24best news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
Next Post
হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.