• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

2 years ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

1 hour ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

2 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

2 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

3 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

4 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

5 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

5 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

6 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

6 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

8 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

8 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

editor by editor
May 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকেশ আম্বানীয়েই হওক বা ৰতন টাটা, উদ্যোগপতি হিচাপে তেওঁলোকৰ নাম কেৱল ভাৰততেই লোৱা হয় তেনে নহয়৷ বিশ্বৰ সকলো প্ৰান্ততেই তেওঁলোক জনপ্ৰিয়৷ ভাৰতৰ মাটিত ব্যৱসায় আৰম্ভ কৰি বিশ্বৰ বজাৰত ভাৰতীয় উদ্যোগীৰ দপদপনি ইমানো কম নহয়৷ বিদেশৰ মাটিত ভাৰতীয় বংশোদ্ভূতৰ সাফল্যৰ কাহিনী আমি প্ৰায়েই দেখো৷ তেনে এক কাহিনীয়েই সম্প্ৰতি চৰ্চাত আহিছে৷ সেই বিশেষ উদ্যোগীজন হৈছে গোপীচান্দ হিন্দুজা৷

বৰ্তমান গোপীচান্দ হিন্দুজা গোষ্ঠীৰ চেয়াৰমেন৷ সম্প্ৰতি ইংলেণ্ডক ছানডে টাইমছ মেগাজিনে সেই দেশৰ হাজাৰ জন ধনী ব্যক্তি আৰু পৰিয়ালৰ তালিকা প্ৰকাশ কৰিছে৷ সেই তালিকাৰ শীৰ্ষত আছে গোপীচন্দ্ৰৰ নাম৷ ২০২৩চনত দিয়া তথ্য অনুসৰি হিন্দুজা পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ আছিল ৩৭২০ কোটি পাউণ্ড৷ ২০২৪ৰ পৰিসংখ্যাই কৈছে যে তেওঁৰ সম্পত্তিৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৩৯ হাজাৰ কোটি পাউণ্ড৷ যিয়ে দেশৰ সকলো ধনী ব্যক্তি আৰু পৰিয়ালক টক্কৰ দি শীৰ্ষত আহিবলৈ সক্ষম হৈছে৷

ধনীৰ তালিকাত শীৰ্ষ স্থান দখল কৰা হিন্দুজা পৰিয়ালৰ এয়াই প্ৰথম সাফল্য নহয়৷ ২০১৪ চনত গোপীচন্দ্ৰ আৰু তেওঁৰ ভাতৃ শ্ৰীচন্দ ইংলেণ্ডৰ সকলোতকৈ ধনী ব্যক্তি আছিল৷ লক্ষ্যণীয় বিষয় এয়ে যে হিন্দুজা পৰিয়ালে ব্ৰিটেইনত ৬বাৰকৈ ধনীৰ তালিকাত আহিছে৷ গোপীচন্দ হিন্দুজা পৰিয়ালৰ মাজু সন্তান৷ পৰমানন্দ দীপচান্দ হিন্দুজা আৰু যমুনাদেনীৰ চাৰি সন্তান৷ শ্ৰী চন্দ আৰু গোপীচন্দৰ ওপৰিও প্ৰকাশ আৰু অশোকো হিন্দুজা গ্ৰুপৰ সৈতে জড়িত৷ ১৯৪০ চনৰ ২৯ জানুৱাৰীত হিন্দুজা পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গোপীচন্দে৷

মুম্বাইৰ জয় হিন্দ কলেজৰ পৰা আইন বিষয়ত পঢ়াশুনা কৰিছিল৷ তাৰ পাছতেই লণ্ডনৰ ৰিচমণ্ড কলেজৰ পৰা অৰ্থনীতিত পিএইছডি কৰে৷ পঢ়াশুনা চলি থকাৰ মাজতেই ১৯৫৯ চনত পাৰিবাৰিক ব্যৱসায়ত যোগ দিয়ে৷ তাৰপাছতেই ককায়েক আৰু পিতৃৰ সৈতে মিলি ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ লক্ষ্যত নামি পৰে গোপীচন্দ৷ সিন্ধ বৰ্তমানৰ পাকিস্তানৰ পৰা ১৯১৪ চনত প্ৰথমে ব্যৱসায় আৰম্ভ কৰিছিল পৰমানন্দই৷ কাপোৰৰ ব্যৱসায়েৰে আৰম্ভ হৈছিল ব্যৱসায়৷ বেংকিং, তথ্য-প্ৰযুক্তি, বাহন, ছাইবাৰ নিৰাপত্তা, বিনোদন, গণমাধ্যমসহ একাধিক ব্যৱসায় এতিয়া হিন্দুজা পৰিয়ালৰ৷ আনকি ৰিয়েল এষ্টেটৰ দুনীয়াতো হিন্দুজা গোষ্ঠী বেছ পৰিচিত৷ বিশ্বৰ মুঠ ৪৮খন দেশত তেওঁলোকৰ ব্যৱসায় আছে৷১৯৭১ চনত পৰমানন্দৰ মৃত্যুৰ পাছত চাৰি ভাতৃয়ে মিলি পাৰিবাৰিক ব্যৱসায় চলাই আছে৷ ২০২৩ চনত আকৌ গোপীচন্দৰ  জ্যেষ্ঠ ভাতৃ শ্ৰী চন্দৰ মৃত্যুৰ পাছত গোপীচন্দই হিন্দুজা গ্ৰুপৰ কৰ্ণধাৰ হৈ পৰে৷

নব্বৈৰ দশকৰ পৰা ধাৰাবাহিকভাৱে ইংলেণ্ড আৰু এছিয়াৰ ধনী পৰিয়ালৰ তালিকাত আছে হিন্দুজা গোষ্ঠী৷ ২০১৪ চনত যেতিয়া হিন্দুজা গোষ্ঠী এই তালিকাত শীৰ্ষত আহিছিল তেতিয়া তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ১২ হাজাৰ কোটি ডলাৰ৷ গোপীচন্দ আৰু সুনীতা হিন্দুজাৰ আছে তিনিগৰাকী সন্তান৷ দুই পুত্ৰ সঞ্জয় আৰু ধীৰাজ আৰু এগৰাকী কন্যা ৰীতা৷ ২০১৫ চনত সঞ্জয়ে জাকজমকতাৰে বিবাহৰ অনুষ্ঠানো আয়োজন কৰিছিল৷ উদয়পুৰত বিবাহৰ অনুষ্ঠান সম্পন্ন হৈছিল গোপীচন্দৰ পুত্ৰই৷ ভাৰতত জন্মগ্ৰহণ কৰিলেও বৰ্তমান গোপীচন্দ ব্ৰিটেইনত থাকে৷ ১৯৯৭ চনত ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিছে গোপীচন্দে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.