• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

10 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

10 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

10 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

11 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

11 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

11 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

12 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

12 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

12 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

13 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

15 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে

editor by editor
May 27, 2024
in ভাৰত, লেখা
0
সপ্তাহৰ প্ৰথম দিনাই তৈয়াৰ হৈছে ধন যোগ, দুৰ্দান্ত অৰ্থ লাভ হ’ব ৫ৰাশিৰ, কেৰিয়াৰত উন্নতি কোনোৱে ৰখাব নোৱাৰে
0
SHARES
27.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ২৭ মেত চন্দ্ৰই আজি ধনু ৰাশিৰ পৰা বাহিৰলৈ ওলাই মকৰ ৰাশিত বিচৰণ কৰিব৷ চন্দ্ৰৰ ওপৰত মঙলৰ দৃষ্টি থকাৰ বাবে ধন যোগ তৈয়াৰ হ’ব৷ ইয়াৰোপৰি আজিৰ দিনটোত শুভ যোগ, শুক্ল যোগ আৰু পূৰ্বাষাঢ় নক্ষত্ৰৰ শুভ সংকেত থাকিব৷ ইয়াৰ ফলত আজিৰ দিনটোৰ মাহাত্ম্য বৃদ্ধি পাব৷ কিছু ৰাশিৰ জাতকৰ জীৱনত সুখ সমৃদ্ধি আৰু সাফল্য বৃদ্ধি পাব৷ নতুন সম্পত্তি লাভ সম্ভৱ৷ আজি কোন কোন ৰাশিৰ জাতকৰ উন্নতি হ’ব? কাৰ কাৰ লোকচানৰ সম্ভাৱনা আছে? জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিত জাতকে আজি বিনোদনত অংশগ্ৰহণ কৰিব পাৰে৷ উৎসাহিত হৈ সহজেই নিজৰ কাম সম্পন্ন কৰিব৷ পাৰিবাৰিক সমস্যাই আপোনাক দুশ্চিন্তাত পেলাব পাৰে৷ আয় বৃদ্ধিৰ বাবে কোনো প্ৰকল্পত বিনিয়োগ কৰাৰ সিদ্ধান্ত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ মনত নতুন চিন্তাৰ উদয় হ’ব৷ যিয়ে আপোনাৰ তাৎক্ষণিক ব্যৱসায় কাৰ্যকৰী কৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ আজিৰ দিনটো অন্যান্য দিনৰ তুলনাত ভাল কাটিব৷ ধন ধ্যান বৃদ্ধি হ’ব৷ জীৱনত নতুন উৎসাহে দেখা দিব৷ নৱবিবাহিত জাতকে সুসংবাদ পাব৷ ভৱিষ্যৎ পৰিকল্পনা কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পিতৃ-মাতৃৰ পৰামৰ্শ লৈ কাৰ্যকৰী কৰক৷ বিৰোধীসকলৰ সক্ৰিয় হৈ থাকিব৷ নিজৰ চাতুৰ্যৰ সহায়ত সহজেই বিৰোধীক পৰাস্ত কৰিব পাৰিব৷ সপোন পূৰণৰ দিশত খোজ আগবঢ়াব৷

মিথুন ৰাশি

বৃষ ৰাশিৰ জাতকৰ আজিৰ দিনটো অন্যান্য দিনৰ তুলনাত ভালকৈ পাৰ হ’ব৷ অৱসাদ দূৰ কৰাক চেষ্টা কৰক৷ সহজেই নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব৷ কাম সম্পন্ন কৰাৰ বাবে অতিৰিক্ত পৰিশ্ৰম কৰিব৷ জীৱনসংগীৰ সহযোগীতা আৰু সান্নিধ্য পাব৷ আৱেগিক হৈ ভুল সিদ্ধান্ত নল’ব৷ ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে৷

কৰ্কট ৰাশি​

কর্কট ৰাশিৰ জাতক আজি উন্নতিৰ পথত অগ্ৰসৰ হ’ব৷ নিজৰ কামত সফলতা লাভ কৰিব৷ অংশীদাৰীৰ কামত ভাল অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ ব্যৱসায়ত নতুন পথেৰে আগবাঢ়িলে অৰ্থ উপাৰ্জন কৰা সম্ভৱ হ’ব৷ মনৰ মাজত অহংকাৰ পুহি নাৰাখিব৷ মাতৃক নিজৰ মনৰ কথা খুলি ক’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক আজি সতৰ্ক হৈ চলক৷ মনৰ মাজত প্ৰতিযোগীতাৰ ইচ্ছা উৎপন্ন হ’ব৷ দাম্পত্য জীৱনত অৱসাদে দেখা দিব পাৰে৷ কোনো কামত সমস্যৰ সৃষ্টি হ’লে পৰিয়ানৰ সৈতে আলোচনা কৰি আগবাঢ়ক৷ সন্তানে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিব৷ ভাৱিচিন্তি কথা কওক৷ প্ৰিয়জনৰ সহযোগীতা লাভ কৰিব৷ ব্যৱসায়ত যিকোনো ডিল চূড়ান্ত হ’লেও ৰৈ যাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ আজিৰ দিনটো প্ৰত্যাহ্বানপূৰ্ণ৷ কোনো সমস্যা উৎপন্ন হ’লেও ভয় কৰাৰ কাৰণ নাই৷ কৰ্মক্ষেত্ৰত বিৰোধীৰ মোকাবিলা কৰিব পাৰিব৷ ধৈৰ্য ধৰি থাকক৷ কামত খৰধৰ কৰিলে ভুল হ’ব পাৰে৷ চাকৰিয়াল জাতকে ভাগ্যৰ পূৰ্ণ সংগ পাব৷ ইয়াৰ ফলত সহজেই সকলো কাম সম্পন্ন হ’ব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে আজিৰ দিনটোত আৰ্থিক দিশেৰে ভালকৈয়ে কটাব৷ প্ৰথমে কিছু চেলেঞ্জেৰে দিনটো আৰম্ভ হ’ব৷ কাকো ধন ধাৰলৈ নিদিব৷ কাৰণ সেই ধন আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা খুবেই কম৷ পৰিয়ালৰ কোনো সদস্যৰ ক্ষোভৰ চিকাৰ হ’ব পাৰে আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.