• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত

কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত

2 years ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

6 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

17 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

18 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

23 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

24 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত

editor by editor
May 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, শিক্ষা
0
কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, ৰেমাল ঘূৰ্ণীৰ বাবেই এই সিদ্ধান্ত

কাইলৈ ২৯ মে’ তাৰিখ বুধবাৰে অসমৰ শিক্ষনুষ্ঠান বন্ধ ৰখাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইতিমধ্যে গুৱাহাটীকে ধৰি কেইবাখনো জিলাত বন্ধ ঘোষণা কৰা হৈছে। ৰেমাল ঘূৰ্ণীবতাহৰ বাবেই এই নিৰ্দেশনা।

আজি ২৮ মে’ তাৰিখ মঙলবাৰেও কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। প্ৰতিকুল বতৰৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছিল। কালি নিশাৰে পৰা অহা ধুমুহা বৰষুণৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাজনিত কাৰণত শিক্ষনুষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান জনোৱা হৈছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স (টুইটাৰ) যোগে সদৰি কৰে ঘোষণা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা বতৰৰ বতৰাৰ ওপৰতে এই নিৰ্দেশনা জাৰি। ৰাজ্যৰ যি কেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে সেই কেইখন জিলাৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ।

জাৰি কৰা জাননি অনুসৰি- নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাৰ সকলো শিক্ষনুষ্ঠান কাইলৈ ২৯ মে’ তাৰিখে বন্ধ থাকিব।

ইয়াৰ বাহিৰে আজিতেই জিলা প্ৰশাসনৰ ফালৰ পৰা বন্ধ ঘোষণা কৰা অন্য ঠাই হৈছে- গুৱাহাটী মহানগৰী, নদীদ্বীপ মাজুলী আদি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam SchoolcycloneRemalremal CycloneSchool Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

June 5, 2026
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…
অসম

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
Next Post
মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ’ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

মাজত মাথো ৩ টা দিন , ১ জুনৰ পৰা সলনি হ'ব এই কেইটা নিয়ম, আজিয়েই জানি থওক

কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

কোন হ'ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক, দৌৰত আছে শচীন, ধোনী, যুৱী, গম্ভীৰৰ নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.