• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

2 years ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

45 minutes ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

2 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

3 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

4 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

6 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

7 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

8 hours ago
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

editor by editor
June 13, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ

কুৱেইটৰ অগ্নিকাণ্ডৰ ঘটনাৰ মাজতে আহিছে আন এক শোকাৱহ ঘটনা। একেলগে প্ৰাণ হেৰুৱালে ৮০ গৰাকী লোকে। ইয়াৰে ২১ টি শিশু বুলি জানিব পৰা গৈছে। কংগোৰ ৰাজধানী কিনছাছাৰ সমীপৰ এখন নদীত সংঘটিত হৈছে এই অতিকে শোকাৱহ ঘটনাটো।

যাত্ৰাৰ সময়ত নাওখনত ২৭০গাৰীক লোক আছিল বুলি জানিব পৰা গৈছে। সাঁতুৰি ১৫০ জনতকৈ অধিক লোকে প্ৰাণ ৰক্ষা কৰে। ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, প্ৰয়োজনতৈ অধিক যাত্ৰী কঢ়িয়াই নিছি নাওখনে। যাৰ বাবে অত্যাধিক ওজন সহিব নোৱাৰি নদীৰ মাজভাগ পোৱাৰ পাছতে নাওখন ভাঙি যোৱাৰ লগতে ওলটি যায়। কংগোত টকাৰ অভাৱতে মানুহে সুবিধা থকাৰ পাছতো এনে বিপদসংকুল নাওৰে যাত্ৰা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBoatboat accidentCongo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক
জীৱনশৈলী

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

March 22, 2026
Next Post
এটা প্লাষ্টিকৰ পানীৰ বটলে গাড়ীত অগ্নিকাণ্ড সংঘটিত কৰিব পাৰে! এতিয়াই আঁতৰ কৰক

আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন