• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ

আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ

2 years ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

12 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

38 minutes ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

3 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

12 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

13 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

13 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

14 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

15 hours ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ

editor by editor
June 13, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইচক্ৰীমত ওলাল মানুহৰ আঙুলি, আধা খোৱাৰ পাছত দেখা পাই হাহাকাৰ

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন ফটো। আইচক্ৰীমত ওলাল মানুহৰ আঙুলি। খাই থকা অৱস্থাত হঠাতে মানুহৰ কটা যোৱা আঙুলি দেখি হাহাকাৰ। আনলাইন যোগে অৰ্ডাৰ কৰিছিল এই আইচক্ৰীম।

মুম্বাইৰ মালাডৰ এজন ব্যক্তিয়ে অনলাইনযোগে আইচক্ৰীমৰ অৰ্ডাৰ দিছিল। অৰ্ডাৰ অহাৰ পাছত লোকগৰাকীয়ে মজাৰে আইচক্ৰীম খাই থাকে, কিন্তু হঠাতে আইচক্ৰীমৰ কনৰ ভিতৰত মানুহৰ আঙুলিৰ টুকুৰা এটা উদ্ধাৰ কৰে। লগে লগে হাহাকাৰ লাগি যায়। পিছত ব্যক্তিজনে ওচৰৰ মালাড থানাত উপস্থিত হৈ এই বিষয়ে অৱগত কৰে।

আৰক্ষীয়ে ইয়াম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে এই আইচক্ৰীমত পোৱা মানুহৰ আঙুলিৰ টুকুৰাটো অধিক নিশ্চিতকৰণৰ বাবে ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনা সন্দৰ্ভত লোকগৰাকীয়ে জনায় যে, ইয়াম্মো আইচক্ৰীম কোম্পানীৰ পৰা অনলাইনত এই আইচক্ৰীম অৰ্ডাৰ কৰিছিল। আইচক্ৰীমটো আধাতকৈও বেছি খাই দিছিল, তেতিয়াই দেখা পাই কিবা এটা অদ্ভুত আছে আইচক্ৰীমটোত। এটা কামোৰ মাৰি লোকগৰাকীয়ে জানিব পাৰে যে মুখত আইচক্ৰীমৰ সলনি কি সোমাইছে। লগে লগে মুখৰ পৰা টুকুৰাটো উলিয়াই চাই দেখে যে সেইটো কাৰোবাৰ আঙুলি।

আঙুলি দেখি স্তম্ভিত হৈ পৰে লোকগৰাকী। পেছাত এম বি বি এছৰ ডাক্তৰ হোৱাৰ বাবে তেওঁ জানিছিল যে সেয়া কাৰোবাৰ বুঢ়া আঙুলি। বুঢ়া আঙুলিত নখ আৰু আঙুলিৰ ছাপো দেখা পালে। ইয়াৰ পিছত প্ৰথমে আঙুলিটো বৰফত ৰাখি তাৰ পিছত লগে লগে থানাত উপস্থিত হৈ ৰিপৰ্ট দাখিল কৰে।

মালাড আৰক্ষীয়ে কোম্পানীটোৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে। আইচক্ৰীমত পোৱা আঙুলিটোক এটা ডাঙৰ ষড়যন্ত্ৰ বুলি গণ্য কৰা হৈছে আৰু মুম্বাই মালাড আৰক্ষীয়ে ২৭২, ২৭৩ আৰু ৩৩৬ ধাৰাত এফআইআৰ ৰুজু কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Ice CreamOnline OrderOnline Order Icecream
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

August 5, 2026
Next Post
শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ

শুক্ৰাদিত্য ৰাজযোগত বহু সম্পত্তিৰ মালিক হ’ব এই ৪ৰাশিৰ জাতক, কাৰ কাৰ ভাগ্যোদয় হ’ব? জানক সবিশেষ

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

আইচক্ৰীম মুখত দিওতেই কামোৰ পৰিল আঙুলিত! কাৰ চিঙা আঙুলি আইচক্ৰীমত? এনেকুৱা ঘটনা আপোনাৰ সৈতে হ’লে কাৰ ওপৰত অভিযোগ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.