• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

2 years ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

24 minutes ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

1 hour ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

3 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

3 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

4 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

4 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

4 hours ago
সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

সাংঘাটিক চুম্বন! বলীউডৰ এই ১০ চুম্বনৰ দৃশ্যই আজিও সকলোকে চিন্তাত পেলায়

5 hours ago
মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

মচুৰ দালি আপোনাৰ প্ৰিয় নেকি? খোৱাৰ পূৰ্বে হওক সাৱধান!

5 hours ago
জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ মৃত্যু! মনোৰঞ্জন জগতত পৰিছে শোকৰ ছাঁ

6 hours ago
কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

কৰ্কট ৰাশিকে ধৰি এইকেইটা ৰাশিৰ লোকসকল সাৱধান, এটা ভুলে বৃদ্ধি কৰিব চিন্তা!

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ

editor by editor
June 14, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
৪৫ জন ভাৰতীয়ৰ নশ্বৰ দেহ লৈ কোচিত উপস্থিত বিশেষ বিমান, ঘৰে ঘৰে বিশেষ বাহনে লৈ যাব ৪৫শ্ৰমিকৰ নশ্বৰ দেহ
0
SHARES
34.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুৱেইটৰ মাংগাফ অঞ্চলৰ “লেবাৰ হাউছিং”ত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ৪৫ জন ভাৰতীয়ৰ মৃতদেহ কঢ়িয়াই কোচিত উপস্থিত হ’ল বায়ুসেনাৰ এখন বিশেষ বিমান। কোচি বিমানবন্দৰত নিহতসকলৰ মৃতদেহ উপস্থিত হোৱাৰ পাছতেই বিশেষ বাহনেৰে মৃতদেহসমূহ নিজা নিজা ঘৰলৈকো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ প্ৰতিটো মৃতদেহৰ বাবে ঠিক কৰা হৈছে এখনকৈ বাহন৷

কুৱেইটত মৃত্যু হোৱা ৪৫ জন ভাৰতীয়ৰ ভিতৰত কেৰালাৰ ২৩জন শ্ৰমিক আছিল৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ১৩ জুনত কুৱেইটৰ চিকিৎসালয় পৰিদৰ্শন কৰি মংগাফত সংঘটিত কৰুণ অগ্নিকাণ্ডত আহত হৈ  চিকিৎসাধীন ভাৰতীয় নাগৰিকৰ সৈতে মত বিনিময় কৰে।

মৃত্যুৃ শ্ৰমিকসকল দেশৰ কোন কোন ৰাজ্যৰ?

কুৱেইটত কৰুণ মৃত্যুক সাবটি লোৱা লোকসকলৰ ভিতৰত আছে  তামিলনাডুৰ পৰা ৭ জন, অন্ধ্ৰপ্ৰদেশৰ ৩ জন, বিহাৰ, ওড়িশা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাৱ আৰু পশ্চিম বংগৰ ১ জনৰ ওপৰিও  ২৩ জন শ্ৰমিক আছিল কেৰালাৰ। ইতিমধ্যে ভাৰত চৰকাৰে মৃত্যু হোৱা শ্ৰমিক পৰিয়ালক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কুৱেইটত মৃত্যু হোৱাৰ বাবে কুৱেইট কৰ্তৃপক্ষইয়ো ক্ষতিগ্ৰস্থ পৰিয়ালক সহায় আগবঢ়াইছে৷ কুৱেইটৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বিশেষ কৰ্তৃপক্ষই ভাৰতৰ দূতাবাসৰ সৈতে প্ৰত্যক্ষ যোগাযোগ কৰিছে৷

UAEৰ প্ৰবাসী ভাৰতীয়ইয়ো দিছে সাহায্য

এজন প্ৰবাসী ভাৰতীয় ব্যৱসায়ী তথা UAE স্থিত লুলু গ্ৰুপত অধ্যক্ষই মৃতকৰ পৰিয়ালৰ বাবে ৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ ভাৰত চৰকাৰ আৰু কেৰালা চৰকাৰেও সাহায্য পুঁজিৰ কথা ঘোষণা কৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী  পিনাৰায় বিজয়নৰ চৰকাৰে মৃতকৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকলৰ বাবে ১ লাখ টকাৰ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰতিটো পৰিয়ালক ২ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?
বিনোদন

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

July 6, 2026
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!
বিনোদন

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

July 6, 2026
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

July 6, 2026
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক
জীৱনশৈলী

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

July 6, 2026
Next Post
প্ৰেম পত্ৰই পোছাকৰ ৰূপ ল’লে, অনন্তই লিখা প্ৰেমপত্ৰ কেনেকৈ পোছাক কৰি পিন্ধিলে ৰাধিকা মাৰ্ছেণ্টে?

প্ৰেম পত্ৰই পোছাকৰ ৰূপ ল’লে, অনন্তই লিখা প্ৰেমপত্ৰ কেনেকৈ পোছাক কৰি পিন্ধিলে ৰাধিকা মাৰ্ছেণ্টে?

জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই

জেনেৰেল টিকট কাটি A.C কোচত উঠে? এতিয়াৰে পৰা সাৱধান হওক, অন্যথা যিকোনো মুহূৰ্ততেই আপোনাৰ বিৰুদ্ধে এই ব্যৱস্থা ল’ব ৰে’ল কৰ্তৃপক্ষই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.