• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

2 years ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

45 minutes ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

2 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

5 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

6 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

6 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

7 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

7 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

8 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

editor by editor
June 15, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ
0
কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহক লৈ ব্যাপক চৰ্চা। অহা ২৩ জুনত বিয়াৰ কথা দুয়োৰে। অৱশ্যে দুয়োৰে কোনোৱেই এই খবৰ এতিয়ালৈকে নিশ্চিত কৰা নাই, পিতৃ-মাতৃয়েও স্পষ্ট কৰা নাই। কিন্তু, অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘনিষ্ঠসকলক বিয়াৰ বাবে নিমন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে।

বিবাহৰ খবৰৰ মাজতে এতিয়া সোনাক্ষীৰ অনুৰাগীৰ মাজত বহু কৌতুহলৰ সৃষ্টি হৈছে- জহীৰ ইকবালে মুখ্যতঃ কৰে কি, উপাৰ্জন কি, কিমান ধন-সম্পত্তি আছে জহীৰৰ। গুগলতো বহু চৰ্চিত হৈছে এই বিষয়ত প্ৰশ্ন।

পেছাত এগৰাকী অভিনেতা জহীৰ ইকবালৰ প্ৰকৃত নাম জহীৰ ৰত্নসী। অভিনয় জগতত প্ৰৱেশ কৰিবলৈ তেওঁ পিতৃৰ নাম ব্যৱহাৰ কৰিছিল। ২০১৯ চনত বলীউডত অভিষেক ঘটাই প্ৰায় ৫ বছৰ এই উদ্যোগত কটোৱা জহীৰে মাত্ৰ ২ খন ছবিত কাম কৰিছে।

অভিনেতা হোৱাৰ পূৰ্বে জহীৰে পৰ্দাৰ আঁৰতো কাম কৰিছিল। ২০১৪ চনত জহীৰে ছোহেইল খানৰ সৈতে ‘জয় হো’ ছবিত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল। নিজৰ কেৰিয়াৰ বুলিবলৈ বৰ এটা ভাল নহয় জহীৰৰ। পিতৃৰ ব্যৱসায়ৰ সৈতে জড়িত জহীৰে ব্যৱসায়ৰ পৰাই কিছু উপাৰ্জন কৰি আছে। জহীৰৰ পিতৃ ইকবাল ৰত্নসী মুম্বাইৰ অন্যতম বিখ্যাত গহনা বিক্ৰেতা আৰু ব্যৱসায়ী।

তাৰ বিপৰীতে ২০১০ চনৰ পৰা বলীউডত কাম কৰি থকা সোনাক্ষীৰ উপাৰ্জন ভাল। বৰ্তমানে সোনাক্ষীৰ নেট ৱৰ্থ ৮০ কোটি টকাৰো অধিক। সোনাক্ষীৰ বিপৰীতে জহীৰৰ উপাৰ্জনত আকাশ পাতাল পাৰ্থক্য।

অৱশ্যে এতিয়ালৈকে সোনাক্ষী আৰু জহীৰৰ বিয়াৰ দিন তথা তাৰিখ ৰাজহুৱা হোৱা নাই। তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সোনাক্ষীয়ে পৰিয়ালৰ লোকক দিয়া নিমন্ত্ৰণী পত্ৰ। যাৰ জৰিয়তে জানিব পৰা গৈছে অৱশ্যে ইয়াতো কোনো নিশ্চয়তা নাই, তথাপি ২৩ জুন বুলি জানিব পৰা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood ViralSonakhshiWedding
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
Next Post
লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.