• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

2 years ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

14 minutes ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

28 minutes ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

1 hour ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

3 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

4 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

18 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

editor by editor
June 15, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ
0
কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত
0
SHARES
503
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয়, কি কৰে, বেকগ্ৰাউণ্ড কি সোনাক্ষীৰ দৰাৰ, উপাৰ্জনত আকাশ-পাতাল পাৰ্থক্য দুয়োৰে মাজত

সোনাক্ষী সিনহা আৰু জহীৰ ইকবালৰ বিবাহক লৈ ব্যাপক চৰ্চা। অহা ২৩ জুনত বিয়াৰ কথা দুয়োৰে। অৱশ্যে দুয়োৰে কোনোৱেই এই খবৰ এতিয়ালৈকে নিশ্চিত কৰা নাই, পিতৃ-মাতৃয়েও স্পষ্ট কৰা নাই। কিন্তু, অভিনেত্ৰীগৰাকীয়ে নিজৰ ঘনিষ্ঠসকলক বিয়াৰ বাবে নিমন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিছে।

বিবাহৰ খবৰৰ মাজতে এতিয়া সোনাক্ষীৰ অনুৰাগীৰ মাজত বহু কৌতুহলৰ সৃষ্টি হৈছে- জহীৰ ইকবালে মুখ্যতঃ কৰে কি, উপাৰ্জন কি, কিমান ধন-সম্পত্তি আছে জহীৰৰ। গুগলতো বহু চৰ্চিত হৈছে এই বিষয়ত প্ৰশ্ন।

পেছাত এগৰাকী অভিনেতা জহীৰ ইকবালৰ প্ৰকৃত নাম জহীৰ ৰত্নসী। অভিনয় জগতত প্ৰৱেশ কৰিবলৈ তেওঁ পিতৃৰ নাম ব্যৱহাৰ কৰিছিল। ২০১৯ চনত বলীউডত অভিষেক ঘটাই প্ৰায় ৫ বছৰ এই উদ্যোগত কটোৱা জহীৰে মাত্ৰ ২ খন ছবিত কাম কৰিছে।

অভিনেতা হোৱাৰ পূৰ্বে জহীৰে পৰ্দাৰ আঁৰতো কাম কৰিছিল। ২০১৪ চনত জহীৰে ছোহেইল খানৰ সৈতে ‘জয় হো’ ছবিত সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল। নিজৰ কেৰিয়াৰ বুলিবলৈ বৰ এটা ভাল নহয় জহীৰৰ। পিতৃৰ ব্যৱসায়ৰ সৈতে জড়িত জহীৰে ব্যৱসায়ৰ পৰাই কিছু উপাৰ্জন কৰি আছে। জহীৰৰ পিতৃ ইকবাল ৰত্নসী মুম্বাইৰ অন্যতম বিখ্যাত গহনা বিক্ৰেতা আৰু ব্যৱসায়ী।

তাৰ বিপৰীতে ২০১০ চনৰ পৰা বলীউডত কাম কৰি থকা সোনাক্ষীৰ উপাৰ্জন ভাল। বৰ্তমানে সোনাক্ষীৰ নেট ৱৰ্থ ৮০ কোটি টকাৰো অধিক। সোনাক্ষীৰ বিপৰীতে জহীৰৰ উপাৰ্জনত আকাশ পাতাল পাৰ্থক্য।

অৱশ্যে এতিয়ালৈকে সোনাক্ষী আৰু জহীৰৰ বিয়াৰ দিন তথা তাৰিখ ৰাজহুৱা হোৱা নাই। তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সোনাক্ষীয়ে পৰিয়ালৰ লোকক দিয়া নিমন্ত্ৰণী পত্ৰ। যাৰ জৰিয়তে জানিব পৰা গৈছে অৱশ্যে ইয়াতো কোনো নিশ্চয়তা নাই, তথাপি ২৩ জুন বুলি জানিব পৰা গৈছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood ViralSonakhshiWedding
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?
বাণিজ্য

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

October 22, 2026
Next Post
লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.