• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

2 years ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

2 minutes ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

26 minutes ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

46 minutes ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

2 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

2 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

2 hours ago
কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

4 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

4 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

5 hours ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

5 hours ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

6 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

editor by editor
June 15, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনৰ অন্ত, এতিয়া দেশৰ ১০ আৰু অসমৰ ২খন আসনৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচন

শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যসভাৰ ১০খন আসন খালী হৈ পৰিছে। ৰাজ্যসভা সচিবালয়েও ৭খন ৰাজ্যৰ খালী পদৰ অধিসূচনা জাৰি কৰিছে। অসমতো ২ খন আসন খালী হৈ পৰিছে লোকসভা নিৰ্বচনৰ পাছতে।

খালী হোৱা আসনসমূহৰ ভিতৰত আছে অসম, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ দুখনকৈ, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ত্ৰিপুৰাত এখনকৈ আসন। এই অধিসূচনাৰ পিছতে ৰাজ্যসভাত এই খালী পদসমূহ পূৰণৰ বাবে নিৰ্বাচনৰ নতুন তাৰিখ ঘোষণা কৰিব নিৰ্বাচন আয়োগে।

১০খন আসনৰ বাবে খালী পদৰ অধিসূচনা জাৰি কৰা সাতখন ৰাজ্যৰ ভিতৰত ৭খন আসন বিজেপিৰ, ২খন কংগ্ৰেছৰ আৰু এখন আসন ৰাষ্ট্ৰীয় জনতা দলৰ হাতত আছিল। এতিয়া নতুনকৈ হব লগা নিৰ্বাচনত কোনে জয় হয় সেয়া লক্ষনীয় হব। অৱশ্যে ১০ আসনৰ ভিতৰত অধিকাংশত বিজেপিয়ে জয় হোৱাৰ সম্ভাৱনা আছে।

অসমৰ ক্ষেত্ৰত কবলৈ গলে, ৰাজ্যসভাৰ দুয়োখন আসন পূৰ্বে বিজেপিৰ দখলত আছিল। আসন দুখনত আছিল সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা। দুয়োগৰাকী নেতাৰ ভিতৰত ক্ৰমে -সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আৰু কামাখ্যা প্ৰসাদ তাছাই নৱ গঠিত কাজিৰঙা লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচিত হৈছে।

আনহাতে কেৱল ৰাজ্যসভাই নহয় অসম বিধানসভাতো খালী হৈছে ৫ খন আসন। এই ৫ খন আসনতো উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে।

সংসদলৈ নিৰ্বাচিত হোৱা এই ৫ বিধায়কৰ ভিতৰত আছে ঢলা সমষ্টিৰ বিধায়ক তথা পৰিবহন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন, কোকৰাঝাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী।

ইয়াৰে পৰিমল শুক্লবৈদ্য শিলচৰ লোকসভা সমষ্টি, ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টি, ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টি, জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টি আৰু ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam BidhanSabhaassam by electionby electionRajaya Sabha Election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?
ক্ৰীড়া

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

May 3, 2026
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?
জীৱনশৈলী

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

May 3, 2026
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?
ৰাজনীতি

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

May 3, 2026
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক
ভাৰত

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

May 3, 2026
Next Post
১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

১৬ জুনৰ ৰাশিফলঃ আজি মেষ, কৰ্কট, বৃশ্চিক আৰু মীনৰাশিৰ লোকে ভাল খবৰ পাব পাৰে, যাত্ৰাত সাৱধান

সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত

সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.