• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত

2 years ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

20 minutes ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

1 hour ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

3 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

4 hours ago
বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

5 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

6 hours ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

7 hours ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত

editor by editor
June 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত
0
SHARES
986
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৰে সমুখত কন্যাক চেল্যুট দিবলৈ বাধ্য, তথাপি গৌৰৱাম্বিত পিতৃ, আনন্দৰ অশ্ৰু পিতৃৰ দুগালত

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এহাল পিতৃ-কন্যাৰ ছবি। এই ছবিখনত দেখা গৈছে যে এজন পিতৃয়ে নিজৰ কন্যাক চেল্যুট দিছে। কন্যাক চেল্যুট দিবলৈ বাধ্য হৈ পৰিছে পিতৃ। কিন্তু পিতৃয়ে কন্যাক তেনেদৰে সকলোৰে সমুখত চেল্যুট দিবলৈ পাই নথৈ আনন্দিত। আনন্দৰ দুধাৰি অশ্ৰু বৈ আহিছে পিতৃৰ চকুৰে।

এই ছবিখনৰ আঁৰত আছে এক অতি সুন্দৰ কাহিনী। ছবিখনত চেল্যুট দিয়া আৰক্ষী বিষয়াজনৰ নাম এন. ভেংকটেশ্বৰলু। আৰক্ষীৰ এগৰাকী উচ্চ পদস্ত বিষয়া। পাছে কন্যা পিতৃতকৈয়ো ওপৰত। আই এ এছ হৈ আহিছে কন্যা। যাৰ বাবে কন্যাক চেলুট দিছে পিতৃয়ে। কন্যা উমা হাৰাথী ২০২২ চনৰ অসামৰিক পৰীক্ষাতদেশৰ ভিতৰতে তৃতীয় ৰেংক দখল কৰিছিল।

ট্ৰেইনিং শেষত উমা তেলেংগানা পুলিচ একাডেমীলৈ গৈছিল। কন্যাক দেখাৰ লগে লগে পিতৃ ভেংকটেশ্বৰলু আৱেগিক হৈ পৰে। সন্মুখত থিয় হৈ থকা কন্যাক আনন্দৰে চেল্যুট দিয়ে। সেই সময়ৰে ফটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আই এ এছ উমা হাৰাথীয়ে তেলেংগানাৰ পৰাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। উমাৰ পিতৃ এন ভেংকটেশ্বৰলু নাৰায়ণপেট জিলাৰ আৰক্ষী অধীক্ষক। উমা আই পি এছৰ পিতৃৰ পৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল। পঞ্চম প্ৰচেষ্টাত অৱশেষত অসামৰিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

আই এ এছ বিষয়া উমা হাৰাথী তেলেংগানাৰ নলগোণ্ডা জিলাৰ বাসিন্দা। আই আই টি হায়দৰাবাদৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক উমা হাৰাথীয়ে এ আই আৰ ৩ৰ জৰিয়তে ইউ পি এছ চি ২০২২ ক্ৰেক কৰিছিল। আই আই টিৰ ছাত্ৰী হোৱাৰ পিছতো তাইৰ লক্ষ্য আছিল আই এ এছ বিষয়া হিচাপে সমাজখনক সেৱা আগবঢ়োৱা। অৱশেষত পঞ্চম প্ৰচেষ্টাত সফলতা লাভ কৰে উমাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IASipsSocial media Viral PhotoViral Photo Social media
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

May 3, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক
জীৱনশৈলী

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

May 3, 2026
Next Post
মাথো ৬০০ টকাৰ বাবে মাতৃৰ সমুখতে পিতৃয়ে গাভৰু কন্যাৰ সৈতে কৰিলে এনে কাম এতিয়া কাৰাগাৰত

থিতাতে নিহত ৪, আহতৰ সংখ্যা ২০ৰো অধিক, ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন