• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি

আচৰিত ঘটনা… ঘৰত কৃষ্ণ মূৰ্তি থকাৰ বাবেই হেৰুৱালে ৪টাকৈ সন্তান! প্ৰকৃত কাহিনী কি?

2 years ago
ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

ঋণ পৰিশোধ নকৰিলে ব্লক হ’ব নেকি আপোনাৰ মোবাইল নম্বৰ? সত্যটো জানক

3 hours ago
হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

হঠাৎ গানৰ মাজত মঞ্চত অদ্ভুড কাণ্ড, ভাইৰেল কণ্ঠশিল্পী জেচমিন!

4 hours ago
পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

4 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

5 hours ago
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

5 hours ago
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

6 hours ago
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

6 hours ago
২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

২৯ জুলাইত শুক্ৰই সলাব নক্ষত্ৰ, সলনি হ’ব ৩ ৰাশিৰ ভাগ্য!

7 hours ago
ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

ভাল খবৰ! EPFO নিয়মত আহিছে শিথিলতা

8 hours ago
আপুনি পিন্ধা জিন্সৰ ৰং পাতল হৈছে নেকি? সহজ পদ্ধতিৰে বজাই ৰাখক কাপোৰৰ প্ৰকৃত ৰং

আনৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে নেকি? তেন্তে দুৰ্ভাগ্যই দেখা দিব আপোনাক!

9 hours ago
শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগৰ প্ৰয়োজন কম? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আচৰিত ঘটনা… ঘৰত কৃষ্ণ মূৰ্তি থকাৰ বাবেই হেৰুৱালে ৪টাকৈ সন্তান! প্ৰকৃত কাহিনী কি?

আচৰিত ঘটনা... ঘৰত কৃষ্ণ মূৰ্তি থকাৰ বাবেই হেৰুৱালে ৪টাকৈ সন্তান! প্ৰকৃত কাহিনী কি?

editor by editor
June 18, 2024
in অসম, জীৱনশৈলী
0
0
SHARES
57
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিৱসাগৰ ৰুদ্ৰসাগৰৰ আঠাই সাগৰ বৰ নামঘৰৰ সমীপত উদ্ধাৰ হোৱা এটি মূৰ্তিক লৈ চাঞ্চল্য।

অচিনাক্ত লোকে এখন চিঠি, চাৰিযোৰ তামুল-পানসহ এৰি থৈ গ’ল ভগৱান কৃষ্ণৰ মূৰ্তি।

গামোচাৰে মেৰিয়াই এৰি থৈ গৈছিল প্ৰায় ৭-৮ ইঞ্চিৰ মূৰ্তিটো।

চিঠিখনত মূৰ্তিটো সোণৰ বুলি দাবী।

মূৰ্তিটো থকা বাবেই অচিনাক্ত ব্যক্তিজনৰ পত্নীৰ চাৰি বছৰত  চাৰিটা মৃত সন্তান জন্ম হৈছিল।

মূৰ্তি ঘৰৰ পৰা আঁতৰাই নতুনকৈ স্থাপন কৰিবলগীয়া সত্ৰত চমজাই দিলেই সন্তান বাচি থাকিব বুলি সপোন দেখিছিল ব্যক্তিজনে।

পঞ্চম সন্তানটি জীৱিত অৱস্থাত জন্ম হোৱাত অচিনাক্ত ব্যক্তিজনে এৰি থৈ গ’ল মূৰ্তিটো।

এই কথা উল্লেখ আছে বিশেষ চিঠিখনত ৷

অনাগত দিনত মৃত সন্তানকেইটিৰ সোঁৱৰণত দহ লাখ টকা দি নাম উল্লেখ নকৰাকৈয়ে দি যাব বুলিও উল্লেখ আছে চিঠিখনত।

এই খবৰ লাভ কৰি আৰক্ষীয়ে মূৰ্তিটো আনিব বিচাৰিছিল যদিও ৰাইজে বৰ্তমানলৈকে চমজাই দিয়া নাই আৰক্ষীক।

প্ৰকৃততে মূৰ্তিটো সোণৰ হয় নে নহয় পৰীক্ষা কৰাৰ পিছতে সিদ্ধান্ত ল’ব ৰাইজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক
জীৱনশৈলী

পেণ্টৰ জেপত সঘনাই হাত ভৰাই ৰাখে নেকি? কাৰণ জানি হ’ব হতবাক

July 12, 2026
শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিৰ পৰা সাৱধান, ১৩৮ দিনৰ ভিতৰত আহিব ডাঙৰ বিপদ!

July 12, 2026
বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক
জীৱনশৈলী

বাৰে বাৰে ওঁঠ ফটাৰ সমস্যা? তেন্তে আওকাণ নকৰিব এনে লক্ষণক

July 12, 2026
ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

ঘৰত অপৰাজিতা আছে নেকি? আহিব সুখ-সমৃদ্ধি!

July 12, 2026
Next Post
কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

কেশৱ মহন্তৰ স্বাস্থ্য কৰ্তন , এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে চাব স্বাস্থ্যৰ ওপৰি অন্য বহু কেইটা বিভাগ

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ', ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.