• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

2 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

3 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

4 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

4 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

5 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

6 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

6 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

7 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

9 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

editor by editor
June 18, 2024
in বিবিধ, ভাৰত, ৰাজনীতি
0
২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো
0
SHARES
497
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৭ ছেকেণ্ডৰ এটা ভাইৰেল ভিডিঅ’, ৰাজপথত ঘটিল শিহৰণকাৰী ঘটনা, দৃশ্য দেখি শিঞৰি উঠিল সকলো

২৭ ছেকেণ্ডৰ এটা ভিডিঅি’ই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজপথতে বহু লোকৰ সমুখতে এজন লোকে নিৰ্দয় ভাৱে প্ৰহাৰ কৰি প্ৰাণ ল’লে এগৰাকী যুৱতীৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই শিহৰণকাৰী ভিডিঅ’।

বহু লোকৰ চকুৰ সমুখতে সংঘটিত হৈছে গাৰ নোম শিঞৰি উঠা ঘটনা। আনকি ভিডিঅ’ দেখিয়ো শিঞৰি উঠিছে লোক। ইমানেই নিৰ্দয়তাৰে পাষণ্ড প্ৰেমিকে ৰাজপথতে লোহাৰ ৰোডেৰে কোবাই কোবাই প্ৰাণ কাঢ়ে প্ৰেমিকাৰ।

পাষণ্ড প্ৰেমিক

এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে দেশৰ অন্যতম ব্যস্ত চহৰ মুম্বাইত। যুৱতীৰ শৰীৰত শেষ নিশ্বাস থকালৈকে প্ৰহাৰ কৰি থাকিল পাষণ্ড প্ৰেমিকে। ২৭ ছেকেণ্ডৰ ভিডিঅ’টোত ১৫ বাৰকৈ প্ৰহাৰ কৰিলে যুৱতীক।

মুম্বাইৰ ভাছাইত সংঘটিত হৈছে এই ঘটনা। ঘটনাত প্ৰাণ হেৰুৱালে ২০ বছৰীয়া যুৱতীয়ে। হত্যাকাৰী যুৱকক আটক কৰিছে আৰক্ষীয়ে। চিচি টিভিৰ ফুটেজ ভাইৰেল হৈ পৰিছে সকলোফালে।

https://x.com/sun4shiva/status/1802996091383693473

ভাইৰেল হোৱা ভিডিঅ’ত স্পষ্ট ৰূপত দেখা গৈছে – এগৰাকী যুৱতীক লোহাৰ ৰোড এডালেৰে প্ৰহাৰ কৰিছে। যাৰ ফলত ৰাজপথত বাগৰি পৰিছে যুৱতী। উঠিবলৈ চেষ্টা কৰোতে আৰু অধিক প্ৰহাৰ যুৱতীক। প্ৰত্যক্ষদৰ্শী লোকে যুৱকক আঁতৰাই আনিবলৈ চেষ্টা কৰে যদিও বাৰে বাৰে যুৱতীক খেদি গৈ আক্ৰমণ যুৱতীক। যাৰ ফলত ৰাজপথতে প্ৰাণ হেৰুৱাই যুৱতীয়ে।

আৰক্ষীয়ে হত্যাকাৰী যুৱকক আটক কৰি সোধপোচ আৰম্ভ কৰিছে। যদিও বৰ্তমানলৈ ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত যুৱকেও কোনোধৰণৰ মন্তব্য কৰা নাই কিয় এইদৰে যুৱতীগৰাকীক হত্যা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mumbaimumbai policeSocial Media Viral Videoviral videoViral Video Mumbai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ’ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

আহাৰ মাহত মংগল গ্ৰহ যাব ভৰণী নক্ষত্ৰলৈ, কেইটামান ৰাশিৰ ক্ষেত্ৰত হ'ব বিশেষ লাভ, বহু দিশৰ পৰা আহিব অৰ্থ-সন্মান

অতিকে শোকাৱহ, পত্নীৰ বিয়োগ সহিব নোৱাৰি চাৰ্ভিছ ৰিভলভাৰেৰে…গুৱাহাটীত IPS শিলাদিত্য চেতিয়াৰ সিদ্ধান্ত

অতিকে শোকাৱহ, পত্নীৰ বিয়োগ সহিব নোৱাৰি চাৰ্ভিছ ৰিভলভাৰেৰে...গুৱাহাটীত IPS শিলাদিত্য চেতিয়াৰ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.