• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

4 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

5 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

5 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

6 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

6 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

7 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

7 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

7 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

7 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

8 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

8 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে

editor by editor
June 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জুলাই মাহত দুবাৰকৈ ৰাশি সলনি কৰিব শুক্ৰই! তিনি ৰাশিৰ ভাগ্য উজ্বলি উঠিব, বিলাসিতাৰ জীৱন কটাব তিনি ৰাশিৰ জাতকে
0
SHARES
76.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুলাই মাহত একাধিক গ্ৰহৰ ৰাশি পৰিবৰ্তন হ’ব৷ ইয়াৰ মাজতেই সুখ আৰু সমৃদ্ধিৰ কাৰক গ্ৰহ শুক্ৰই দুবাৰ ৰাশি সলনি হ’ব৷ জুলাই মাহৰ প্ৰথম আৰু শেষৰ দিশত শুক্ৰৰ গোচৰে মেষৰ পৰা মীন পৰ্যন্ত সমস্ত ৰাশিৰ জাতকৰ জীৱনক প্ৰভাৱিত কৰিব৷ জ্যোতিষ গণনা অনুসৰি ৭ জুলাই চন্দ্ৰৰ ৰাশি কৰ্কটত প্ৰৱেশ কৰিব শুক্ৰই৷ তাৰপাছতেই ৩১ জুলাইত সূৰ্যৰ ৰাশি সিংহই শুক্ৰত গোচৰ কৰিব৷ এই মাহত শুক্ৰৰ দুবাৰ ৰাশি পৰিবৰ্তন হোৱাত কেইবাটাও ৰাশিৰ ভাগ্য চমকি উঠিব৷ ইয়াৰোপৰি আকস্মিক ধনলাভ হ’ব পাৰে৷ শুক্ৰৰ এই ৰাশি পৰিবৰ্তন কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ? জানি থওক সবিশেষ৷

মেষ ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তন মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ সুখ-সুবিধা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ সম্পত্তি বৃদ্ধিৰো যোগ আছে৷ এই সময়ত গাড়ী বা সম্পত্তি ক্ৰয় কৰিব পাৰে৷ এই ৰাশিৰ যি জাতকে মাটি, সম্পত্তিৰ ব্যৱসায় কৰে তেওঁলোকে ধনলাভ কৰিব৷ যাৰ ফলত বেংক বেলেন্স বাঢ়িব আৰু আৰ্থিক পৰিস্থিতিও মজবুত হ’ব৷ মান-সন্মান আৰু প্ৰতিষ্ঠা বৃদ্ধি পাব৷ সুখ-সুবিধা বাঢ়িব এই ৰাশিৰ জাতকৰ৷ শান্তি আৰু স্বাস্তিৰ জীৱন কটাব মেষ ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

জুলাই মাহত শুক্ৰৰ দুবাৰ ৰাশি পৰিবৰ্তন কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত লাভজনক প্ৰমাণিত হ’ব৷ শুক্ৰই আপোনাৰ ব্যক্তিত্ব উন্নত কৰিব৷ আপোনাৰ প্ৰতি আকৰ্ষণ বাঢ়িব, ফলত সকলোৱে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব৷ এই সময়ত আকস্মিক ধনলাভ কৰিব পাৰিব৷ চাকৰিৰ দ্বাৰা আৰ্থিক লাভ সম্ভৱ৷ সন্তুষ্ট থাকিব এই ৰাশিৰ জাতক৷ আপোনাৰ যোগাযোগ ব্যৱস্থা উন্নত হ’ব৷ সকলোৱে আপোনাৰ ওপৰত সন্তুষ্ট থাকিব৷

তুলা ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তন তুলা ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফলদায়ী৷ কাম আৰু ব্যৱসায়ত সফলতা লাভ কৰিব পাৰিব৷ ধন-সম্পত্তি ক্ৰয় কৰিব পাৰে৷ চাকৰিয়াল জাতকে এই সময় নিজৰ পৰিশ্ৰমৰ ফলাফল পাব৷ এই ৰাশিৰ বেকাৰ যুৱকে চাকৰিৰ সন্ধানত থাকিলে অপেক্ষাৰ অৱসান ঘটিব৷ নতুন চাকৰি পাব পাৰে তুলা ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে ভাল পৰিমাণে ধনলাভ কৰিব পাৰিব৷ ব্যৱসায়ত সম্প্ৰসাৰণ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
প্ৰায় হাজাৰেই হ’লগৈ… প্ৰতি বছৰেই হজ হয়, এইবাৰ কিয় ইমান ভাৰতীয়ৰ জীৱন শেষ হৈছে মক্কাত? 

প্ৰায় হাজাৰেই হ’লগৈ... প্ৰতি বছৰেই হজ হয়, এইবাৰ কিয় ইমান ভাৰতীয়ৰ জীৱন শেষ হৈছে মক্কাত? 

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.