• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

2 years ago
‘নিৰাপদ নহয়’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, Bisleri ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ  FSSAI ৰ

‘নিৰাপদ নহয়’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, Bisleri ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ FSSAI ৰ

11 minutes ago
ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!

ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!

49 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২৩ নৱেম্বৰ ২০২৬ৰ ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

1 hour ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

13 hours ago
ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

ভুলতো ঘৰত নাৰাখিব বেয়া বা ভঙা ঘড়ী, পৰিব অশুভ প্ৰভাৱ!

13 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

লণ্ডনৰ Madame Tussauds মিউজিয়ামত জুবিনৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠাৰ চিন্তা, লাগে আপোনাৰ সহায়!

13 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

8th Pay Commission: অপেক্ষাৰ অৱসান! মোদী চৰকাৰে কৰ্মচাৰীৰ বাবে বৃদ্ধি কৰিলে বেতন

14 hours ago
ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

ডিচেম্বৰ মাহত জন্মা শিশুৰ ভাগ্য কেনেকুৱা? জানি লওক

14 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

ৰোগ-ব্যাধিৰ পৰা থাকিব দূৰত, যদি পালন কৰা এই নিয়ম!

14 hours ago
শীঘ্ৰে কৰক বেংকৰ কাম, অহা সপ্তাহত বন্ধ থাকিব বহুকেইটা বেংক!

২৩-২৯ নৱেম্বৰৰ ভিতৰত কিমানদিন বন্ধ বেংক? জানক আপডেট

15 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৩ নৱেম্বৰত কোন ৰাশিৰ ভাগ্য উজ্বল হ’ব, কাৰ সন্মুখত আহিব নতুন প্ৰত্যাহ্বান?

16 hours ago
মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

মহিলাসকলৰ বিপদ মাতিব এই ৩ অভ্যাসে, আজিয়েই হওক সাৱধান!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

editor by editor
July 10, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ বিচ্ছেদৰ পাছত মুছলমান পত্নীয়ে স্বামীৰ পৰা দাবী কৰিব পাৰিব মাহিলী ভাট্টা- উচ্চতম ন্যায়ালয়

মুছলমান মহিলা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়দান। এতিয়াৰ পৰা মুছলমান বিবাহ বিচ্ছেদিত মহিলা সকলেও স্বামীৰ পৰা লাভ কৰিব মাহিলী ভাট্টা। আজি উচ্চতম ন্যায়ালয়ে এই বিষয়ত বিশেষ ৰায় দিয়ে।

ধাৰা ১২৫ ৰ অন্তৰালত এতিয়াৰ পৰা বিবাহ বিচ্চেদিত মহিলা সকলেও লাভ কৰিব স্বামীৰ পৰা মাহিলী ভাট্টা। এয়া মহিলা সকলৰ অধিকাৰ বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। যদিহে পূৰ্বৰ স্বামীয়ে মাহিলী ভাট্টা দিয়াৰ ক্ষেত্ৰত মানা কৰে তেন্তে ১২৫ ধাৰাৰ অধীনত গোৰচ তৰিব পাৰিব

বুধবাৰে ১০ জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ে মুছলমান মহিলা সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। আদালতে পুনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত স্পষ্ট কৰি দিছে যে চি আৰ পি চিৰ ১২৫ নং ধাৰাত এগৰাকী মুছলমান মহিলাই স্বামীৰ পৰা ভৰণ-পোষণৰ দাবী কৰিব পাৰে।

তেলেংগানা উচ্চ ন্যায়ালয়ে পত্নীক ভৰণ-পোষণৰ ধন দিবলৈ দিয়া নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল এজন মুছলমান লোকে। বুধবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত আদালতে ৰক্ষণাবেক্ষণ ভাট্টা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মহম্মদ আব্দুল ছামাদ নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

ন্যায়াধীশ বি ভি নাগাৰাথনা আৰু অগাস্টিন জৰ্জ মাছিহেৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে চি আৰ পি চিৰ ১২৫ নং ধাৰাত বিবাহ বিচ্ছেদ হোৱা পত্নীক ভৰণ-পোষণ দিয়াৰ নিৰ্দেশৰ বিৰুদ্ধে মহম্মদ আব্দুল ছামাদে দাখিল কৰা আবেদন নাকচ কৰে।

আদালতে ৰায় দিয়ে যে ‘মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন ১৯৮৬’ ধৰ্মনিৰপেক্ষ আইনৰ ওপৰত প্ৰাধান্য পাব নোৱাৰে। ন্যায়াধীশ নাগাৰাথানা আৰু ন্যায়াধীশ মাছিহে পৃথক পৃথক, কিন্তু সৰ্বসন্মতিক্ৰমে ৰায় দিয়ে। উচ্চ ন্যায়ালয়ে মহম্মদ ছামাদক ১০ হাজাৰ টকাৰ মাহিলী খৰচ আদায় দিবলৈ নিৰ্দেশ দিছিল।

ৰায়দান কৰি ন্যায়াধীশ নাগাৰাথানাই কয় যে আমি এই সিদ্ধান্ত লৈ অপৰাধমূলক আবেদন খাৰিজ কৰিছো যে চি আৰ পি চিৰ ১২৫ নং ধাৰা কেৱল বিবাহিত মহিলাৰ ক্ষেত্ৰত নহয়, সকলো মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য।

আদালতে নিজৰ সিদ্ধান্তত এইটোও কয় যে যদিহে চি আৰ পি চিৰ ১২৫ নং ধাৰাত আবেদন স্থগিত ৰখাৰ সময়ত সংশ্লিষ্ট মুছলমান মহিলাগৰাকীৰ বিবাহ বিচ্ছেদ হয়, তেন্তে তেওঁ ‘মুছলমান মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন ২০১৯’ৰ সহায় ল’ব পাৰে। আদালতে কয় যে ‘মুছলিম আইন ২০১৯’ত চি আৰ পি চিৰ ১২৫ নং ধাৰাত প্ৰতিকাৰৰ বাহিৰে অন্য প্ৰতিকাৰৰ ব্যৱস্থা কৰা হৈছে।

কি হয় এই চি আৰ পি চিৰ ১২৫ নং ধাৰা-
শ্বাহ বানো গোচৰৰ ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কৈছিল যে চি আৰ পি চিৰ ১২৫ নং ধাৰাটো ধৰ্মনিৰপেক্ষ বিধান, যিটো মুছলমান মহিলাৰ ক্ষেত্ৰতো প্ৰযোজ্য। কিন্তু ‘মুছলিম মহিলা (বিবাহ বিচ্ছেদৰ ওপৰত অধিকাৰ সুৰক্ষা) আইন, ১৯৮৬’ৰ জৰিয়তে ইয়াক বাতিল কৰা হৈছিল। ইয়াৰ পিছত ২০০১ চনত আইনখনৰ বৈধতা বজাই ৰখা হয়। চি আৰ পি চিৰ ১২৫ নং ধাৰাত পত্নী, সন্তান আৰু পিতৃ-মাতৃৰ ভৰণ-পোষণৰ ব্যৱস্থা আছে।

চি আৰ পি চিৰ ১২৫ নং ধাৰাত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে নিজৰ পত্নী, সন্তান বা পিতৃ-মাতৃক পোহপাল দিবলৈ অস্বীকাৰ কৰে, যদিও তেওঁ তেনে কৰিবলৈ সক্ষম। এনে পৰিস্থিতিত আদালতে তেওঁক ভৰণ-পোষণৰ বাবে মাহিলী ভাট্টা দিবলৈ নিৰ্দেশ দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Divorce WomenMuslim Womensupreme courtWomen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘নিৰাপদ নহয়’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, Bisleri ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ  FSSAI ৰ
ভাৰত

‘নিৰাপদ নহয়’! পানীৰ নমুনাত দুৰাৰোগ্য ৰোগ সৃষ্টিকাৰী পদাৰ্থ, Bisleri ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ FSSAI ৰ

November 23, 2026
ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!
জীৱনশৈলী

ভ্ৰমণৰ পূৰ্বে সাৱধান ৩ ৰাশিৰ লোক, আজি বাটতে আহিব পাৰে বাধা!

November 23, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

২৩ নৱেম্বৰ ২০২৬ৰ ৰাশিফল, কেনে যাব আজি আপোনাৰ দিনটো?

November 23, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
বাণিজ্য

Gold Price: বিয়াৰ বতৰত ভাল খবৰ! ভয়ংকৰভাৱে হ্ৰাস পাইছে ২২, ২৪ কেৰেটৰ সোণৰ মূল্য!

November 22, 2026
Next Post
কেৱল পাতেই নহয় ইয়াৰ গুটিবোৰ ৰামবান সদৃশ বহু বেমাৰত, জানক সবিশেষ-

কেৱল পাতেই নহয় ইয়াৰ গুটিবোৰ ৰামবান সদৃশ বহু বেমাৰত, জানক সবিশেষ-

বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.