• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

2 years ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

1 minute ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

1 hour ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

2 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

2 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

3 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

4 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

6 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

8 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

9 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

21 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য

editor by editor
July 10, 2024
in জীৱনশৈলী, বিনোদন, ভাৰত, স্বাস্থ্য
0
বেড নিউজৰ কাহিনী সঁচা! যমজ সন্তানৰ দুজন পিতৃ কেনেকৈ থাকিব পাৰে? জানক তথ্য
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধৰ্ম প্ৰডাকছনে নিবেদন কৰা ছবি বেড নিউজ এইকেইদিন চৰ্চাৰ শিখৰত৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভিকি কৌশল, ক্ৰুপতি ডিমৰি, এমি ভিৰ্কে৷ ছবিখন চৰ্চাত থকাৰ কাৰণ হৈছে ছবিৰ কাহিনী৷ ছবিখনত গৰ্ভধাৰণৰ অদ্ভুত বাখ্যা দাঙি ধৰা হৈছে৷

একেটা গৰ্ভত একেসময়তে দুটি পৃথক পিতৃৰ সন্তান থাকিব পাৰেনে? এই অদ্ভুত গৰ্ভধাৰণ প্ৰক্ৰিয়াই এই ছবিত দেখুওৱা হৈছে৷ ছবিত দেখুৱাৰ দৰে এই কাহিনী সঁচা নেকি? এয়া সঁচাকৈয়ে সম্ভৱ বুলি দাবী কৰিছে চিকিৎসকে৷ এই ধৰণে গৰ্ভধাৰণ কৰা পদ্ধতিক কোৱা হয় Heteropaternal Superfecundation.

Heteropaternal Superfecundation প্ৰকৃততে কি?

এই পদ্ধতিৰে গৰ্ভস্থ সন্তানৰ দুটা শুক্ৰানু পৃথক হয়৷ দুটা শুক্ৰাণুৱে পৃথকে পৃথকে নিষেচন হয়৷ এই পদ্ধতিৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ চেহেৰাও যমজ হ’লেও সম্পূৰ্ণ পৃথক হয়৷ এয়া এক বিৰল পৰিঘটনা৷ ২০২০ লৈকে এনেকৈ জন্ম হোৱা ২০ কেছহে লিপিবদ্ধ আছে চিকিৎসাবিজ্ঞানত৷

মেকগিল বিশ্ববিদ্যালয়ে এই বিষয়ক লৈ চৰ্চা চলাই আছে৷ এই পদ্ধতি ভেড়া, গৰু আদিৰ ক্ষেত্ৰত সাধাৰণ হ’লেও মানুহৰ ক্ষেত্ৰত এই ঘটনা বিৰল৷ এইধৰণে জন্মগ্ৰহণ কৰা সন্তানৰ মানসিক স্বাস্থ্য প্ৰভাৱিত হয় বুলি চিকিৎসকে বাখ্যা কৰিছে৷ মানসিক স্বাস্থ্যৰ সমস্যা যেনে হতাশা, মানসিক চাপ আৰু উদ্বেগ বৃদ্ধিৰ দৰে সমস্যা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!
জীৱনশৈলী

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

August 26, 2026
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…
বিনোদন

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

August 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
জীৱনশৈলী

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.