• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

45 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন

editor by editor
July 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
৭২ বছৰৰ পাছত এইবাৰ শাওন মাহত বিৰল শুভ যোগ, মহাদেৱৰ আশীৰ্বাদত সোনে-ৰূপে ভৰিব এই ৫ৰাশিৰ জীৱন
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্ম অনুসৰি শাওন হৈছে অতি পবিত্ৰ মাহ৷ এয়া মহাদেৱৰ প্ৰিয় মাহ বুলি এই মাহত দেৱাদিদেবৰ বিশেষ পূজা অৰ্চনা কৰা হয়৷ বিশেষ কৈ শাওনৰ সোমবাৰসমূহত উপবাসে থাকি শিৱলিংগত পানী ঢালিলে মহাদেৱৰ কৃপা লাভ কৰা সম্ভৱ বুলি প্ৰচলিত বিশ্বাস৷ আগন্তুক ১৭ জুলাইৰ পৰা আৰম্ভ হ’ব শাওন মাহ৷ বৈদিক পঞ্জিকা অনুসৰি আগন্তুক ২১ জুলাইত গুৰু পূৰ্ণিমাৰ পাছৰে পৰা অৰ্থাৎ ২২ জুলাইৰ পৰা আৰম্ভ হৈ ১৯ আগষ্ট পৰ্যন্ত থাকিব৷ এই বছৰ শাওন মাহত ৭২ বছৰৰ পাছত বিশেষ শুভ যোগ থাকিব. শাওনৰ প্রথম সোমবাৰে থাকিব প্ৰীতি যোগ, আয়ুষ্মান যোগ আৰু সৰ্বাৰ্থ সিদ্ধি যোগ৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত শাওন মাহত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব জানক সবিশেষ৷

মেষ ৰাশি

শাওন মাহ অত্যন্ত গুৰুত্বপূৰ্ণ মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ জীৱনলৈ সুখেই সুখ আহিব৷ প্ৰেম জীৱন ভাল৷ দাম্পত্য জীৱনত সুখ আৰু শান্তি ভৰপুৰ হৈ থাকিব মেষ ৰাশিৰ জাতকৰ৷ মহাদেৱৰ কৃপাত শাওন মাহত আৰ্থিকভাৱে লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ কেৰিয়াৰত বৃহৎ সাফল্য অৰ্জন কৰিব আপুনি৷

সিংহ ৰাশি

শাওনৰ শুভ যোগৰ প্ৰভাৱত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত নিজৰ পেছাগত জীৱনত উন্নতি লাভ কৰিব আপুনি৷ আপুনি চাকৰি কৰক, ব্যৱসায় কৰক, কেৰিয়াৰত উন্নতি খাটাং৷ উপাৰ্জনৰ নতুন পথ এই সময়ত আপোনাৰ সন্মুখত খুল খাব৷ মহাদেৱৰ আশীৰ্বাদত ৰৈ থকা কাম সম্পন্ন হ’ব আপোনাৰ৷

তুলা ৰাশি

এই বছ৷ৰ শাওণ মাহত শিৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব তুলা ৰাশিৰ জাতকৰ জীৱন৷ এই সময়ত আপুনি সম্পদ আৰু সম্পত্তি লাভ কৰাৰ সুযোগ পাব৷ শাওণ মাহত নতুন গাড়ী ক্ৰয় কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ সকলো আৰ্থিক সমস্যা এই সময়ত তুলা ৰাশিৰ জাতকৰ জীৱনৰ পৰা দূৰ হ’ব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰিব আপুনি৷

ধনু ৰাশি

পবিত্ৰ শাওণ মাহ অত্যন্ত মঙলময় হ’ব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ দাম্পত্য জীৱনত সুখ আৰু প্ৰেম থাকিব৷ পাৰিবাৰিক সম্পৰ্কসমূহ মজবুত হ’ব৷ ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷ তীৰ্থ যাত্ৰাত যাব পাৰে আপুনি৷ কাৰ্যালয়ত দৰমহা বৃদ্ধি পাব৷ প্ৰমোছন পোৱাৰো সম্ভাৱনা আছে৷

মকৰ ৰাশি

শাওন মাহত মহাদেৱৰ আশীৰ্বাদ বৰ্ষিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপুনি প্ৰত্যাশিত সাফল্য লাভ কৰিব পাৰিব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব আপোনাৰ৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ এই মাহত আপুনি সকলো কামতেই মহাদেৱৰ আশীৰ্বাদ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
Next Post
এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

এইকেইটা কাৰণতেই অন্যতকৈ পৃথক তুলা ৰাশিৰ জাতক

দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?

দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.