• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?

দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?

2 years ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

5 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

5 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

6 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

6 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

7 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

8 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

8 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

8 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

9 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

10 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

10 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?

‘সহকাৰীক উপেক্ষা কৰিব নোৱাৰো, মোক দিয়া আঢ়ৈ কোটি টকা ওভতাই লওক’ BCCI ক আঢ়ৈ কোটি টকা উভতাই দিলে ৰাহুল দ্ৰাবিড়ে

editor by editor
July 10, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দ্ৰাবিড় দ্ৰাবিড়েই, হাতত দিয়া আধা ধন আকৌ ওভতাই দিলে BCCIক, দ্ৰাবিড়ৰ অসন্তুষ কি?
0
SHARES
9.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ চেম্পিয়ন হোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট বৰ্ডে ১২৫ কোটি আৰ্থিক পুৰস্কাৰ দিছে ৰোহিত শৰ্মাৰ দলক৷ ১৫গৰাকী ক্ৰিকেটাৰৰ দৰে কোচ ৰাহুল দ্ৰাবি়ড়েও পাইছে ৫কোটি টকা৷ কিন্তু অইন তিনিজন সহকাৰী কোচক আঢ়ৈ কোটিকৈ ধন দিয়াটো পছন্দ হোৱা নাই দ্ৰাবিড়ৰ৷ এই কথাৰ পাছতেই পুৰস্কাৰৰ আধা ধন বিচিচিআইক উভতাই দিছে দ্ৰাবিড়ে৷

পুৰস্কাৰ অৱশ্যে অস্বীকাৰ কৰা নাই দ্ৰাবিড়ে৷ তেওঁৰ বক্তব্য, ‘বোলিং কোচ পৰশ মামব্ৰে, বেটিং কোচ বিক্ৰম ৰাঠৌৰ আৰু ফিল্ডিং কোচ টি দিলীপৰ অৱদান এই বিজয়ত কম নহয়৷ তেওঁলোকেও সমান ধন পোৱা উচিত৷ মই সহকাৰীসকলতকৈ আঢ়ৈ কোটি টকা কোনো কাৰণতে বেছিকৈ ল’ব নোৱাৰো৷ মই তেওঁলোকৰ আৱেগ বুজি পাওঁ, সেয়ে স্বইচ্ছাৰেই মই আঢ়ৈ কোটি টকা উভতাই দিয়াৰ সিদ্ধান্ত লৈছো৷’

দ্ৰাবিড় আৰু তিনিজন সহকাৰী কোচে পাইছে ৩ কোটি ১২ লাখ ৫০ হাজাৰ টকাকৈ৷ এইবাৰেই প্ৰথম নহয়. ইয়াৰ পূৰ্বেও এনে কাম কৰিছে দ্ৰাবিড়ে৷ ২০১৮ চনৰ অনূৰ্ধ্ব-১৯ত ভাৰতীয় দলৰ কোচ আছিল দ্ৰাবিড়৷ সেইবাৰৰ বিশ্বকাপ জিকাৰ পাছত বিচিচিআইয়ে দ্ৰাবিড়ক আৰ্থিক পুৰস্কাৰ হিচাপে দিছিল ৫০ লাখ টকা আৰু সহকাৰী কোচসকলক দিছিল ২০লাখকৈ টকা৷ সেইবাৰো সহকাৰীসকলতকৈ বেছি ধন ল’বলৈ অস্বীকাৰ কৰিছিল দ্ৰাবিড়ে৷ বৰ্ডক তেতিয়াও অনুৰোধ কৰিছিল মুঠ ধন সমানে সমানে আমাৰ ৪কোচৰ মাজত ভগাই দিয়ক৷ বৰ্ড তেতিয়াই তেওঁৰ সিদ্ধান্তত মুগ্ধ হৈছিল৷ টি-২০ত ভাৰতৰ বিজয়ৰ লগে লগেই অৱসৰ লৈছে দ্ৰাবিড়েও৷ বিদায় বেলাত আকৌ এবাৰ চৰ্চালৈ আহিছে ৰাহুল দ্ৰাবিড়৷ লাভ কৰা ৫ কোটি টকাৰ আঢ়ৈ কোটি উভতাই দিব ৰাহুল দ্ৰাবিড়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.