• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

2 years ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

34 minutes ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

2 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

2 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

3 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

15 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

16 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

16 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

17 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

17 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

editor by editor
July 10, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, লেখা
0
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?
0
SHARES
16.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰিলে BCCIয়ে। গৌতম গম্ভীৰক ৰাহুল দ্ৰাবিড়ৰ ঠাইত দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে গৌতম গম্ভীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে কাম কৰিছিল। গৌতম গম্ভীৰে আই পি এল-২০২৪ত কলকাতা নাইট ৰাইডাৰ্ছক চেম্পিয়ন হোৱাৰো সুযোগ দিছে। গৌতম গম্ভীৰ টিম ইণ্ডিয়াৰ নতুন প্ৰশিক্ষক হোৱাৰ পিছত ক্ৰিকেট অনুৰাগীৰ মনত প্ৰশ্ন৷ টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হৈ গৌতম গম্ভীৰে কিমান দৰমহা পাব? গৌতম গম্ভীৰৰ বৰ্তমান কিমান ধন-সম্পত্তি আছে?

গৌতম গম্ভীৰ কিমান সম্পত্তিৰ মালিক?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম গম্ভীৰক বিশ্বৰ ধনী ক্ৰিকেটাৰৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। ২০১৯ চনত গৌতম গম্ভীয়ে লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ নিৰ্বাচন আয়োগক জনোৱা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৪৭ কোটি টকা আৰু প্ৰতি বছৰে তেওঁ ১২.৫ কোটি টকা উপাৰ্জন কৰে। এক প্ৰতিবেদন অনুসৰি গৌতম গম্ভীৰ বৰ্তমান প্ৰায় ২৫০ কোটি টকাৰ মালিক৷

তেওঁৰ উপাৰ্জনৰ উৎস কি?

গৌতম গম্ভীৰ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ লোকসভাৰ সদস্য হৈ আছে। প্ৰাক্তন সাংসদ হোৱাৰ বাবে গৌতম গম্ভীয়ে ভাৰত চৰকাৰৰ পৰা বছৰি ৩-৩.৫০ লাখ টকাৰ পেঞ্চন লাভ কৰে। ইয়াৰ উপৰিও তেওঁ প্ৰাক্তন সাংসদ হিচাপে কেইবাটাও ভাট্টা লাভ কৰে। য’ত ভ্ৰমণ, টেলিফোনৰ খৰচ আদিও অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও গৌতম গম্ভীয়ে মেচসমূহত কমেণ্টৰীৰ জৰিয়তেও উপাৰ্জন কৰে। য’ত তেওঁ প্ৰতিখন মেচৰ বাবে প্ৰায় ১.৫০ কোটি টকা লয়। গৌতম গম্ভীয়ে ২০১৮ চনলৈকে আই পি এল খেলিছিল৷ য’ত তেওঁ বিভিন্ন দলৰ সৈতে খেলি কোটি কোটি টকা উপাৰ্জন কৰিছিল। আই পি এল-২০২৪ত গৌতম গম্ভীয়ে কলকাতাৰ নাইট ৰাইডাৰ্ছৰ পৰা মেণ্টৰ হিচাপে কোটি কোটি টকা লৈছে। এই সকলোবোৰৰ বাহিৰেও গৌতম গম্ভীৰৰ বহু কোম্পানীত বিনিয়োগ আছে। ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্ট আৰু ৰিয়েল এষ্টেট কোম্পানীও অন্তৰ্ভুক্ত। এইসমূহৰ পৰা গৌতম গম্ভীয়ে প্ৰতি বছৰে ৭-৮ কোটি টকা উপাৰ্জন কৰে।

তেওঁৰ ঘৰৰ মূল্য কিমান?

গৌতম গম্ভীৰৰ ঘৰ দিল্লীৰ ৰাজেন্দ্ৰ নগৰত। এই ঘৰৰ দাম প্ৰায় ১৫ কোটি টকা৷ ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ নয়ডাৰ জে পি উইচ টাউনতো এটা প্লট আছে। ইয়াৰ দাম প্ৰায় ৫ কোটি টকা। একে সময়তে গৌতম গম্ভীৰৰ গাঁৱৰ ঘৰটোৰ মূল্য ১ কোটি টকা বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷ গৌতম গম্ভীৰৰ পিতৃ দীপকৰ বস্ত্ৰ ব্যৱসায়ী। গম্ভীৰৰ পত্নী নতাছা জৈনৰো পৰিয়ালকেন্দ্ৰীক ব্যৱসায় আছে৷

বিলাসী গাড়ী আৰু দামী ঘড়ীৰ প্ৰতি আকৰ্ষিত গম্ভীৰ

ভাৰতীয় দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাৰ্চিডিজ, অ’ডি আৰু বিএমডব্লিউৰ দৰে বিলাসী গাড়ী কেইবাখনো আছে। গম্ভীৰক বেছিভাগ সময়তে মাৰ্চিডিজৰ জিএলএছ ছিৰিজত ভ্ৰমণ কৰা দেখা যায়। এই গাড়ীৰ মূল্য ১.৫০ টকাৰ পৰা ৩ কোটি টকা। ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ অ’ডি কিউ-৫, টয়োটা ক’ৰ’লা আৰু মহিন্দ্ৰ বলেৰোৰ  দৰে গাড়ী আছে। একে সময়তে গৌতম গম্ভীৰ দামী ঘড়ীৰ প্ৰতিও আকৰ্ষিত। গম্ভীৰে পৰিধান কৰে পানেৰাই লুমিনাৰ মেৰিন ঘড়ী, যাৰ দাম প্ৰায় ৫ লাখ টকা। ইয়াৰ উপৰিও গৌতম গম্ভীৰৰ হাতত আছে লাখ লাখ টকাৰ ঘড়ীৰ কেইবাটাও সংকলন।

প্ৰশিক্ষক হিচাপে কিমান দৰমহা পাব গম্ভীৰে?

টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰে বাৰ্ষিক দৰমহা পাব ১২-১৫ কোটি টকা। ইয়াৰ পূৰ্বে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক আছিল ৰাহুল দ্ৰাবিড়,  বিচিচিআইয়ে ১২ কোটি টকাৰ বাৰ্ষিক দৰমহা দিছিল দ্ৰাবিড়ক। ৰাহুল দ্ৰাবিড়তকৈ বিচিচিআইয়ে গৌতম গম্ভীৰক অধিক দৰমহা দিব পাৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabaraxom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
Next Post
ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

ফুলেৰে সজোৱা পোছাক! আম্বানীৰ হ’বলগীয়া বোৱাৰী ৰাধিকাই হালধিত পিন্ধা পোছাকৰ দাম কিমান?

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

বছৰৰ শেষ ৬মাহ লক্ষ্মীৰ আশীৰ্বাদ এই ৪ৰাশিৰ ওপৰত থাকিব, অপাৰ ধনসম্পত্তি লাভ কৰিব কেইটামান ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.