• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

2 years ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

41 minutes ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

12 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

12 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

13 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

15 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?

editor by editor
July 15, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
এই ৫ঘটনা ঘটিলে বুজিব আপোনাৰ ওপৰত ক্ষুদ্ধ হৈ আছে লক্ষ্মী, সুখী কৰাৰ উপায় কি?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লক্ষ্মী তুষ্ট থাকিলে আৰ্থিক সমৃদ্ধি লাভ কৰা সম্ভৱ৷ বহু সময়ত যথাযথ পৰিশ্ৰম কৰিলেও ব্যক্তিয়ে কাংখিত সাফল্য আৰু সমৃদ্ধি লাভ কৰিব নোৱাৰে৷ বহু সময়ত অৰ্থ লাভ বা অৰ্থ উপাৰ্জনৰ পথ অৱৰুদ্ধও হয়৷ দৈনন্দিন জীৱনযাপনৰ বাবে ধন ধাৰে লোৱাৰ প্ৰয়োজনীয়তাই দেখা দিয়ে৷ জ্যোতিষ গণনা অনুসৰি লক্ষ্মী অপ্ৰসন্ন হ’লে ব্যক্তিৰ জীৱনত অনাটন আহিব পাৰে৷ ধনদেৱী ৰুষ্ট হ’লে নানান ধৰণৰ ইংগিত পোৱা যায়৷ আপোনাৰ জীৱনত দৈনন্দিন ঘটি থকা কেইটামান ঘটনাৰ পৰাই এই কথাৰ উমান পাব পাৰি৷

বাৰে বাৰে অলংকাৰ হেৰাই যোৱা

শাস্ত্ৰমতে বাৰে বাৰে সোন বা ৰুপৰ গহনা হেৰাই গ’লে বুজিব যে লক্ষ্মী আপোনাৰ ওপৰত ৰুষ্ট হৈছে৷ সোন-ৰূপক লক্ষ্মীৰ সৈতে সম্পৰ্কযুক্ত বুলি কোৱা হয়৷ সেয়ে বাৰে বাৰে অলংকাৰ হেৰাই যোৱাটোৱে ধনদেৱীৰ ৰোষৰ সৈতে যুক্ত বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷

উতলাওঁতে গাখীৰ বাৰে বাৰে পৰা

গাখীৰ তপতোৱাৰ সময়ত বাৰে বাৰে যদি গাখীৰ পৰে, বা হাতৰ পৰা গাখীৰৰ গ্লাছ পৰি যায় এইসমূহ লক্ষণ লক্ষ্মীয়ে আপোনাৰ ঘৰ এৰাৰেই ইংগিত৷ এই ঘটনা সঘনাই ঘটি থাকিলে সাৱধান হওক৷ কাৰণ কিবা নহয় কিবা কাৰণত লক্ষ্মী আপোনাৰ প্ৰতি ক্ষোভিত হৈ আছে৷

তুলসী বা মানি প্লেণ্ট শুকাই যোৱা

ঘৰত এই দুই গছ থাকিলে আৰু অকাৰণতেই শুকাই যোৱাটোত বুজিব পাৰি যে লক্ষ্মীৰ বিৰাগভাজন হৈছে আপুনি আৰু আপোনাৰ পৰিয়াল৷ বাস্তু শাস্ত্ৰমতে তুলসী আৰু মানিপ্লেণ্টক অৰ্থৰ সৈতে যুক্ত বুলি কোৱা হয়৷ এই পৰিস্থিতিত দুই গছ অকাৰণতে শুকাই যায়৷ বাস্তু দোষৰ ওপৰিও লক্ষ্মী ৰুষ্ট হ’লে এই ইংগিত আপোনালৈ আহে৷

আৰ্থিক লোকচান

লক্ষ্মী আপোনাৰ ওপৰত ক্ষোভিত হৈ থাকিলে কিবা নহয় কিবা আৰ্থিক লোকচান হৈ থাকে৷ বহু সময়ত হঠাৎ টকা হেৰাই যাব পাৰে৷ এনে ঘটনা ঘটিলে বুজিব যে লক্ষ্মীৰ কোপদৃষ্টি আপোনাৰ ওপৰত পৰিছে৷

সম্পৰ্কত তিক্ততা

লক্ষ্মী ৰুষ্ট হ’লে আৱেগপ্ৰৱণ দিশেৰে দুৰ্বল হৈ পৰে ব্যক্তি৷ পৰিয়ালত সুখ শান্তি নাথাকে৷ সৰু সৰু কথাতেই কাজিয়া বিবাদ বৃদ্ধি পায়৷

লক্ষ্মীক সুখী কৰাৰ উপায়

শাস্ত্ৰ অনুসৰি কিছু নিয়ম মানি চলিলে লক্ষ্মী সন্তুষ্ট থাকে আৰু জীৱনত কোনো অভাৱ অনাটনে দেখা নিদিয়ে৷ লক্ষ্মীক সুখী কৰিবৰ বাবে কি কি কৰিব?

যি ঘৰ নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকে সেই ঘৰত লক্ষ্মীয়ে বাস কৰে৷ সেয়ে ঘৰ সদায়ে পৰিষ্কাৰ কৰি ৰাখিব লাগে৷

প্ৰতিদিনে লক্ষ্মীৰ পুজা কৰিলে শ্ৰীসুক্ত আৰু কনকধাৰা স্তোত্ৰ পাঠ কৰক৷ ইয়াৰ ফলত লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়৷

পদুমফুল লক্ষ্মীৰ অত্যন্ত প্ৰিয়৷ সেয়ে পুজাৰ সময়ত ধনদেৱীক পদুমফুল নিবেদন কৰক৷ পদুম ফুল নাপালে গোলাপ বা কোনো ৰঙা ফুল অৱশ্যই নিবেদন কৰিব৷

শংখধ্বনি লক্ষ্মীৰ অতি প্ৰিয়৷ ঘৰত শংখ ৰাখিলে নিয়মিত বজালে বাস্তুদোষ দূৰ হয় আৰু লক্ষ্মী আকৃষ্ট হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…
বিনোদন

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

August 19, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?
বিনোদন

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

August 19, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

August 19, 2026
Next Post
সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

সদ্যোজাতৰ জণ্ডিছ কিয় হয়? কি কি লক্ষণে দেখা দিলে তাৎক্ষণিক চিকিৎসকৰ সহায় ল’ব?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

২০২৫ ত আহি আছে প্ৰলয়, ২৫ক লৈ কি কি ভয়ংকৰ বাৰ্তা দি গৈছে বাবা ভাঙ্গাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.