• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন…!’ অসমত ৪০শতাংশলৈ বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, উদ্বিগ্ন হৈ কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

‘এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন…!’ অসমত ৪০শতাংশলৈ বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, উদ্বিগ্ন হৈ কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

9 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

10 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

10 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

11 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

13 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

13 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

14 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

14 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

15 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

15 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

16 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন…!’ অসমত ৪০শতাংশলৈ বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, উদ্বিগ্ন হৈ কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

‘এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন...!’ অসমত ৪০শতাংশলৈ বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, উদ্বিগ্ন হৈ কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?

editor by editor
July 17, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন…!’ অসমত ৪০শতাংশলৈ বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা, উদ্বিগ্ন হৈ কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই?
0
SHARES
904
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ জনবিন্যাস সলনি আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ তেওঁ কয়, ‘ব্যক্তিগতভাৱে এয়া মোৰ জীৱন মৰণৰ প্ৰশ্ন৷’ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘এয়া ৰাজনৈতিক বিষয় নহয়৷ গভীৰভাৱে চিন্তা কৰাৰ বিষয়৷ ১৯৫১ চনত অসমৰ মুঠ জনসংখ্যাৰ ১২ শতাংশ মুছলমান আছিল৷ সেয়া বাঢ়ি বাঢ়ি এতিয়া ৪০শতাংশ হৈছেগৈ৷ ইয়াম মাজতেই বহু জিলাত এতিয়া তেওঁলোকৰেই আধিপত্য৷ এয়া আমাৰ ৰাজনৈতিক ইছ্যু নহয়৷ এইয়া জীৱন মৃত্যুৰ কথা৷’

উল্লেখ কৰা দৰকাৰ যে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ হিমন্ত বিশ্বই উদ্বেগ প্ৰকাশ কৰাটো নতুন কথা নহয়৷ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মুখ খুলিছিল৷ তেওঁ কৈছিল যে এক নিৰ্দিষ্ট ধৰ্মৰ মানুহে যেনেকৈ অপৰাধমূলক কাৰ্যকলাপ কৰিছে সেয়া যথেষ্ট উদ্বেগৰ বিষয়৷’

অসমত ক্ৰমশ হিন্দু জনসংখ্যাৰ তুলনাত মুছলমান জনসংখ্যা বাঢ়িছে৷ সেই প্ৰমাণ আছে চৰকাৰী পৰিসংখ্যাতেই৷ ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে বাংলাদেশী অনুপ্ৰৱেশ৷ অভিযোগ অনুসৰি সীমান্তৰ সিপাৰৰ পৰা বহু বাংলাদেশী মুছলমান এইপাৰে আহি বেআইনীভাৱে এই দেশৰ নথি তৈয়াৰ কৰি ইয়াতেই বসবাস কৰিবলৈ আৰম্ভ কৰিছে৷ যাৰ ফলত উত্তৰ পূব ভাৰতৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য অসমত বাঢ়িছে সংখ্যালঘূৰ সংখ্যা৷ সেই বিষয়টোক লৈয়েই উদ্বেগ প্ৰকাস কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷

কিন্তু প্ৰশ্ন হৈছে, এখন নিৰ্বাচিত চৰকাৰৰ প্ৰধান ব্যক্তি এগৰাকীয়ে এইদৰে এক নিৰ্দিষ্ট ধৰ্মৰ জনসংখ্যা বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰাটো কিমান শোভনীয়? বিৰোধীয়ে ইতিমধ্যেই মুছলমান বিদ্বেষৰ অভিযোগ তুলি সৰৱো হৈছে৷ কিন্তু এই সকলোবোৰ বিতৰ্কক আওকান কৰি মুখ্যমন্ত্ৰীয়ে কৰি গৈছে এটাৰ পাছত আনটো মন্তব্য৷ বৰ্তমান এই ধৰণৰ মন্তব্যৰ বাবেই হিন্দুপ্ৰধান হিচাপে দেশতো জনপ্ৰিয় হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!
জীৱনশৈলী

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

May 30, 2026
Next Post
চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.