• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫মিনিটতেই প্ৰ/স্ৰা/ৱ হ’ব বিশুদ্ধ পানী! মহাকাশচাৰীৰ বাবে অভিনৱ পোছাক NASAৰ, এয়া কৰিব কেনেকৈ, সবিশেষ…

৫মিনিটতেই প্ৰ/স্ৰা/ৱ হ’ব বিশুদ্ধ পানী! মহাকাশচাৰীৰ বাবে অভিনৱ পোছাক NASAৰ, এয়া কৰিব কেনেকৈ, সবিশেষ…

2 years ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

19 minutes ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

56 minutes ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

2 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

2 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

4 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

5 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

6 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

7 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

8 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

৫মিনিটতেই প্ৰ/স্ৰা/ৱ হ’ব বিশুদ্ধ পানী! মহাকাশচাৰীৰ বাবে অভিনৱ পোছাক NASAৰ, এয়া কৰিব কেনেকৈ, সবিশেষ…

৫মিনিটতেই প্ৰ/স্ৰা/ৱ হ’ব বিশুদ্ধ পানী! মহাকাশচাৰীৰ বাবে অভিনৱ পোছাক NASAৰ, এয়া কৰিব কেনেকৈ, সবিশেষ...

editor by editor
July 19, 2024
in প্ৰযুক্তি, বিজ্ঞান, বিশ্ব
0
৫মিনিটতেই প্ৰ/স্ৰা/ৱ হ’ব বিশুদ্ধ পানী! মহাকাশচাৰীৰ বাবে অভিনৱ পোছাক NASAৰ, এয়া কৰিব কেনেকৈ, সবিশেষ…
0
SHARES
395
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাত্ৰ ৫ মিনিটতেই মূত্ৰ হৈ পৰিব বিশুদ্ধ পানী৷ ৫০০ মিলিলিটাৰ মূত্ৰ পৰিণত হ’ব বিশুদ্ধ পানীলৈ৷ এই অভিনৱ স্পেছচ্যুট তৈয়াৰ কৰি উলিয়াইছে গৱেষকে৷ বিগত শতকৰ ৭ৰ দশকৰ পৰাই মহাকাশচাৰীসকলে উন্নতৰ পৰা উন্নত পোছাক তৈয়াৰৰ চেষ্টা চলাই আছে৷ বিশেষভাৱে এই কামত আগবাঢ়ি আছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছা৷ অৱশেষত তেওঁলোকে লাভ কৰিলে বিশেষ সাফল্য৷ স্পেছৱাকৰ সময়ত নভোচৰসকলে নিজৰ পোছাকৰ মাজতেই মলমূত্ৰ ত্যাগ কৰিব পাৰিব৷ তেওঁলোকৰ পোছাকত থাকিব বহুস্তৰীয় এডাল্ট ডায়পাৰ৷ যি অত্যাধিক শোষণ ক্ষমতাযুক্ত পলিমাৰ৷ কিন্তু ইয়াৰমাজতো বৰ্জ্য লিক কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈ আহিছে৷ যাৰ ফলত মূত্ৰনলীত সংক্ৰমণ কিংবা গেছট্ৰিকৰ দৰে সমস্যাইয়ো দেখা দিয়ে৷

এই সমস্যা দূৰ কৰিবলৈকে নতুন পোছাকযোৰ তৈয়াৰ কৰি উলিয়াইছে আমেৰিকাৰ এদল বিজ্ঞানীয়ে৷ আমেৰিকাৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তৈয়াৰ কৰিছে এই পোছাক৷ এই স্পেছছ্যুটত আছে এটি বাহ্যিক কেথিটাৰ, যাৰ সৈতে যুক্ত হৈ আছে ফৰৱৰ্ড ৰিভাৰ্ছ অছমোছিছ ইউনিট৷ কি কাম এই ইউনিটৰ? ইয়াৰ সহায়ত মূত্ৰৰ পৰা তৈয়াৰ কৰিব পাৰি বিশুদ্ধ পানী৷

ফ্ৰণ্টিয়াৰ্ছ ইন স্পেছ টেকনোলজি নামৰ এখন জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি মূত্ৰ সংগ্ৰাহক যন্ত্ৰৰ ওপৰিও এই পোছাকত থাকিব এনে অন্তৰ্বাস যি বহুস্তৰীয় উন্নত ফেব্ৰিকেৰে তৈয়াৰ হৈছে৷ ইয়াৰোপৰি গোপনাংগৰ সৈতে এটা সংগ্ৰাহক কাপ লগোৱা থাকিব৷ উন্নত প্ৰযুক্তিৰে নিৰ্মিত এই পোছাকত কোনোধৰণে লিক কৰাৰ আশংকা নাথাকে বুলিও জনোৱা হৈছে৷ ২০২৫ আৰু ২০২৬ চনত চন্দ্ৰ আৰু মঙ্গলত অভিযান চলাব নাছাই৷ তাৰপূৰ্বে নভোচৰসকলৰ পোছাকত বিপ্লৱ অনাৰ পথেৰে আগুৱাইছে নাছা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক
বিশ্ব

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

August 8, 2026
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!
বিশ্ব

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

August 8, 2026
Next Post
আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.