• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

2 years ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

4 minutes ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

56 minutes ago
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

2 hours ago
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

3 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

3 hours ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

4 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

4 hours ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

5 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

7 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

7 hours ago
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

7 hours ago
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

editor by editor
July 19, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিনোদন, বিবিধ, ৰাজনীতি
0
২০৪১ৰ ভিতৰত অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হোৱাটো খাতাং, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুছলমান সংখ্যাগৰিষ্ঠ দেশ হোৱাৰ দিশে ভাৰত, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী

মোৰ কথা নুশুনে মুছলমান ৰাইজে, ৰাহুল গান্ধীৰ কথা শুনে, ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বেছেদৰ পাতিলেহে মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ হ’ব । নহলে অসম অহা কেইবছৰ মানৰ ভিতৰতে মুছলমান প্ৰধান ৰাজ্য হৈ পৰিব। আজি এক সংবাদমেল যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেল খনত মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যাৰ ওপৰত মন্তব্য দাঙি ধৰি কয় যে, ২০৪১ৰ ভিতৰত অসমত মুছলমান লোক সংখ্যাগৰিষ্ঠ হৈ পৰিব। কেৱল অসমৰ ক্ষেত্ৰতে নহয় ভাৰতৰ ক্ষেত্ৰতো একে ধৰণৰ দৃশ্য দেখা যাব । হিন্দু প্ৰধান ভাৰতবৰ্ষত হিন্দু-মুছলমান সমান হৈ পৰিব।

ইয়াৰ লগতে ইয়াকো কয় যে, মুছলমানে আজি পৰ্যন্ত মোৰ কথা শুনা নাই। তেঁওলোকে মোৰ কথা নুশুনে। কেৱল কংগ্ৰেছ আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ কথাহে শুনে। মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ইয়াৰ এটাই সমাধান আছে। সেয়া হৈছে ৰাহুল গান্ধী। তেখেতক এই ক্ষেত্ৰত ব্ৰেণ্ড এম্বেছেদৰ বনালেহে মুছলমান সকলে তেঁওৰ কথা শুনিব। তেহে জন্ম নিয়ন্ত্ৰণ হব দেশত।

চৰকাৰী তথ্য সন্দৰ্ভত মুক্যমন্ত্ৰীয়ে কয় যে, অসমত প্ৰতি ১০ বছৰৰ মূৰে মূৰে মুছলমান জনসংখ্যা ২৯/৩০ শতাংশকৈ বৃদ্ধি পাই আছে। সংখ্যা হিচাপত প্ৰতি ১০ বছৰত ২২ লাখকৈ বৃদ্ধি পাই আছে। ইণ্ডিয়ান চেনচাচত প্ৰকাশিত ডাটা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmAssam CM Himanta Biswa SarmaAssam MuslimAssam-GovtMuslim Majoritymuslim peoplePressMeet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা
বিনোদন

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

April 25, 2026
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!
প্ৰযুক্তি

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

April 25, 2026
পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!
জীৱনশৈলী

পেটৰ তলৰ অংশত মাজে মাজে বিষ অনুভৱ, হ’ব পাৰে মাৰাত্মক ৰোগৰ ইংগিত!

April 25, 2026
‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ
ভাৰত

‘৪ টা সন্তান জন্ম দিয়ক আৰু এজনক RSS ৰ সেৱক বনাওক,’ মন্তব্য ধীৰেন্দ্ৰ শাস্ত্ৰীৰ

April 25, 2026
Next Post
পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ

পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ

সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.