• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

2 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

31 minutes ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

4 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

16 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

16 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

17 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

17 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

editor by editor
August 3, 2024
in বিবিধ, বিশ্ব
0
নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী
0
SHARES
678
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিৰাপদে ঘুৰি আহিব পাৰিবনে সুনীতা, নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আই এছ এছৰ পৰা নিৰাপদে ঘূৰাই আনিবলৈ এতিয়া নাছাৰ হাতত মাত্ৰ ১৯ দিন বাকী আছে। দুয়োগৰাকী মহাকাশচাৰীয়ে তেওঁলোকৰ বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী সমস্যাৰ বাবে আই এছ এছত আবদ্ধ হৈ আছে।

১৩ জুনত আই এছ এছত উপস্থিত হোৱা ষ্টাৰলাইনাৰে প্ৰথমে এসপ্তাহজোৰা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। আনহাতে মহাকাশযানখনৰ থ্ৰাষ্টাৰ আৰু হিলিয়াম ব্যৱস্থাৰ সমস্যাৰ বাবে তেওঁলোকৰ উভতি অহাত পলম হৈছিল। যাৰ বাবে নাছাৰ ক্ৰু-৯ মিছনৰ আগমনৰ পূৰ্বে সমস্যা সমাধানৰ বাবে মাত্ৰ ১৯ দিন বাকী আছে।

৫ জুনত ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ বাহিনী ষ্টেচনৰ পৰা উৎক্ষেপণ কৰা হৈছিল সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰক। তেওঁলোকৰ মিছন আছিল ষ্টাৰলাইনাৰ বিমানখনৰ প্ৰথমখন মানুহবিহীন বিমানত পৰীক্ষা কৰা। যিটো বয়িঙৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেমৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি আছিল।

মহাকাশযানখনে আই এছ এছৰ সৈতে সফলতাৰে কাম কৰে। কিন্তু ওচৰ চাপি অহাৰ লগে লগে ইয়াৰ ২৮টা থ্ৰাষ্টাৰৰ ভিতৰত পাঁচটা অভাৱনীয়ভাৱে বন্ধ হৈ পৰে। ইয়াৰ উপৰিও অভিযন্তাসকলে মহাকাশযানখনৰ চাৰ্ভিচ মডিউলত ৫টা সৰু সৰু হিলিয়াম লিক আৱিষ্কাৰ কৰে। এই সমস্যাৰ বাবে ষ্টাৰলাইনাৰে নিৰাপদে পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে।

নাছা আৰু বয়িংৰ অভিযন্তাসকলে ষ্টাৰলাইনাৰৰ সমস্যা নিৰ্ণয় আৰু সমাধানৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। বৰ্তমান নাছাই জনাইছে যে উইলিয়ামছ আৰু উইলম’ৰৰ উভতি অহাৰ সময়সীমা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। মহাকাশযানখনৰ থ্ৰাষ্টাৰ আৰু হিলিয়াম ব্যৱস্থা পৃথিৱীৰ বায়ুমণ্ডলত নিৰাপদে পুনৰ প্ৰৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ।

যিকোনো বিজুতিয়ে মহাকাশচাৰীৰ সুৰক্ষাৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। যদিহে ষ্টাৰলাইনাৰৰ বিজুতিৰ সমাধান নহয় তেন্তে নাছাই উইলিয়ামছ আৰু উইলম’ৰক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে বিকল্প পদ্ধতিৰ কথা বিবেচনা কৰিবলগীয়া হ’ব পাৰে। য’ত সম্ভৱতঃ স্পেচএক্স ড্ৰেগন কেপচুল ব্যৱহাৰ কৰাটোও অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astronautIndian Origin Sunita WilliamsNASASunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
Next Post
কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

কাইলৈ শাওন মাহৰ অমাৱস্যা, এই হৰিয়ালী অমাৱস্যাত জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য

তাজমহলৰ ভিতৰত গংগা পানী...? চাওক ভিডিঅ'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.