• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

2 years ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

11 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

12 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

13 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

13 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

14 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

15 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

16 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

17 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

18 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

18 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

editor by editor
August 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

বাংলাদেশত সংৰক্ষিত বিৰোধী আন্দোলনৰ পিছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া বন্ধ হোৱা নাই। দেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। ইয়াৰ পিছত বাংলাদেশৰ ভৱিষ্যত কি হ’ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে।

অৱশ্যে বাংলাদেশ সেনাই অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছে। যদি বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হয় তেন্তে ইয়াৰ কমাণ্ড বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ হাতত থাকিব।

শ্বেখ হাছিনা দেশ এৰি যোৱাৰ খবৰৰ মাজতে সেনা প্ৰধানগৰাকীয়ে টেলিভিছনৰ ভাষণৰ সময়ত কয়, ‘মই (দেশৰ) দায়িত্ব লৈছো। অনুগ্ৰহ কৰি সমৰ্থন কৰক।” ইয়াৰ লগতে সেনা প্ৰধানগৰাকীয়ে ৰাজনৈতিক নেতাসকলক সাক্ষাৎ কৰি আইন-শৃংখলাৰ দায়িত্ব সেনাই ল’ব বুলি কয় বুলি কয়। অৱশ্যে এই বৈঠকত শ্বেখ হাছিনাৰ দল আৱামী লীগৰ কোনো নেতা উপস্থিত নাছিল।

প্ৰতিবাদকাৰীসকলক সংযম আৰু হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় জামানে। সকলো মানুহৰ বাবে “ন্যায়”ৰ বাবেও তেওঁ সংকল্প প্ৰকাশ কৰে। সেনাধ্যক্ষৰ এই ঘোষণাৰ পিছত লগে লগে শ শ লোকে ৰাজপথলৈ ওলাই আহি হাছিনাক অপসাৰণ কৰাৰ ঘটনা উদযাপন কৰিবলৈ আৰম্ভ কৰে।

ৱাকাৰ-উজ-জামান-
ৱাকাৰ-উজ-জামানৰ জন্ম হৈছিল ১৯৬৬ চনৰ ১৬ ছেপ্টেম্বৰত বাংলাদেশৰ শ্বেৰপুৰ জিলাত। ডিফেন্স চাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পিছলৈ ডিফেন্স ষ্টাডিজত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। লগতে লণ্ডনৰ কিংছ কলেজৰ পৰা ডিফেন্স ষ্টাডিজত এম এ কৰে।

ৱাকাৰ-উজ-জামানে ১৯৮৫ চনৰ ২০ ডিচেম্বৰত বাংলাদেশৰ সেনাবাহিনীত যোগদান কৰে। এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰসংঘৰ হৈ বাংলাদেশে বিভিন্ন দেশলৈ প্ৰেৰণ কৰা অভিযানসমূহৰ নেতৃত্বও দিছিল। ২০২০ চনত তেওঁ লেফটেনেণ্ট জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। এইবাৰ ২০২৪ চনৰ ১১ জুনত তেওঁ সেনাধ্যক্ষ নিৰ্বাচিত হয় আৰু ২৩ জুনত তেওঁ দায়িত্ব গ্ৰহণ কৰে। তিনি বছৰ ধৰি তেওঁক সেনা প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। জামান বাংলাদেশ সেনাৰ ৪ ষ্টাৰ জেনেৰেল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh PmNew Commandsheikh hasinaWaker-uz-Zaman
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

June 24, 2026
Next Post
হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.