• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

2 years ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

5 minutes ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

42 minutes ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

1 hour ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

16 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

17 hours ago
পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

পুনৰ স্বামীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ল এইগৰাকী ৪৮বছৰীয়া অভিনেত্ৰীয়ে

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

17 hours ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

18 hours ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

19 hours ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

19 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

20 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

editor by editor
August 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰিও জয় কৰিলে দেশবাসীৰ মন, গভীৰ আঘাতে শেষৰ ৩৩ ছেকেণ্ডত লগাই দিলে খেলিমেলি

৮-২ত আগ্ৰগতি লাভ কৰি আছিল, সকলোৱে ভাবিছিল খেল খনত জয় নিশ্চিত ভাৰতৰ নিশা দহিয়াৰ। পাছে শেষৰ ৩৩ ছেকেণ্ডত হঠাতে সকলো সলনি হৈ পৰে। এক গভীৰ আঘাতৰ বাবে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় মল্লযুঁজাৰু নিশা। কিন্তু হাৰিলেও দেশবাসীৰ হৃদয় জয় কৰিলে মল্লযুঁজাৰুগৰাকীয়ে।

ভাৰতৰ তাৰকা মল্লযুঁজাৰু নিশা দহিয়াই কালি নিশা অনুষ্ঠিত হৈ যোৱা কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। মহিলাৰ ৬৮ কেজি ওজনৰ শাখাত উত্তৰ কোৰিয়াৰ পাক ছল গামৰ সৈতে মুখামুখি হৈছিল। কিন্তু এই প্ৰতিযোগিতা নিশাৰ বাবে অত্যন্ত বেদনাদায়ক বুলি প্ৰমাণিত হয়।

তিনি মিনিটৰ অন্তত ৮-১ পইণ্টত অগ্ৰগতি লাভ কৰি আছিল নিশা। বিৰুধিৰ বাবে অতি কঠিন আছিল খেল জয় কৰাটো। তাৰ পাছত উত্তৰ কোৰিয়াৰ মল্লযুঁজাৰুগৰাকীয়ে নিশাক মেটৰ পৰা বাহিৰ কৰি দি কোনোমতে আৰু ১ পইণ্ট লাভ কৰি স্ক’ৰ ৮-২ কৰে।

মেচ শেষ হ’বলৈ ৩৩ ছেকেণ্ড বাকী থকাৰ সময়ত নিশা আঘাতপ্ৰাপ্ত হয়। মেচ বন্ধ কৰি হাতত বেণ্ড লগাই লয় নিশাই। কিন্তু বেণ্ড বান্ধি খেলাটো নিশাৰ বাবে কিছু কঠিন হৈ পৰে। যেতিয়া মেচ শেষ হ’বলৈ ১২ ছেকেণ্ড বাকী আছিল। তাৰ পিছত নিশাই আৰু বেছি বিষ অনুভৱ কৰিবলৈ ধৰে আৰু মেচখন আকৌ বন্ধ হৈ যায়। সেই আঘাতৰ সুযোগ লৈ বিৰোধীতে আঘাত পোৱা অংশতেই আঘাত কৰি নিশাত অধিক কষ্ট দি পইণ্ট সংগ্ৰহ কৰে।

শেষত আৰু খেলিব নোৱাৰা হৈ পৰে নিশা। যদিহে খেল খনত স্ক’ৰ ৮-৮ত সমতাত থাকিলহেঁতেন তেন্তে নিশা ছেমি ফাইনেলত প্ৰৱেশ কৰিলেহেঁতেন। কিন্তু শেষৰ ১২ ছেকেণ্ডত উত্তৰ কোৰিয়াৰ মল্লযুঁজাৰুগৰাকীয়ে আৰু পইণ্ট সংগ্ৰহ কৰি ১০-৮ত জয়লাভ কৰে।

এনে পৰাজয়ৰ পাছতে মেটতে হুকহুকাই কান্দি উঠে নিশা। নিশাৰ এনে অৱস্থা সমগ্ৰ খেলুৱৈ সমাজেও শোক প্ৰকাশ কৰে। কিয়নো জয়ী হোৱা খেলত খনত আঘাতে সকলো সলাই পেলাই। নিশাক যি খেলুৱৈয়ে প্ৰথমে সামান্যতমো লৰাব পৰা নাছিল, সেই খেলুৱৈয়ে শেষত নিশাৰ আঘাতৰ সুযোগ লৈ জয় হয়। তেনে জয়ক এতিয়া বহু জনে মিছা জয় আখ্যা দিছে আৰু ভাৰতৰ নিশাক প্ৰকৃত বিজয়ী আখ্যা দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Nisha DahiyaolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল
ভাৰত

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ
নিয়োগ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

October 28, 2026
Next Post
৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

৩০০০ মিটাৰ ষ্টেপলচেজত ইতিহাস সৃষ্টি কৰিলে অবিনাশ ছেবলে, প্ৰথম ভাৰতীয় হিচাপে কৰিলে এই কাম

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.