• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

2 years ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

8 minutes ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

45 minutes ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

3 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

3 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

5 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

6 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

6 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

7 hours ago
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

8 hours ago
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

editor by editor
August 6, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান-অক্ষয়ক অভিনয় শিকোৱা ভাৰতৰ লগতে বাংলাদেশৰ ছুপাৰষ্টাৰ, এতিয়া কন্যা ভাৰতীয় চিনেমাৰ অন্যতম তাৰকা

বলীউডত এনে বহু তাৰকা আছে, যিয়ে দক্ষিণৰ ছবিৰ লগতে আন দেশৰ ছবিতো কাম কৰি যথেষ্ট নাম অৰ্জন কৰিছে। হিংসাজৰ্জৰ বাংলাদেশ এইকেইদিন শিৰোনামত। দেশ খনত হিন্দু লোকৰ ওপৰতো আৰম্ভ হৈছে নিৰ্যাতন।

তেনে সময়তে চৰ্চালৈ আহিছে এগৰাকী ভাৰতীয় তাৰকাৰ নাম। যি ভাৰতৰ লগতে বাংলাদেশৰো ছুপাৰষ্টাৰ। বহু হিট ছবি দিছে বলীউডৰ লগতে বাংলাদেশৰ ছবিজগততো। সেই তাৰকাগৰাকীৰ কন্যা এতিয়া ভাৰতীয় ছবিত কাম কৰি আছে।

আমি কথা পাতি থকা অভিনেতাজনৰ পিতৃ আছিল এজন বিখ্যাত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। দেশৰ ভিতৰতে প্ৰথমটো হৃদযন্ত্ৰৰ অপাৰেচন কৰা চিকিৎসকৰ তালিকাত তেওঁৰ পিতৃৰো নাম অন্তৰ্ভুক্ত । মাতৃয়ো এগৰাকী চিকিৎসক আছিল। গতিকে দুয়োৰে ইচ্ছা আছিল যে তেওঁলোকৰ সন্তানো চিকিৎসক হ’ব । কিন্তু যাৰ ভাগ্যত যি লিখা থাকে সেয়া হবই।

গতিকেই চিকিৎসক দম্পতিৰ পুত্ৰ হৈ পৰিল অভিনেতা। সময়ত গৈ দুই দেশৰ ছুপাৰষ্টাৰ। এই অভিনেতাগৰাকী হৈছে সুৰেশ পাণ্ডে অৰ্থাৎ চাংকি পাণ্ডে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ একো কৰিব নোৱাৰাত পিতৃ-মাতৃয়েও অনুমতি দিয়ে অভিনয় কৰিবলৈ। পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত মাক-দেউতাকে বুজাই দিয়ে যে প্ৰথমে অভিনয় শিকক তাৰ পিছত চেষ্টা কৰক।

সেই মতেই ডেইজী ইৰাণীৰ এক্টিং স্কুলত আহি অভিনয়ৰ পাঠ শিকে। তাতেই ছলমান খান আৰু অক্ষয় কুমাৰক এক্টিঙৰ লগতে ডাঞ্চ সিকাই। পাছলৈ হু চিনেমাত সুযোগ লাভ কৰে অভিনয়ৰ। বাংলাদেশলৈ গৈয়ো সুনাম গঢ়ে চাংকি পাণ্ডেয়ে। এতিয়া অভিনেতাগৰাকীৰ  লগতে কন্যা অনন্যা পাণ্ডেও কাম কৰি আছে বলীউডত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ
বিনোদন

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

August 8, 2026
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!
জীৱনশৈলী

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

August 8, 2026
Next Post
শনি বক্ৰি হোৱাৰ বাবে ৩ ৰাশিৰ লোকক চহকী কৰি তুলিব, কেতিয়ালৈ কৃপা কৰিব এইদৰে

শনি বক্ৰি হোৱাৰ বাবে ৩ ৰাশিৰ লোকক চহকী কৰি তুলিব, কেতিয়ালৈ কৃপা কৰিব এইদৰে

‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

'কি আছিল, কি হ'ল' শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.