• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

2 years ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

17 minutes ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

15 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

15 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

16 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

17 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

17 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

19 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

20 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

21 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

21 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

editor by editor
August 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘কি আছিল, কি হ’ল’ শচীনৰ একালৰ সতীৰ্থৰ বৰ্তমানে অতি শোচনীয় অৱস্থা

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ এক চাঞ্চল্যকৰ ভিডিঅ’ পোহৰলৈ আহিছে। এসময়ত শচীন টেণ্ডুলকাৰতকৈ ভাল বুলি গণ্য কৰা হৈছিল খেলুৱৈগৰাকীক। যি কেতিয়াও খেলপথাৰত ৰান সংগ্ৰহ কৰি ভাগৰি পৰা নাছিল। সেই বিনোদ কাম্বলী এতিয়া ভালদৰে খোজ কাঢ়িবও নোৱাৰে।

এই ভাইৰেল ভিডিঅ’টো দেখি বহু ব্যৱহাৰকাৰীয়ে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। কোনোৱে কৈছে বিনোদ কাম্বলীয়ে সুৰা পান কৰিছে কোনোৱে কৈছে কাম্বলী অসুস্থ বুলি। পাছে প্ৰকৃততে সত্যতা কি সেয়া জানিব পৰা হোৱা নাই।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে বিনোদ কাম্বলী এখন বাইকৰ ওচৰত থিয় হৈ আছে। কেইছেকেণ্ডমান থিয় হৈ থাকে। তাৰ পিছত হঠাতে তেঁও বাগৰি পৰাৰ দৰে হয়। লগে লগে ওচৰতে থিয় হৈ থকা কেইগৰাকীমান ব্যক্তিয়ে কাম্বলীক সহায়ৰ বাবে আগবাঢ়ি যায়।

কাম্বলীৰ এই ভিডিঅ’ত শ শ মন্তব্য আহিছে। বহুতে লিখিছে বিনোদ কাম্বলিয়ে সুৰা সেৱন কৰি খোজ কাঢ়িব পৰা নাই। কিছুমানে তেওঁৰ অসুস্থতাৰ উদ্ধৃতি দি কৈছে যে তেওঁ পূৰ্বেও এনেদৰে বহুবাৰ অসুস্থ হৈ পৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে বিনোদ কাম্বলীলৈ চালে দেখা নাযায় যে তেওঁ মদ্যপান কৰিছে। তেঁও নিশ্চয়কৈ বেমাৰত পৰিছে।

বিগত বছৰবোৰত বহুতো ৰোগৰ সৈতে যুঁজিছে বিনোদ কাম্বলিয়ে। কেইবছৰমান পূৰ্বে হাৰ্ট এটেকো হৈছিল বিনোদ কাম্বলীৰ। কাম্বলীৰ বৰ্তমানে আৰ্থিক অৱস্থা একেবাৰে বেয়া বুলি জানিব পৰা গৈছে।

ক্ৰিকেটৰ কথা ক’বলৈ গ’লে বিনোদ কাম্বলিয়ে ভাৰতৰ হৈ ১০৪খন এদিনীয়া আৰু ১৭খন টেষ্ট মেচ খেলিছে। তেওঁ এদিনীয়া ক্ৰিকেটত ২টা শতক আৰু ১৪টা অৰ্ধশতকৰ সহায়ত ২৪৭৭ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ক্ৰিকেটত চাৰিটা শতকৰ সহায়ত ১০৮৪ ৰান সংগ্ৰহ কৰিছে বিনোদ কাম্বলিয়ে। ইয়াৰ ভিতৰত দুটা ডাবল চেঞ্চুৰীও অন্তৰ্ভুক্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Former cricketerIndian CricketerVinod Kambliviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
Next Post
ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

ভাৰতীয় যুৱকৰ বিদেশত বিশেষ অস্ত্ৰোপচাৰ, পেটৰ পৰা বাহিৰ কৰিলে এডাল ২৫ ইঞ্চিৰ কুচিয়া মাছ

5G পৰিসেৱা অচিৰেই হাতত! BSNLক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

5G পৰিসেৱা অচিৰেই হাতত! BSNLক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.