• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

2 years ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

25 minutes ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

4 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

5 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

5 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

6 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

6 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

7 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

7 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

editor by editor
August 16, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকললৈ সুখবৰ, মাহেকীয়াৰ সময়ত লাভ কৰিব ছুটি, সেই ছুটিত দৰমহাও কটা নাযায়

মহিলাসকললৈ সুখবৰ লৈ আহিছে ওড়িশৰা চৰকাৰে। কেৰালা আৰু বিহাৰৰ পাছত এতিয়া দেশৰ তৃতীয়খন চহৰ হিচাপে ওড়িশাৰ চৰকাৰেও মহিলা সকলৰ বাবে জাৰি কৰিছে বিশেষ সুবিধা। চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰীয়ে দৰমহাৰ সৈতে ঋতুস্ৰাৱৰ ছুটী লাভ কৰিব। মাহেকীয়াৰ যি কোনো এদিন লাভ কৰিব ছুটি।

বৃহস্পতিবাৰে কটকত স্বাধীনতা দিৱস উদযাপনৰ পিছতে এই ঘোষণা ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী প্ৰৱতী পৰিদাৰ। উপ মুখ্যমন্ত্ৰী প্ৰৱতী পৰিদা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰীও। তেওঁ কয় যে “এই ছুটী ঐচ্ছিক হ’ব আৰু মহিলাগৰাকীৰ পছন্দ অনুসৰি ঋতুচক্ৰৰ প্ৰথম বা দ্বিতীয় দিনা গ্ৰহণ কৰিব পাৰিব।”

ওড়িশা চৰকাৰৰ এই পদক্ষেপ মুখ্যমন্ত্ৰী মোহন মাঝিৰ চৰকাৰৰ ১০০ দিনীয়া কাৰ্য্য পৰিকল্পনাৰ অংশ। ১২ জুনত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল মাঝিয়ে। কেৰালাত ২০২৩ চনৰ জানুৱাৰী মাহত ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহত মহিলা ছাত্ৰ-ছাত্ৰীৰ বাবে ঋতুস্ৰাৱৰ ছুটী প্ৰৱৰ্তন কৰা হৈছিল। যোৱা লোকসভাত কেৰেলা কংগ্ৰেছৰ সাংসদ হিবি ইডেনে ব্যক্তিগত সদস্যৰ বিধেয়কৰ জৰিয়তে সমগ্ৰ দেশতে ঋতুস্ৰাৱৰ ছুটী কাৰ্যকৰী কৰাৰ চেষ্টা কৰিছিল। য’ত শ্ৰমিক মহিলাসকলৰ বাবে তিনিদিনৰ ছুটীৰ দাবী কৰা হৈছিল।

ভাৰতত ঋতুস্ৰাৱৰ সন্দৰ্ভত নীতি সন্দৰ্ভত ব্যাপক বিতৰ্কৰ মাজতে ওড়িশা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক মহিলা কৰ্মচাৰীৰ ঋতুস্ৰাৱৰ ছুটীৰ আদৰ্শ নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ে কয় যে এই বিষয়টো ন্যায়িক হস্তক্ষেপৰ পৰিৱৰ্তে নীতি নিৰ্ধাৰণৰ পৰিসৰৰ ভিতৰত পৰে।

বৰ্তমান বিহাৰ আৰু কেৰালা একমাত্ৰ ভাৰতীয় ৰাজ্য যিয়ে ঋতুস্ৰাৱৰ বন্ধৰ সন্দৰ্ভত নীতি ৰূপায়ণ কৰিছে। বিহাৰত ১৯৯২ চনৰ পৰা প্ৰতিমাহে দৰমহাসহ দুদিনৰ ঋতুস্ৰাৱৰ ছুটী দিয়া হৈ আহিছে। ২০২৩ চনত কেৰালাই সকলো বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ মহিলা ছাত্ৰীক ঋতুস্ৰাৱৰ ছুটী দিছিল। ভাৰতৰ কিছুমান ব্যক্তিগত কোম্পানী – যেনে Zomato য়েও ঋতুস্ৰাৱৰ সময়ত ছুটী দিছে, য’ত Zomato এ ২০২০ চনৰ পৰা বছৰি ১০ দিনৰ ঋতুস্ৰাৱৰ ছুটী দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Monthly CirclePeriodPeriod leaveWomen LifeWomen Monthly Circle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
Next Post
প্ৰথমে পত্নীকেই ভুল ধৰা হয় সদায় ! পাছে বিচ্ছেদৰ এমাহ নহওঁতেই নতুন প্ৰেমিকাৰ সৈতে হাৰ্দিক…

প্ৰথমে পত্নীকেই ভুল ধৰা হয় সদায় ! পাছে বিচ্ছেদৰ এমাহ নহওঁতেই নতুন প্ৰেমিকাৰ সৈতে হাৰ্দিক...

বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.