• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

2 years ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

30 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

41 minutes ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

1 hour ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

1 hour ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

5 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

7 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

editor by editor
August 16, 2024
in প্ৰযুক্তি, বাণিজ্য, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বজাৰলৈ আহিল অতিকে সুন্দৰ ইলেক্ট্ৰিক বাইক, এবাৰ চাৰ্জ দিলেই চলে ৫৭৯ কিলোমিটাৰ, মূল্য মাত্ৰ ৭৫ হাজাৰ

ইলেক্টিক স্কুটাৰৰ পাছত এইবাৰ ইলেক্ট্ৰিক বাইক। তাকো এলেপেচা ডিজাইন নহয়। দেখাত কোনো স্পোৰ্টছ বাইকতকৈ কম নহয়। এবাৰতে আকৰ্ষণ কৰিব পৰা ডিজাইন। তাকো ইয়ামৰ মূল্যও অন্য বাইকৰ তুলনাত বহু কম।

মাত্ৰ ৭৫ হাজাৰ টকাতে লাভ কৰিব এই বাইক। এবাৰ চাৰ্জ দিলে ই ৫৭৯ কিলোমিটাৰ পৰ্যন্ত চলিব। য়াৰ বাবে ইয়াৰ দূৰ যাত্ৰাটো নিবলৈ ভয় কৰিব নালাগে। সকলো ফালৰ পৰাই সুবিধাজনক এই বাইক।

এই ইলেক্ট্ৰিক বাইকখন মুকলি কৰিলে অলাৰ ফালৰ পৰা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মাথো এদিন পাছতে অলাই ভাৰতত মুকলি কৰিছে এই বাইক। তিনিটা প্ৰকাৰত বজাৰলৈ উলায়াই দিছে এই বাইক।

এই তিনি প্ৰকাৰ হৈছে ৰ’ডষ্টাৰ এক্স, ৰ’ডষ্টাৰ আৰু ৰ’ডষ্টাৰ প্ৰ’। মূল্যৰ কথা কবলৈ গ’লে , ৰ’ডষ্টাৰ এক্সৰ শ্ব’ৰুমৰ মূল্য- ৭৪,৯৯৯ টকা, ৰ’ডষ্টাৰৰ মূল্য- ১,০৪,৯৯৯ টকা আৰু ৰ’ডষ্টাৰ প্ৰৰ মূল্য- ১,৯৯,৯৯৯ টকা।

ৰ’ডষ্টাৰ এক্সত তিনিটা বেটাৰী পেকৰ বিকল্প প্ৰদান কৰা হৈছে ইয়াত ২.৫ কিলোৱাট ঘণ্টা, ৩.৫ কিলোৱাট ঘণ্টা আৰু ৪.৫ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকৰ বিকল্প আছে । এই বাইকে ঘণ্টাত ১২৪ কিলোমিটাৰ টপ স্পীড দিব বুলি অলাই দাবী কৰিছে । এই বাইকখনৰ ৪.৫ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকে ২০০ কিলোমিটাৰ ৰেঞ্জ দিব।

ওলা ৰ’ডষ্টাৰত আছে ৩.৫ কিলোৱাট ঘণ্টা, ৪.৫ কিলোৱাট ঘণ্টা আৰু ৬ কিলোৱাট ঘণ্টাৰ বেটাৰী পেকৰ বিকল্প । এই বাইকে একেটা চাৰ্জিঙতে ২৪৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰাৰ দাবী কৰিছে । এই বাইকে মাত্ৰ ২ ছেকেণ্ডত ঘণ্টাত ০ ৰ পৰা ৪০ কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰিব পাৰে । এই বাইকখনত আছে ৬.৮ ইঞ্চিৰ টিএফটি টাচস্ক্ৰীণ।

ৰ’ডষ্টাৰ প্ৰ’নতুন ৰ’ডষ্টাৰ প্ৰ’ৰ শীৰ্ষ ভেৰিয়েণ্ট। এই বাইকখনত আছে ১৬ কিলোৱাট ঘণ্টাৰ বেটাৰী পেক যিয়ে এটা চাৰ্জতে ৫৭৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে , যিটো আইডিচি প্ৰমাণিত। এই ভেৰিয়েন্টৰ বাইকখনত আছে একক চাৰ্জিঙত ১০ ইঞ্চিৰ টিএফটি টাচস্ক্ৰীণ। এই বাইকখনত ২ চেনেলৰ চুইচেবল এবিএছ চিষ্টেমো আছে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bikeElectric BikeIndian MarketOla Electric Bike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – কোন শ্ৰেষ্ঠ অভিনেতা, কোন শ্ৰেষ্ঠ অভিনেত্ৰী, এমুঠি পুথিলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - কোন শ্ৰেষ্ঠ অভিনেতা, কোন শ্ৰেষ্ঠ অভিনেত্ৰী, এমুঠি পুথিলৈ শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা

এই বিশেষ ধৰণৰ আঙুঠি আপুনিও পৰিধান কৰে নেকি, তেন্তে সাৱধান, নিশাটোৰ ভিতৰতে হৈ পৰিব পাৰে কংগাল

এই বিশেষ ধৰণৰ আঙুঠি আপুনিও পৰিধান কৰে নেকি, তেন্তে সাৱধান, নিশাটোৰ ভিতৰতে হৈ পৰিব পাৰে কংগাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.