• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

13 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

13 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

13 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

13 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

14 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

14 hours ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

14 hours ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

15 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

15 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 day ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক

editor by editor
August 17, 2024
in জীৱনশৈলী, ভাৰত
0
ভাল মাইলেজৰ বাহন বিচাৰি জীৱনলৈ অশনি সংকেত আনিছে? ভাৰতৰ সকলোতকৈ মজবুত ২০ বাহনৰ বিষয়ে আজিয়েই জানি থওক
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাহনত দুইধৰণৰ ছেফটিয়ে আপোনাক অক্ষত ৰাখিব পাৰে৷ প্ৰথমে এক্টিভ ছেফটি৷ দ্বিতীয় হৈছে পেছিভ ছেফটি৷ এক্টিভ ছেফটিৰ মাজত আছে এণ্টি লক ব্ৰেকিং, ইলেক্ট্ৰিক ব্ৰেক ডিষ্ট্ৰিবিউছন, ট্ৰেকশ্বন কন্ট্ৰল, টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম আদি চেঞ্চৰ৷ সেইসমূহে বাহনৰ গতি বিধি নিয়ন্ত্ৰণত সহায় কৰে৷ লং টুৰত যোৱাৰ পূৰ্বে এই ফিচাৰ্ছসমূহ নিশ্চিত কৰাটো খুবেই জৰুৰী৷

পেছিভ ছেফটিৰ ভিতৰত পৰে যাত্ৰীৰ সচেতনতা৷ যেনেকৈ যাত্ৰী আৰু চলকে ঠিকধৰণে ছিট বেল্ট লগাইছেনে নাই৷ ইয়াৰোপৰি গাড়ীৰ বিল্ড কোৱালিটিও পেছিভ ছেফটিৰ ভিতৰত পৰে৷ সেয়ে নতুন বাহন ক্ৰয় কৰাৰ পূৰ্বে অৱশ্যেই এই বিষয়টোক মূৰত ৰখা উচিত৷ কেৱল মাইলেজেই নহয়, যাত্ৰী নিৰাপত্তাক সকলোতকৈ বেছি অগ্ৰাধিকাৰ দিয়া উচিত৷ কাৰণ টকাতকৈ প্ৰাণ সদায়ে আগত৷ বিল্ড কোৱালিটিৰ দিশৰ পৰা এইকেইখন গাড়ী সবাতোকৈ ওপৰত বুলি বিশেষজ্ঞই দাবী কৰে৷

মজবুত হেচবেক

প্ৰথম বাহন হৈছে টাটা এলট্ৰজ৷ যি ৫ষ্টাৰ ছেফটি ৰেটিং যুক্ত৷ ইয়াত আল্ট্ৰা হাই ইনটেনছিটি ষ্টিল ব্যৱহাৰ কৰা হৈছে৷ দ্বিতীয় বাহন হৈছে টাটা পাঞ্চ৷ এই বাহনৰো ছেফটি ৰেটিং ৫ষ্টাৰ৷ তৃতীয় বাহন হৈছে নতুন হোণ্ডা চিটি ফিফট জেনাৰেছন৷ আৰু দুটি বাহনৰ ভিতৰত আছে স্কোডা শ্লাভিয়া আৰু ফোক্সৱাগেন ভাৰ্টাছ৷

মজবুত কম্পেক্ট SUV

আজিকালি কম্পেক্ট SUV সকলোতকৈ বেছি বিক্ৰি হয়৷ ইয়াৰ মাজত যিসমূহ বাহনৰ ওপৰত আমি ভৰসা কৰিব পাৰো সেইসমূহ হৈছে মাহিন্দ্ৰা XUV 300, টাটা নেক্সন, মাৰুতি ছুজুকি ব্ৰেজ্জা, আৰু মাহিন্দ্ৰা থাৰ৷ প্ৰত্যেকখন বাহনতেই আছে মজবুত বিল্ড কোৱালিটি আৰু পৰ্যাপ্ত ছেফটি ফিচাৰ্ছ৷

মিড SUV আৰু MPV

মিড ছাইজ SUV আৰু মাল্টি পাৰপোজ ভেহিকেল MPV বাহনৰ ভিতৰত একাধিক বিকল্প আছে৷ মিড SUVৰ মাজত আপুনি বাচি ল’ব পাৰে টাটা হেৰিয়াৰ, টাটা ছাফাৰি, জিপ কেম্পাছ, জিপ মেৰিডিয়ান, মাহিন্দ্ৰা স্কৰপিঅ এন, স্কোডা কুছাক, ফোক্সৱাগেন টাইগুন আৰু এম জি হেক্টৰ৷

অন্যহাতে MPVৰ ক্ষেত্ৰত মাহিন্দ্ৰা মাৰাজ্জ বা টয়োটা ইনোভা হাইক্ৰছ বাহন ল’ব পাৰে৷ উল্লেখিত সমস্ত বাহনত মজবুত ষ্টিল আৰু চেছিছ৷ কেৱল বিল্ড কোৱালিটি নহয়, দুৰ্ঘটনা এৰাবলৈ অভাৰস্পিডিং নকৰাটোৱেই ভাল৷ ইয়াৰোপৰি যিসমূহ ছেফটি ফিচাৰ্ছ মানিবলৈ কোৱা হয় সেইসমূহ মানি চলা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
পৰিস্থিতি উন্নত হৈছে… ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

পৰিস্থিতি উন্নত হৈছে... ১৫ দিনৰ পাছত পুনৰ মুকলি কেদাৰনাথৰ ৰাস্তা, তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তাবাহিনী

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

সম্প্ৰচাৰ পৰিসেৱা নিয়ন্ত্ৰণ বিল কি? এই খচৰা বিলত পৰিণত হ’লে কি হ’ব ইউটিউবাৰ, ডিজিটেল মাধ্যম আদিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.