• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

2 years ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

50 minutes ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

2 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

3 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

4 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

5 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

5 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

6 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

6 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

6 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

7 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

7 hours ago
চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

চুলিৰ বাবে কণী উপকাৰী, কিন্তু কেনেকৈ লগাব? কেনেকৈ লগালে চুলি ৰেচমী হৈ পৰিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

editor by editor
August 18, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

কি হৈছিল সিদিনা কলিকতাৰ হাস্পতালত। হঠাতে হাস্পতালৰ পৰা ফোন আহে মাতৃলৈ, কন্যাৰ বেমাৰ সোনকালে হাস্পতাললৈ আহিব লাগে। পিতৃ-মাতৃ দুয়ো হাস্পতালত উপস্থিত হোৱাৰ পাছতে খবৰ লাভ কৰে যে, কন্যাই নিজকে শেষ কৰি দিছে।

কিন্তু বহু দেৰিলৈ চাবলৈ দিয়া হোৱা নাছিল কন্যাৰ মৃতদেহ। পুৱাৰ পৰা দুপৰীয়ালৈ অপেক্ষা কৰে কন্যাক চাবলৈ। ৩ মান বজাতহে কন্যাৰ মৃতদেহ চাবলৈ অনুমতি দিয়ে পিতৃ-মাতৃক। কিন্তু ই কি-  কন্যাৰ মৃতদেহ দেখি ভৰিৰ তলৰ মাটি নোহোৱা হৈ পৰে দুয়ো পিতৃ-মাতৃৰ।

আত্মহত্যা কৰিলে শৰীৰত কেৱল এখন হে কাপোৰ থাকে নেকি। সৰ্বশৰীৰতে তেজৰ চেকুৰা। কঁপি উঠে মাতৃৰ হৃদয়। কন্যাৰ শৰীৰত কেৱল এখন কাপোৰ, শৰীৰৰ নিম্নাংশত একো কাপোৰ নাই। হাত এখন ভঙা। চকু আৰু মুখত তেজৰ ধাৰা। সৰ্বশৰীৰতে আঘাতৰ চিন স্পষ্ট।

আত্মহত্যা নহয়, ই দেখ দেখকৈ হত্যা। হাস্পতালে লুকুৱাবলৈ চেষ্টা কৰা এটা ভয়ংকৰ তথা জঘন্য হত্যাকাণ্ড। আজি কলিকতাৰ এক প্ৰতিবাদত অংশ লৈ মাতৃয়ে কান্দি কান্দি কৈ উঠিল একমাত্ৰ কন্যাৰ শেষ দৃশ্যৰ কথা।

মমতা বেনাৰ্জী, চৰকাৰ, প্ৰশাসন, আৰক্ষী, হাস্পতাল সকলো জড়িত থকাৰ অভিযোগ কলিকতাৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা কনিষ্ট চিকিৎসকৰ দুৰ্ভগীয়া মাতৃৰ। কোনেও যাতে প্ৰতিবাদতো নামিব নোৱাৰে তাৰ বাবে চৰকাৰে ১৪৪ ধাৰাও লগোৱা বুলি অভিযোগ মাতৃৰ। কেৱল এজনকে আটক কৰি আৰক্ষীয়েও দায়িত্ব সামৰাৰ অভিযোগ মাতৃৰ। তদন্ত অতিকে লেহেমীয়া হোৱাৰ আক্ষেপ প্ৰকাশ কৰে মাতৃগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Kolkata Gangrape caseKolkata rape and murder caseKolkata rape Caserape and murder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা
বিনোদন

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন
জীৱনশৈলী

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

April 18, 2026
Next Post
গুৰু-বুধৰ কৃপা – ২২ ছেপ্টেম্বৰলৈকে প্ৰতিটো কামতে সফলতা লাভ কৰিব ৩টা বিশেষ ৰাশিয়ে

গুৰু-বুধৰ কৃপা - ২২ ছেপ্টেম্বৰলৈকে প্ৰতিটো কামতে সফলতা লাভ কৰিব ৩টা বিশেষ ৰাশিয়ে

নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ

নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ'ব নীৰজৰ মাতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.