• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ

নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ

2 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

4 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

5 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

6 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

8 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

9 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

10 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

11 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

12 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ

editor by editor
August 18, 2024
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ
0
SHARES
127
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নীৰজ চোপ্ৰাৰ মাতৃলৈ পাকিস্তানৰ পৰা বিশেষ নিমন্ত্ৰণ, পাকিস্তানৰ ৰাজ্যিক অতিথি হ’ব নীৰজৰ মাতৃ

২০২৪ চনৰ পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰে। যদিও তেওঁ টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল, এইবাৰ ৰূপতে ক্ষান্ত থাকে। স্বৰ্ণ পদক লাভ নকৰাৰ পিছত নিৰাজ চোপ্ৰাক নিৰাশ যেন লাগিছিল যদিও ৰূপৰ পদক লৈ মাতৃ অতি সুখী আছিল। তেওঁ কৈছিল যে তেওঁৰ বাবে ৰূপ সোণৰ দৰেই। এই ইভেণ্টত পাকিস্তানৰ আৰ্শ্বাদ নাদীমে ৯২.৯৭ মিটাৰ জেভেলিন নিক্ষেপ কৰি সোণৰ পদক লাভ কৰিছিল।।

পেৰিছ অলিম্পিকত পাকিস্তানৰ আৰ্শ্বাদ নদীমে স্বৰ্ণ জয় কৰাৰ কথা সোধাত নীৰজৰ মাতৃয়ে কৈছিল, ‘মোৰ বেয়া নালাগে। আমাৰ বাবে ৰূপ সোণৰ দৰে। আৰ্শ্বাদো আমাৰ ল’ৰা। তেওঁ কঠোৰ পৰিশ্ৰমো কৰিছে। প্ৰতিজন খেলুৱৈৰ জীৱনত এনেবোৰ কথা ঘটি থাকে। ৰূপৰ পদক লৈ আমি সুখী।

নাৰজৰ মাতৃৰ এই বক্তব্যৰ পাছতে এতিয়া পাকিস্তানত চৰ্চা চলি আছে। মানুহে প্ৰশংসা কৰিছে নীৰজৰ মাতৃৰ। ইফালে পাকিস্তানত নতুন চাহিদাৰ সৃষ্টি হৈছে। পাকিস্তান পিপলছ পাৰ্টিৰ আইতজাজ আহছানে প্ৰধানমন্ত্ৰী শ্বাহবাজক নীৰজ চোপ্ৰাৰ মাতৃক ৰাজ্যিক অতিথি হিচাপে পাকিস্তানলৈ নিমন্ত্ৰণ কৰিবলৈ কয়।

https://x.com/ghulamabbasshah/status/1823803480307286311

আইতজাজ আহছানৰ মতে পাকিস্তানে এই সুযোগৰ সুবিধা লোৱা উচিত। ভাৰতৰ সৈতে শান্তি বৃদ্ধিৰ বাবে পাকিস্তানে উদ্যোগ লোৱা উচিত। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ হ’ব যে পাকিস্তানে যুদ্ধ নহয়, শান্তি বিচাৰে।

উল্লেখ্য যে, অলিম্পিকত সোণৰ পদক অৰ্জন কৰি পাকিস্তানত ছুপাৰষ্টাৰ হৈ পৰিছে আৰ্শ্বাদ নাদীম। একে সময়তে আৰ্শ্বাদৰ মাতৃক নীৰজৰ কথা সোধাত তেখেতে কয়, ‘নীৰজো মোৰ বাবে ল’ৰাৰ দৰে। নদীমৰ বন্ধুও। খেলুৱৈৰ জীৱনত জয়-পৰাজয়ৰ সৃষ্টি হয়। মইও তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: neeraj chopraNeeraj Chopra MotherpakistanPakistan State GuestState Guest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে…

বহু বছৰৰ পাছত প্ৰকাশ গোপন কথা, ঐশ্বৰ্য ৰায় ছলমান খানৰ ভগ্নী হ’বলৈ ওলাইছিল এখন চিনেমাত, পাছে...

Psychological Test কি? যিয়ে কলকাতাত সংঘটিত হোৱা ৩৫ মিনিটৰ বৰ্বৰতাৰ ৰহস্য উদঙাই দিব

Psychological Test কি? যিয়ে কলকাতাত সংঘটিত হোৱা ৩৫ মিনিটৰ বৰ্বৰতাৰ ৰহস্য উদঙাই দিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.