• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

2 years ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

9 minutes ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

36 minutes ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

1 hour ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

1 hour ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

2 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

2 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

3 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

6 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

editor by editor
August 20, 2024
in Uncategorized, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ জি কৰৰ ঘটনাৰ নৃশংসতাই সমগ্ৰ দেশ জোকাৰি গৈছে৷ মঙলবাৰে স্বতঃপ্ৰণোদিত গোচৰৰ শুনানিত ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণ, ‘এই নিৰ্যাতনৰ ঘটনাই মানুহৰ চেতনাক আঘাত কৰিছে৷ নিহত নিৰ্যাতিতাৰ নাম আৰু ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে৷ দেশত আকৌ এটা ধৰ্ষণৰ বাবে অপেক্ষা কৰিব নেকি?’ এই প্ৰশ্ন তুলিছে দেশৰ প্ৰধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে৷

আৰ জি কৰ কাণ্ডত দেশৰ প্ৰধান ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ প্ৰশ্ন, ‘বিভিন্ন ক্ষেত্ৰত মহিলা যুক্ত হৈ থকাৰ সংখ্যা বাঢ়িছে৷ আমি আকৌ এবাৰ কোনো নাৰী ধৰ্ষণৰ স্বীকাৰ হোৱালৈ অপেক্ষা কৰি থকাটো উচিত নহ’ব৷ পৰিস্থিতি পৰিবৰ্তনৰ খুবেই প্ৰয়োজনীয়তা আহি পৰিছে৷’ বৰ্তমান যি সুৰক্ষা দিয়া হৈছে সেই সুৰক্ষা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ বাবে পৰ্যাপ্ত নহয় বুলিও পৰ্যবেক্ষণত প্ৰকাশ কৰিছে মুখ্য ন্যায়াধীশে৷

বিগত ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ছেমিনাৰ হলত উদ্ধাৰ হৈছিল তৰুণী শিক্ষানবিশ চিকিৎসকৰ ক্ষতবিক্ষত দেহ৷ ধৰ্ষণ আৰু হত্যাৰ গোচৰো ৰুজু হৈছিল৷ কলকাতা আৰক্ষীয়ে এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ছিভিক ভলণ্টিয়াৰক৷ এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ হৈছে সমগ্ৰ দেশত৷ নিহত নিৰ্যাতিতাৰ ন্যায়বিচাৰৰ দাবিত পথত নামিছে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল৷

অপৰাধীৰ ফাঁছীৰ দাবীত সৰৱ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও৷ এই ঘটনাত স্বতঃপ্ৰণোদিত গোচৰ তৰিছে ছুপ্ৰিম কৰ্টে৷ গোচৰৰ শুনানিত এই দিনটোত দেশৰ শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ, ‘এই যৌন নৃশংসতাই মানুহৰ চেতনাক আঘাত কৰিছে৷ মুখ্য ন্যায়াধীশে লগতে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰিছিল, আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষক ছাছপেণ্ড কৰা হৈছে নে নাই?  তেতিয়া ৰাজ্য চৰকাৰে উত্তৰত জনাইছিল, তেওঁক ছুটীত পঠিওৱা হৈছে৷ হাস্পতাল ভাঙি চিঙি চূড়মাৰ কৰা হৈছে৷ এতিয়ালৈকে ৩৭জনক গ্ৰেপ্তাৰো কৰা হৈছে বুলি জনাইছে ৰাজ্যৰ আইনজীৱীয়ে৷ আগন্তুক ২২ আগষ্টলৈকে CBIক তদন্তৰ ষ্টেটাছ ৰিপৰ্ট জমা দিবলৈ নিৰ্দেশ দিছে শীৰ্ষ আদালতে৷ হাস্পতাল ভাঙি চুৰমাড় কৰা ঘটনাক লৈ কি পদক্ষেপ লোৱা হৈছে সেই সন্দৰ্ভতো ৰিপৰ্ট জমা দিব লাগিব শীৰ্ষ আদালতৰ ওচৰত৷ আগন্তুক ২৩ আগষ্টত পৰবৰ্তী শুনানি আছে৷

এই ঘটনাৰ তদন্ততেই কথা শেষ নহয় বুলিও জনাইছে ছুপ্ৰিম কৰ্টে৷ চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এটা টাস্ক ফৰ্ছ গঠনৰ নিৰ্দেশ দিছে দেশৰ শীৰ্ষ আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
Next Post
জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

দেশজুৰি হাস্পতালৰ নিৰাপত্তা এনেকুৱা হ’ব লাগিব! কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশজুৰি হাস্পতালৰ নিৰাপত্তা এনেকুৱা হ’ব লাগিব! কি ক’লে উচ্চতম ন্যায়ালয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.