• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

2 years ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

32 minutes ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

1 hour ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

2 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

2 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

3 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

5 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

6 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

6 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

8 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

8 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক

editor by editor
August 20, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
জন্মাষ্টমীত বুধৰ চিহ্ন আহিব মঙ্গললৈ, ২৬ আগষ্টত টকাৰ গাদীত থাকিব এই ৩ ৰাশিৰ জাতক
0
SHARES
10.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত মঙলৰ গোচৰ অত্যন্ত গুৰুত্বপূৰ্ণ এক ঘটনা৷ মঙলক সেনাপতি গ্ৰহ বুলিও কোৱা হয়৷ সাহস, বীৰত্ব, হিংসা, যুদ্ধ বিগ্ৰহ এই সকলো মঙলৰ সৈতে সম্পৰ্কযুক্ত৷ আগন্তুক ২৬ আগষ্টত মঙল গ্ৰহই ৰাশি পৰিবৰ্তন কৰিব৷ সেই দিনাই পালিত হ’ব কৃষ্ণ জন্মাষ্টমী৷ সেই দিনা বুধৰ ৰাশি মিথুনত প্ৰৱেশ কৰিব ৰঙা গ্ৰহ মঙলে৷ কোন কোন ৰাশিৰ বাবে এই গোচৰে অশুভ ফল আনিলেও এয়া শুভ ফলদায়ী হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ জানি থওক জন্মাষ্টমীৰ শুভ দিনটোত মঙলৰ গোচৰৰ ফলত ভাল দিন আহিব কেইটামান ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মঙল৷ মঙলৰ গোচৰ অত্যন্ত লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপুনি যি কামত হাত দিব তাতেই সফলতা পাব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷ ঘৰুৱা সুখ শান্তি বৰ্তি থাকিব৷ সম্পদৰ পৰিমান বৃদ্ধি পাব৷ হঠাৎ অতিৰিক্ত অৰ্থ আহিব আপোনাৰ হাতত৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ বুদ্ধিবৃত্তিৰ বিকাশ ঘটিব৷ শিক্ষাগত কাৰণে বিদেশ যাত্ৰাৰ যোগ আছে৷

সিংহ ৰাশি

জ্যোতিষ গণনা অনুসৰি মঙলৰ গোচৰৰ প্ৰভাৱ ২৬ আগষ্টৰ পৰা ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ কামত সফলতা পাব৷ কাৰ্যালয়ত ঊৰ্ধতন কৰ্তৃপক্ষই আপোনাৰ কামত সুখী হ’ব৷ কৰ্মক্ষেত্ৰত পৰিবৰ্তনৰ যোগ আছে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ব্যৱসায় আৰু বঢ়াব পাৰে৷ পাৰিবাৰিক জীৱনত সুখ থাকিব৷ সকলো মিলি এই সময় অত্যন্ত লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

জ্যোতিষ অনুসৰি জন্মাষ্টমীৰ পৰা সুখৰ সময় কটাব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷ কন্যা ৰাশিৰ জাতকৰ ছাত্ৰ-ছাত্ৰীসকলে এই সময়ত লেখাপঢ়াত ভাল ফল লাভ কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি ডাঙৰ দায়িত্ব পাব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?
ভাৰত

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

September 10, 2026
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!
অপৰাধ

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

September 10, 2026
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
Next Post
দেশজুৰি হাস্পতালৰ নিৰাপত্তা এনেকুৱা হ’ব লাগিব! কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশজুৰি হাস্পতালৰ নিৰাপত্তা এনেকুৱা হ’ব লাগিব! কি ক’লে উচ্চতম ন্যায়ালয়ে?

সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

সন্মুখত জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৰঙৰ পোছাক পিন্ধিলে পাব বংশীধৰৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.